Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Civil Society:ভাওনা আৰু মিঞা বিৰোধী অশোক সিংহাল অসমীয়া জাতীয় সত্বাৰ প্ৰতি ভাবুকি : অসম চিভিল ছ’চাইটি

publisher by publisher
March 7, 2025
in India
Reading Time: 2 mins read
0
Ashok Singhal:ভাওনাক লৈ অশোভনীয় মন্তব্য কৰা মন্ত্ৰী অশোক সিংহালে অৱশেষত খুজিলে ক্ষমা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

Judicial Custody:বিতৰ্কিত লেখিকা শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

Garima Saikia Garg:বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

Assam Civil Society:

শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহালে চহকী অসমীয়া ঐ্তিহ্য ভাওনা আৰু মিঞা বুলি অভিহিত বঙ্গমূলীয় অসমীয়া মুছলমান সমাজৰ প্ৰতি অৱমাননাসূচক মন্তব্য কৰি অসমীয়া জাতীয় সত্বাৰ প্ৰতি প্ৰত্যাহবান জনাইছে ৷ উল্লেখ্য যে কিছুদিন আগতে গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনাত তেওঁক নিমন্ত্ৰণ কৰিবলৈ গৈছিল প্ৰেছ ক্লাবৰ একাংশ প্ৰতিনিধি ।

ADVERTISEMENT

সেই সময়তে মন্ত্ৰী গৰাকীয়ে তেঁওলোকৰ সন্মুখতে ভাওনা সম্পৰ্কে অশালীন মন্তব্য কৰে। তাৰ পাছতে যেতিয়া এই কথা প্ৰকাশ্যে লৈ আহে মন্ত্ৰী গৰাকীয়ে তেনে মন্তব্য নকৰাৰ অস্বীকাৰ কৰি সাংবাদিক প্ৰতিনিধিসকলক মিছলীয়া প্ৰতিপন্ন কৰিব বিচাৰে ৷ ইফালে সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি “মিঞা জনগোষ্ঠীৰ লগত তেওঁ নাই বুলিও মন্তব্য কৰে ৷ তেওঁ এই জনগোষ্ঠীৰ বিৰোধী৷ মিঞাৰ লগত কোনোবা গ’লে তেওঁ সেইসকলকো এৰি দিব” বুলিও বৈষম্যমূলক মন্তব্য কৰে ৷

উক্ত মন্তব্যৰ জৰিয়তে মন্ত্ৰী অশোক সিংহালে নিজৰ সাম্প্ৰদায়িক পৰিচয় দাঙি ধৰাৰ লগতে জনপ্ৰতিনিধি আৰু মন্ত্ৰীৰূপে পাঠ কৰা শপতবাক্য ভঙ্গ কৰি মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে ৷ অশোক সিংহালে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি অহাটো অসম চিভিল ছ’চাইটিয়ে লক্ষ্য কৰি আহিছে ৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচলন কৰা ভাওনা আৰু বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ সম্পৰ্কত কৰা সাম্প্ৰতিক অৱমাননাকৰ মন্তব্যক অসম চিভিল ছ’চাইটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু তেওঁক জনপ্ৰতিনিধিৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ আৰু ভৱিষ্যতে কোনো জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিৰ প্ৰতি অৱমাননাসূচক  মন্তব্য দিয়া আৰু বৈষম্যমূলক আচৰণ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SinghalAssam Civil SocietyBhaunaCondemnationControversial Comments
publisher

publisher

Related Posts

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’
India

মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

ISROয়ে গঢ়িলে আন এক অভিলেখ
India

ISROয়ে গঢ়িলে আন এক অভিলেখ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d