Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Actress-MP Kangana Ranaut: সৎপথত থাকি ৰাজনীতি কৰি চলাতো বহুত কঠিন

সকলো খৰচ কৰি মোৰ হাতত থাকে মাত্র ৫০-৬০ হেজাৰ টকা: কংগনা

publisher by publisher
July 26, 2025
in Entertainment, India, News
Reading Time: 2 mins read
0
Actress-MP Kangana Ranaut: সৎপথত থাকি ৰাজনীতি কৰি চলাতো বহুত কঠিন
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Prime Minister-Chief Minister I am not afraid of anyone: Gaurav:প্রধানমন্ত্রী-মুখ্যমন্ত্রী কাকো ভয় নকৰো: গৌৰৱ, চৰকাৰে দেশত গণতান্ত্রিক পৰম্পৰা নোহোৱা কৰিছে যিকোনো হেঁচাৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্রস্তুত, এই নির্বাচন হ’ব গণতন্ত্রক ৰক্ষাৰ নির্বাচন, আমি কোনো ক্ষেত্রতে ভয় খাব নালাগে

Rishi Sunak:নিজৰ হিন্দু পৰিচয়ৰ সন্দৰ্ভত মুখ খুলিলে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে

Actress-MP Kangana Ranaut:

ৰাজনীতিৰ পৰা হেৰাই গৈছে নেকি কংগনা ৰাণাৱত। কিছুদিন পূর্বে এক সাক্ষাৎকাৰত অভিনেত্রী তথা সাংসদ কংগনা ৰানাৱটে কৈছে যে তেওঁ এতিয়া ৰাজনীতিত ভাল নাপায়। হিমাচলৰ মাণ্ডী সমষ্টিৰ অভিনেত্রী তথা সাংসদ গৰাকীয়ে ৰাজনীতিক ‘চখ’ বুলি কৈছে।

ADVERTISEMENT

পঞ্চায়ত পর্যায়ত সকলো সৰু সৰু সমস্যা লৈ তেওঁৰ ওচৰলৈ আহে। সেইবাবেই অভিনেত্ৰী গৰাকীয়ে ইংগিত দিলে যে তেওঁ এতিয়া সাংসদৰ কাম উপভোগ কৰা নাই। এইবাৰ তেওঁ উপাৰ্জনৰ প্ৰতি ক্ষোভ প্রকাশ কৰে।

এইবাৰ আন এটা সাক্ষাৎকাৰত কংগনাই কয় মই সদায় এটা কথা কওঁ, ৰাজনীতি এটা অতি ব্যয়বহুল চখ। আপুনি যদি সাংসদ হয় তেন্তে ৰাজনীতি পেছা হ’ব নোৱাৰে। কাৰণটো হ’ল ইয়াৰ লগতে চাকৰি এটাও প্রয়োজন হ’ব। অৱশ্যে সৎ মানুহ হ’লেহে। কংগনাই দাবী কৰে যে সৎ ৰাজনীতিৰ জৰিয়তে উপাৰ্জন কৰা আৰু সেই উপার্জনেৰে জীয়াই থকাটো কঠিন। সেইবাবেই আন এটা চাকৰিৰ প্ৰয়োজন। অভিনয়ৰ পৰাই ৰাজনীতিৰ জগতলৈ আহিছিল কংগনা।

অভিনেত্ৰী গৰাকীয়ে ক’লে, ‘এটা কথা বুজিলো। এজন সাংসদক যি দৰমহা দিয়া হয়, ৰান্ধনী বা চালকৰ দৰমহা দিয়াৰ পিছত মাত্র ৫০ পৰা ৬০ হেজাৰ টকা বাকী থাকে হাতত।’ ভাৰতত এজন সাংসদৰ’দৰমহা প্রায় ১.২৪ লাখ টকা।

কংগনাই লগতে কয় যে গাড়ীৰে তেওঁৰ সমষ্টিৰ যিকোনো অঞ্চল ভ্রমণ কৰিবলৈ গ’লেও বহুত খৰচ হয়। কাৰণ প্ৰতিটো অঞ্চলৰ মাজৰ দূৰত্ব প্রায় ৩০০-৪০০ কিলোমিটাৰ কংগনাই ক’লে। সেইবাবেই ৰাজনীতি বৰ ব্যয়বহুল চখ। সেইবাবেই সুকীয়া চাকৰিৰ প্ৰয়োজন। বহুত সাংসদ আছে যাৰ ব্যৱসায় আছে বুলি কয় সাংসদগৰাকীয়ে।

কংগনাই মন্ত্ৰীৰ পদবী বিচাৰিছিল নেকি? এই প্রসংগত অভিনেত্ৰী গৰাকীয়ে কয়, ‘মই এগৰাকী চলচ্চিত্ৰ পৰিচালক। মই এগৰাকী লেখিকা। মই পদ্মভূষণৰ দৰে সন্মান লাভ কৰিছো। এই প্রেক্ষাপটত ক’ব লাগিব যে মই এই দলৰ বাবে বহু কাম কৰিছো। মোৰ সমষ্টিত জয়ী হোৱাটো সহজ নাছিল। মই বহুদিন প্ৰচাৰ চলাব লগা হৈছিল। শেষ পৰ্যায়ৰ ফালে মোৰ সমষ্টিত নির্বাচন আহিল। সেয়েহে মই অনুভৱ কৰিছিলো যে মই অন্ততঃ মন্ত্রী পর্টফলিঅ’ এটা লাভ কৰা উচিত বুলি মন্তব্য কৰে কংগনা ৰাণাৱতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Actress-MP Kangana RanautInterviewspl speech
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d