Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cattle Smuggling:গুৱাহাটীতে – গৰু সৰবৰাহক লৈ চলিছে বৃহৎ ছিণ্ডিকেট

জালুকবাৰীৰ পৰা গৰু ট্রাক অপহৰণ মেঘালয়লৈ

publisher by publisher
August 4, 2025
in Assam, News
Reading Time: 1 min read
0
Cattle Smuggling:গুৱাহাটীতে – গৰু সৰবৰাহক লৈ চলিছে বৃহৎ ছিণ্ডিকেট
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

Cattle Smuggling:

ৰাজ্যত গৰু সৰবৰাহৰ অবৈধ কাণ্ডৰ সমান্তৰালকৈ ছিণ্ডিকেটো প্রবল ৰূপত চলি আহিছে। এনে ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্য খোদ গুৱাহাটীৰ মাজমজিয়াতে অব্যাহত আছে। চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ স্বৰূপ উদঙাই যোৱা নিশা জালুকবাৰীত ছিণ্ডিকেট চক্ৰই ৰাস্তাৰ পৰাই এএছ-১৩এচি-৫৩৮৬ নম্বৰ গৰুভৰ্তি এখন ট্রাক অপহৰণ কৰি নিয়ে।

ADVERTISEMENT

দৰঙৰ দলগাঁৱৰ পৰা মেঘালয়ৰ চৈধ্যমাইললৈ ২১টা গৰু কঢ়িয়াই নিয়া ট্রাকখন শৰাইঘাট দলঙৰ সমীপৰ পৰা ছিণ্ডিকেট চক্রই তেনেদৰে লৈ যায়। প্রথমে এখন চাৰিচকীয়া বাহনৰে বাট আগচি ধৰি ট্রাকখনৰ পৰা হেণ্ডিমেনজনক বলপূর্বক নমাই দিয়া হয়। তাৰ পাছত ট্রাকখন গোপন স্থানলৈ লৈ যোৱা হয়। ঘটনাৰ পাছত পুৱা হেণ্ডিমেনজন জালুকবাৰী আৰক্ষীৰ কাষ চাপে।

হেণ্ডিমেনজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ট্রাকখনৰ সন্ধান চলায়। অৱশেষত দুপৰীয়া গোটানগৰৰ এক স্থানত তিৰপালৰে ঢাকি ৰখা অৱস্থাত গৰুসহ ট্রাকখন উদ্ধাৰ কৰা হয়। ট্রাকখনৰ চালকজনক অদ্যাপি আৰক্ষীয়ে বিচাৰি পোৱা নাই। হেণ্ডিমেনজনৰ পৰা উদ্ধাৰ হোৱা তথ্য অনুসৰি, গৰু সৰবৰাহ কৰা বাহনক লৈ কে’বাটাও চক্ৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্রিয় হৈ আহিছে।

তেনে চক্রক ধন আদায় নিদিলে গৰু সৰবৰাহৰ কৰাটো সম্ভৱ নহয়। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, গৰুৰ বৈধ-অবৈধ ব্যৱসায় চলোৱা চক্ৰৰ লগত ছিণ্ডিকেট চক্ৰৰ প্ৰত্যক্ষ যোগাযোগ আছে। দুই পক্ষই আগতীয়াকৈ সৰবৰাহৰ দৰদাম নির্ধাৰণ কৰে।

যদি দৰদাম নিমিলে, তেনেহ’লে ৰাস্তাত বাহনবোৰক হাৰাশাস্তি কৰা হয়। যোৱা নিশাৰ ঘটনাটোও এনে কাণ্ডৰে পৰিণাম বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CATTLE SEIZEDCattle smugglingJalukbari PoliceTrack Seized
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d