Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৃত্ৰিম বানৰ পৰা ৰক্ষা বিচাৰি নহয়, ভগৱানক প্ৰাৰ্থনা ৰাইজৰ

publisher by publisher
July 3, 2025
in Assam, News
Reading Time: 1 min read
0
কৃত্ৰিম বানৰ পৰা ৰক্ষা বিচাৰি নহয়, ভগৱানক প্ৰাৰ্থনা ৰাইজৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Assam Floods: অহা ছয় জুলাইত গুৱাহাটীৰ ডাউন টাউনত নৱনির্মিত উৰণীয়া সেতুখন মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। তাৰ বাবে যুদ্ধকালীন প্রস্তুতি চলিছে।

ADVERTISEMENT

ইয়াৰ বিপৰীতে সেতুৰ তলৰ নৰক যন্ত্ৰণাত ভুগি থকা ৰুক্মিণীগাঁৱৰ পথৰ কাষৰ বেৰত আঁৰি দিয়া কে’বাখনো প’ষ্টাৰে সচেতন ৰাইজৰ দৃষ্টি কাঢ়িছে।কোনোবাখন প’ষ্টাৰত লিখা হৈছে, ‘হে ভগৱান, ৰুক্মিণীগাঁও-নগৰবাসীক বানপানীৰ পৰা বচাওক!’

আন কোনোবাখনত লিখা হৈছে, ‘স্কুলীয়া ছাত্র-ছাত্ৰীক বানপানীৰ পৰা বচাওক।’ এনে আৰু কে’বাখনো প’ষ্টাৰ অঞ্চলটোৰ ৰাইজে আঁৰি দিছিল; কিন্তু অভিযোগ অনুসৰি, তেনে কে’বাখনো প’ষ্টাৰ নিশাৰ ভিতৰতে উধাও হয়। কোনে ৰাইজৰ মুখৰ ভাষাক এনে দুষ্কাৰ্যৰে গাপ দিব বিচাৰিছে, তাক লৈ চর্চা চলিছে।

ইয়াৰ অন্তৰালৰ কাৰণ কি হ’ব পাৰে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন বুলি আজি অঞ্চলটোৰ কে’বাজনো লোকে ‘দৈনিক অগ্রদূত’ৰ আগত মন্তব্য কৰে। একে সময়তে তেওঁলোকে তেনে দুষ্কৃতিকাৰীক সকীয়াই দি প্রশ্ন কৰে যে প’ষ্টাৰ আঁতৰাই নি কোনোবাই জানো তেওঁলোকে ভুগি থকা যন্ত্ৰণাৰ আৰ্তনাদবোৰ বন্ধ কৰিব পাৰিব।কেতিয়াও নোৱাৰে। দীঘলীয়া সময় নহয়, মাত্র ১৫-২০ মিনিটৰ এজাক বৰষুণতে সসাগৰা হৈ পৰে ৰুক্মিণীগাঁও।

সেই কাৰণে আকাশত ক’লা ডাৱৰ থুপ খালেই অঞ্চলটোৰ ৰাইজৰ বুকু কঁপে। ৰুক্মিণীগাঁৱৰ বাবে কেৱল বৰষুণেই নহয়, অঞ্চলটোৰ ৰাইজৰ ব্যৱহাৰ্য পানীক লৈয়ো সৃষ্টি হয় কৃত্রিম বানৰ। গুৱাহাটী পৌৰ নিগম, আৰু গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বপ্রাপ্ত বিষয়া, ঠিকাদাৰ আদিৰ সম্মিলিত লুণ্ঠনৰ পৰিণতিতে এনে যমৰ যন্ত্রণা ভুগিবলগীয়া হৈছে ৰাইজে।

পূর্বে গুৱাহাটীৰ কৃত্রিম বান বুলি ক’লে অনিল নগৰ, নবীন নগৰৰ নামেই প্রথমে মানুহৰ মুখলৈ আহিছিল। এতিয়া কৃত্রিম বানৰ নতুন অভিকেন্দ্ৰ হৈছে রুক্মিণীগাঁও। স্থানীয় ৰাইজৰ মতে, যোৱা ছয়-সাত বছৰৰ পৰা ৰুক্মিণীগাঁৱত এই পৰিৱেশৰ সৃষ্টি হৈছে। দিছপুৰৰ ছুপাৰ মার্কেটৰ উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পৰাই কৃত্রিম বানে ৰুক্মিণীগাঁৱক গ্রাস কৰিবলৈ আৰম্ভ কৰা বুলি তেওঁলোকে কয়।

সেতুখন নিৰ্মাণৰ সময়ত নলা ব্যৱস্থাত হোৱা বিসংগতি ইয়াৰ কাৰণ। আকৌ বাহিনী নদীত হোৱা প্রভাৱশালী ব্যক্তি-প্রতিষ্ঠানৰ অবাধ বেদখলেও ইয়াত সাৰপানী যোগাইছে।

ৰুক্মিণীগাঁৱৰ অন্যান্যৰ লগতে কৃত্রিম বানৰ সমস্যাটোক লৈ সৰৱ হৈ অহা স্থানীয় সচেতন ব্যক্তি ৰঞ্জন কলিতাই আজি ক্ষোভেৰে কয় যে ইমান দিনে রুক্মিণীগাঁৱত পানী হ’লে মানুহে গম পাইছিল।

কাৰণ পানীত বুৰ যোৱা জিএছ ৰোডৰে ৰজা-মহাৰজাৰ চলাচলত অসুবিধা হৈছিল। অসুবিধা হৈছিল সাধাৰণ লোকৰো। উৰণীয়া সেতুখন হৈ উঠাৰ পাছত সকলোৱে এতিয়া ওপৰৰে অহা-যোৱা কৰিব। পানীয়ে তেওঁলোকক স্পর্শ নকৰিব।

ইচ্ছা কৰিলে কোনোবা ৰজা-মহাৰজাই হয়তো কেতিয়াবা ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব। ৰুক্মিণীগাঁও এতিয়া এক পানীৰ ডাষ্টবিনত পৰিণত হোৱা বুলিও কলিতাই মন্তব্য কৰে।

ইয়াৰ কাৰণ দর্শাই তেওঁ কয় যে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ, লোকনির্মাণ বিভাগ আদিয়ে এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে যে অঞ্চলটোৰ চৌদিশৰ পানীবোৰ আহি এতিয়া ৰুক্মিণীগাঁও-নগৰত জমা হয়। তাৰ ফলত অঞ্চলটোৰ কৃত্রিম বানৰ প্রকোপ ভয়াৱহ হৈ পৰিছে। পথত এবুকু পর্যন্ত পানী জমা হয়।

ঘৰৰ মজিয়াত কঁকাললৈকে পানী উঠে। সেই পানী ওলাই যোৱাৰ ব্যৱস্থা নাই, বৰঞ্চ নতুনকৈ নিৰ্মাণ কৰা নলাবোৰ তেওঁলোকৰ বাবে ‘কাল’ হৈ পৰিছে। নলা নিৰ্মাণৰ নামত ঠিকাদাৰৰ দায়িত্বহীনতা, লুণ্ঠন সকলোখিনি ৰুক্মিণীগাঁৱত প্রতিফলিত হৈছে।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ পানীভাগ বাহিৰলৈ উলিয়াই দিয়াৰ ১৯ কোটি টকাৰে নলা নিৰ্মাণৰ কাম কৰা হৈছে। টকাৰ এই পৰিমাণ পৰৱৰ্তী সময়ত অধিক বৃদ্ধি হয়। ডেৰ বছৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ঠিকাদাৰ জয় বৰ্মনে এই কাম কৰিছিল। নলাৰ কাম তিনি বছৰতো সম্পূর্ণ নহ’ল।

কলিতাকে ধৰি স্থানীয় কে’বাজনো লোকে কয়, ‘আমাৰ অঞ্চলটোৰ নলা নিৰ্মাণ ব্যৱস্থাটো শামুকীয়া গতিত আগবাঢ়ি এনে পর্যায়ত শেষ হয়, য’ত নলাটো তলত থাকে আৰু নদীৰ বুকুখন ওপৰত থাকে। নলাৰ পানী নদীত পৰিব লাগিছিল; কিন্তু নদীৰ পানীহে নলাত পৰে। গতিকে বৰষুণৰ দিনততো বাদেই, আমাৰ অঞ্চলটোৰ বাসিন্দাৰ ব্যৱহার্য পানীও উলিয়াই দিবৰ বাবে পাম্প চলাব লাগে। পাম্প নচলালে ঘৰুৱা বর্জিত পানীয়েও কৃত্রিম বানৰ সৃষ্টি কৰে। ইয়াতকৈ লজ্জাজনক-দুর্ভাগ্যজনক আৰু কি পৰিস্থিতি হ’ব পাৰে? নলাবোৰ নিৰ্মাণ কৰা হৈছে অতি নিকৃষ্টভাবে। নলা নিৰ্মাণ কৰা হৈছে, অথচ নলাৰ ভিতৰভাগ পৰিষ্কাৰ কৰা নহ’ল। কাঠ, বস্তা, শিল, ইটা ভর্তি হৈ আছে। আমি ৰাইজেহে নলাৰ ভিতৰৰ পৰা বস্তা উলিয়াই আছো। সেই নলাৰে পানী বৈ যোৱা অসম্ভৱ। তাতে আকৌ নলাৰ মুখখন শেষ হৈছে নদীৰ বুকুৰ তলত। কোনো ধৰণৰ জৰীপ নকৰাকৈ নলাৰ কাম কৰা হৈছে। আচলতে তেওঁলোকৰ ওচৰত ৰুক্মিণীগাঁৱৰ ৰাইজৰ যেন কোনো মূল্যই নাই।’

জিএমচি আৰু জিএমডিএৰ নলাৰ এনে দুৰৱস্থাৰ সমান্তৰালকৈ লোকনির্মাণ বিভাগে নিৰ্মাণ কৰা নিম্নমানৰ পথেও অঞ্চলটোত জটিলতা বৃদ্ধি কৰিছে।ৰাইজে মুখ্যমন্ত্রীকে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী, বিষয়া, অভিযন্তা, সাংসদ, স্থানীয় বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ স্থানীয় পাৰিষদ দুলুমণি কাকতিকে ধৰি সকলোৰে বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Floods
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d