Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰহস্যভেদ কৰাৰ বাবে গণকবৰ খন্দা আৰম্ভ হ’ল আয়াৰলেণ্ডত

৭৯৬টি শিশুক ছেপ্টিক টেংকত পুতিছিল সন্ন্যাসিনীয়ে!

publisher by publisher
July 16, 2025
in News, International
Reading Time: 1 min read
0
ৰহস্যভেদ কৰাৰ বাবে গণকবৰ খন্দা আৰম্ভ হ’ল আয়াৰলেণ্ডত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Excavations:✒️আয়াৰলেণ্ডৰ এটা মাতৃ আৰু শিশু গৃহত ৩৬ বছৰৰ ভিতৰত মৃত্যু হৈছিল ৭৯৬টি শিশুৰ। অথচ ইয়াৰ কোনো নথি নাই বা কোনো সমাধি ফলকো নাই। তেনেহ’লে সেই মৃত শিশুসমূহক ক’ত কবৰ দিয়া হৈছিল? এই প্রশ্নটোৱেই খুলি খুলি খাইছিল কেথৰিন কার্লেছক।

সেই প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰিবলৈ যাওঁতে বহু বছৰৰ আগৰ এটা ঘটনাৰ কথা কেথৰিনৰ মনত পৰিছিল। সেই আশ্ৰয় গৃহৰ ভূমিত আপেল বুটলোতে দুটি শিশুবে মানুহৰ হাড় বিচাৰি পাইছিল।

অৱশ্যে সেই ঘটনাক লৈ কোনো হুলস্থুল হোৱা নাছিল, কোনো তদন্তও নহ’ল। সেই ঘটনাক কার্যতঃ তেতিয়া ঢাকি ৰখাই হৈছিল। ৩৯ বছৰ আগৰ সেই ঘটনাৰ তদন্ত কেথৰিনে নিজেই আৰম্ভ কৰে।

ADVERTISEMENT

স্থানীয় মানচিত্ৰ আৰু আন কেতবোৰ নথি পৰীক্ষা কৰি তেওঁ সেই আশ্রয় গৃহৰ ভূমিত এটা ছেপ্টিক টেংকৰ সন্ধান পায়, ঠিক যি স্থানতে হাড় উদ্ধাৰ কৰিছিল দুটি শিশুৱে। কেথৰিনৰ সন্দেহ হয়, তেনেহ’লে সেই ছেপ্টিক টেংকতে আশ্ৰয় গৃহৰ মৃত শিশুসকলক গণকবৰ দিয়া হৈছিল নেকি?

বিষয়টো তেওঁ পোহৰলৈ আনে। লগে লগে তোলপাৰ লাগে সমগ্র দেশখনত। আৰম্ভ হয় তদন্তও। তদন্ততে ওলাল যে কেথৰিনে যি ভাবিছিল, প্রকৃততে সেয়াই ঘটিছিল।

সেই ছেপ্টিক টেংকতে আশ্ৰয় গৃহৰ মৃত শিশুসকলক কবৰ দিয়াৰ কথা স্বীকাৰ কৰে একাংশ কেথলিক সন্ন্যাসিনীয়ে। সেই তদন্তৰে এটা স্তৰ সম্পূর্ণ হ’ল সোমবাৰে।

মৃত শিশুসকলৰ দেহাবশেষৰ সন্ধানত আয়াৰলেণ্ডৰ তুয়াম চহৰৰ সেই পুৰণি আশ্ৰয় গৃহৰ ভূমিত খনন আৰম্ভ কৰিছে প্রশাসনে। ১৮ জনীয়া দল এটাই এই খননকার্য আৰম্ভ কৰিছে। সেই দলত আছে আয়াৰলেণ্ড, ব্রিটেইন, অস্ট্রেলিয়া, কলম্বিয়া, স্পেইন আৰু আমেৰিকাৰ প্ৰত্নতত্ত্ববিদ।

কেথৰিনে কয়, ‘অৱশেষত তদন্ত হোৱা দেখি স্বস্তি পাইছো। দীর্ঘদিন ধৰি ইয়াৰ পাছত লাগি আছিলো। দীর্ঘদিন ধৰি অপেক্ষা কৰিছো। আজি মোৰ আনন্দৰ দিন।’

উল্লেখ্য যে কেথৰিনে নিজে এটা চামৰাৰ কাৰখানাত কাম কৰে। সমান্তৰালকৈ স্থানীয় ইতিহাস সম্পর্কেও তেওঁ গৱেষণা কৰে। কেথৰিনে জনায় যে ১৯২৫ৰ পৰা ১৯৬১ৰ ভিতৰত ৭৯৬টি শিশুৰ মৃত্যু হৈছিল তুয়ামৰ ‘ছেইণ্ট মেৰীজ মাদাৰ এণ্ড বেবী হোম’ত। ‘বন ছিকোৰ্ছ ছিষ্টাৰ্ছ’ নামৰ এটা কেথলিক প্রতিষ্ঠানে পৰিচালনা কৰা সেই আশ্রয় গৃহত প্রধানকৈ অবিবাহিত মাতৃ আৰু তেওঁলোকৰ সন্তানক ৰখা হৈছিল।

পাছত কেৱল সন্তানসকলকে ৰাখি দিয়া হৈছিল। আশ্ৰয় গৃহৰ পৰা খেদাই দিয়া হৈছিল মাতৃসকলক। ১৯৬১৩ সেই আশ্রয় গৃহ বন্ধ হৈ পৰে। পাছত তাত এটা আবাস নির্মাণ হয়। ১৯৭৫ত সেই আবাসৰ দুটি শিশুৱে আপেল বুটলি থাকোতে হাড়ৰ সন্ধান পাইছিল। সেই ঘটনাই তেওঁৰ গৱেষণাত সাহায্য কৰা বুলিও সদৰী কৰে কেথৰিনে।

তদন্তত গণকবৰৰ কথা স্পষ্ট হোৱাৰ পাছতো বাৰে বাৰে খননকার্য স্থগিত হৈছিল বিভিন্ন কাৰণত। ২০২৩ত ইয়াক লৈ আয়াৰলেণ্ডত এখন আইনো গৃহীত কৰা হয়। তাৰ পাথতে গতি লাভকৰে খননকাৰ্যৰ প্ৰক্ৰিয়াই। সেই খননকার্যক নেতৃত্ব দিয়া ডেনিয়েল মেকছুইনীয়ে কয়, ‘কামটো অত্যন্ত কঠিন। এইটো এতিয়া ফৰেনচিক বিশেষজ্ঞসকলৰ কামৰ পৰ্যায়লৈ গুচি গৈছে। প্রথম কামটো হ’ল, দেহাবশেষ বিচৰা। ইয়াৰ পাছত ডিএনএ পৰীক্ষা কৰা। ডিএনএ মিলিলে পৰিয়ালৰ হাতত তুলি দিয়া হ’ব, যাতে নিয়ম অনুসৰি শিশুসকলক কবৰ দিব পাৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Excavations
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d