Rupahihat Incident:
ৰূপহীহাটৰ শিঙিমাৰীত ডকাইতি কায়দাৰে বাহন ৰখাই চালকক আক্ৰমণ চাৰি পাঁচজনীয়া দুৰ্বৃত্তৰ মালবাহী টাটা ম’বাইল বাহন ৰখাই অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ আক্ৰমণকাৰী দুৰ্বৃত্তৰ বিৰুদ্ধে।চাৰি পাঁচ জনীয়া এটি দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আঁহত গাড়ী চালকক চাদ্দাম হুছেইন। এএছ৩২চি-৩৩৭৮ নম্বৰৰ বাহনে বিশ্বনাথৰ পৰা ৰূপহীত তামোল লৈ আহিছিল বাহনখন উভতি যাওঁতে শিঙিমাৰীত আক্ৰমণ বাহন ৰখাই আক্ৰমণ কৰে ।
ADVERTISEMENT
দুৰ্বৃত্তৰ আক্ৰমণত আঁহত গাড়ী চালক চাদ্দাম হুছেইন আৰু আলী হুছেইন। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আটক আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটিৰ আৰিফ নামৰ এজন যুৱকক।





























