Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এক্সিয়ম-৪ৰ অভিযানত ভাৰতৰ ব্যয় হ’ল ছশ কোটি

publisher by publisher
July 16, 2025
in India, News
Reading Time: 1 min read
0
এক্সিয়ম-৪ৰ অভিযানত ভাৰতৰ ব্যয় হ’ল ছশ কোটি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

Shubhanshu Shukla:✒️পুত্ৰৰ অবিস্মৰণীয় সফলতাত দুচকুৰে অশ্রু নিগৰিল দুয়োৰে। দুয়ো হাঁহিও পেলালে। অজান জগত (আন্তর্জাতিক মহাকাশ কেন্দ্ৰ) ৰ পৰা ১৮ দিনৰ মূৰত পৃথিৱীত পুনৰ উপস্থিত হোৱা শুভাংশু শুক্লাৰ পিতৃ-মাতৃক মঙলবাৰে এনেদৰে দেখা গ’ল।

ADVERTISEMENT

পিতৃ-মাতৃসহ শুক্লাৰ পৰিয়ালে চাৰিজনীয়া মহাকাশচাৰী দলটো পুনৰ পৃথিৱীত উপস্থিত হোৱাৰ সফলতাক কেক কাটিও উদ্যাপন কৰে। ভাৰতীয় সময়মতে মঙলবাৰে বিয়লি ৩-০১ বজাত কেলিফ’ৰ্ণিয়াৰ ছান ডিয়েগো উপকূলৰ প্ৰশান্ত মহাসাগৰৰ বক্ষত সফলতাৰে উপস্থিত হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছতে শুক্লাৰ পিতৃ-মাতৃৰ দুচকুৰে আনন্দাশ্রু বৈ আহে।

সাংবাদিকৰ আগত পুত্ৰৰ এই সফলতাৰ অনুভৱ ব্যক্ত কৰি তেওঁৰ মাতৃ আশা শুক্লাই কয়, ‘পৃথিৱীত উপস্থিত হোৱাৰ পাছত তেওঁৰ – ফটো দেখি প্রথমে মোৰ দুচকুৰে লোতক বৈ আহে। মোৰ পুত্ৰ নিৰাপদে উভতি আহিল। ভগৱানক ধন্যবাদ জনাইছো। ইমান – দিনৰ মূৰত মোৰ পুত্ৰ ঘূৰি অহাৰ পাছত মই আবেগিক হৈছিলো।’

এই আনন্দ-উৎসাহৰ সীমা নাই বুলিও মহিলাগৰাকীয়ে কয়। পুত্রক লৈ অতি গর্বিত বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘প্রথম অৱস্থাত মই ভয় খাইছিলো। নব প্রজন্মই তেওঁৰ (শুক্লাৰ) পৰা অনুপ্ৰেৰণা লৈ আগবাঢ়ি যাব লাগে।’

একেদৰে শুক্লাৰ পিতৃ শম্ভু দয়াল শুক্লাই কয়, ‘আমি অতি আনন্দ অনুভৱ কৰিছো যে শুভাংশুৰ অভিযান সফল হ’ল আৰু তেওঁ নিৰাপদে পৃথিবীত অৱতৰণ কৰিবলৈ সক্ষম হ’ল। আমি তেওঁক লৈ অতি গর্বিত। এই সকলো কথাৰ বাবে ভগৱানক ধন্যবাদ জনালো।’

শুক্লাৰ এই সফলতাক কেক কাটি উদ্যাপন কৰা বুলি পৰিয়ালে জনায়। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান শুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ স’তে প্রত্যক্ষ সম্পর্ক নাছিল। ২০০৬ত ভাৰতীয় বায়ুসেনাত বৈমানিকরূপে নিযুক্তি পোৱা শুক্লা ছুখই, মিগ-২৯, জাগুৱাৰ, দর্নিয়েৰ আদি যুদ্ধবিমান চালনৰ অভিজ্ঞতাপুষ্ট।

প্রধানমন্ত্রী মোদীৰ আদৰণি

কেলিফর্ণিয়াৰ ছান ডিয়েগোৰ মহাসমুদ্র বক্ষত শুভাংশু শুক্লাসহ চাৰি মহাকাশচাৰীয়ে নিৰাপদে আজি বিয়লি অৱতৰণ কৰাৰ লগে লগে উচ্ছ্বাস প্রদর্শন কৰে প্রধানমন্ত্রী মোদীয়েও। ভাৰতীয় মহাকাশচাৰীজনক আদৰণি জনাই প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘মহাকাশলৈ কৰা ঐতিহাসিক অভিযান সামৰণি পেলাই উভতি অহা গ্রুপ কেপ্টেইন শুভাংশু শুক্লাক দেশবাসীৰ লগতে ময়ো আদৰণি জনাইছো। আন্তর্জাতিক মহাকাশ কেন্দ্র ভ্রমণ কৰি প্ৰথমজন ভাৰতীয় মহাকাশচাৰীৰূপে তেওঁ উৎসর্গা, সাহস আৰু উদ্যমৰে শতকোটি সপোনক অনুপ্রাণিত কৰিছে। আমাৰ নিজা মানর মহাকাশ মিছন গগন যানৰ বাবেও ই এক সফলতাৰ কযটিশিল।’

উল্লেখ্য যে নাছা আৰু ইছৰোৰ সহযোগত মার্কিন ব্যক্তিগত সংস্থা এক্সিয়ম স্পেচে লোৱা এই মহাকাশ অভিযানত ভাৰতে ৭০ নিযুত ডলাৰ অৰ্থাৎ কমেও ছশ কোটি টকা ব্যয় কৰে। এই মহাকাশ অভিযানৰ সময়ত আন্তর্জাতিক মহাকাশ কেন্দ্ৰত শুক্লাসহ তেওঁৰ সতীর্থ তিনি মহাকাশচাৰীয়ে বিভিন্ন গৱেষণা-অধ্যয়ন সম্পন্ন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Shubhanshu ShuklaSpace
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d