Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হিমাচল প্রদেশত প্ৰকৃতিৰ তাণ্ডৱ,১৩৫ জনৰ মৃত্যু

publisher by publisher
July 23, 2025
in News, India
Reading Time: 1 min read
0
হিমাচল প্রদেশত প্ৰকৃতিৰ তাণ্ডৱ,১৩৫ জনৰ মৃত্যু
1
SHARES
10
VIEWS
ShareShareShareShare

Himachal Pradesh:✒️হিমাচল প্ৰদেশত প্ৰকৃতিৰ বিধ্বংসী ৰূপ ! অবিৰত বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ একাধিক জিলাৰ পথ সংযোগ, বিদ্যুৎ যোগান, আৰু অত্যাৱশ্যকীয় সেৱাসমূহ অচল হৈ পৰিছে ।

ADVERTISEMENT

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি,ৰাজ্যখনত ৪৩২টা পথ অৱৰোধ হৈ আছে, ৫৩৪টা বিদ্যুৎ বিতৰণ ট্ৰেন্সফৰ্মাৰ অকাৰ্যকৰী, আৰু ১৯৭টা পানী যোগান আঁচনিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে।

RelatedPosts

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাদলৈ খহি পৰিল ট্ৰেভেলাৰ, নিহত কেবাজন, আহত বহু

বৰফৰ তলত যুৱকৰ মৃতদেহ, চাৰি দিন ধৰি কাষ এৰি নগ’ল পোষ্য  

হিমাচল প্ৰদেশত বানঃ মৃত্যুৰ সংখ্যা ১৩৫ লৈ বৃদ্ধি

২০২৫ চনৰ ২২ জুলাইৰ এছডিএমএৰ ক্ৰমবৰ্ধমান ক্ষতিৰ প্ৰতিবেদন অনুসৰি, বৰষুণৰ ফলত হোৱা ভূমিস্খলন, আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ, বিদ্যুৎস্পৃষ্ট আদিৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৫ জন হৈছে।

ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ, আকস্মিক বানপানীকে ধৰি ধাৰাবাহিকভাৱে প্ৰাকৃতিক দুৰ্যোগৰ বাবে মাণ্ডী (১৭), কাংগ্ৰা (১৬), কুল্লু (৮), আৰু চাম্বা (৭) আদি জিলাৰ পৰা বৃহৎ ক্ষতিৰ তথ্য পোৱা গৈছে।

কাংগ্ৰাত ক্ষন্তেকীয়া বানপানী, মাণ্ডিত ডাৱৰ বিস্ফোৰণ, চিমলা আৰু সোলানত হোৱা ভূমিস্খলনে কেৱল প্ৰাণ কাঢ়ি লোৱাই নহয়, ঘৰ-দুৱাৰ, দলং, পথ, গৰু-ম’হ, কৃষিৰো ব্যাপক ক্ষতিসাধন কৰিছে।

ৰাজ্যজুৰি আৰ্থিক লোকচান ১,২৪,৭৩৪.৬৭ লাখ টকা বুলি অনুমান কৰা হৈছে।

সমগ্ৰ ৰাজ্যতে ১,২৪,৭৩৪.৬৭ লাখ টকাৰ আৰ্থিক লোকচান বুলি অনুমান কৰা হৈছে, ৫৪০টাতকৈও অধিক ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ।

২০২৫ চনৰ ২০ জুন তাৰিখৰ পৰা পাঁচ সপ্তাহতকৈও কম সময়ৰ ভিতৰতে ৰাজ্যখনত ২৫টা ভূমিস্খলন, ৪০টা আকস্মিক বানপানী, আৰু ২৩টা ডাৱৰ বিস্ফোৰণ হৈছে।মানুহৰ মৃত্যুৰ উপৰিও ১২৯৬টা জীৱ-জন্তু আৰু ২১,৫০০টা হাঁহ-কুকুৰা চৰাইৰ মৃত্যু হৈছে, যাৰ ফলত গ্ৰাম্য অঞ্চলৰ দুৰ্দশা বৃদ্ধি পাইছে।

ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষতি পিডব্লিউডি, জেএছভি, শক্তি, শিক্ষা, পশুপালন, আৰু গ্ৰাম্য উন্নয়নৰ দৰে বিভাগসমূহক সামৰি লোৱা হৈছে।এনডিআৰএফ, এছডিআৰএফ, আৰু স্থানীয় দলৰ সহায়ত কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CloudburstFloodsHimachal Pradesh
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d