Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত বোমা! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত সাত আৰক্ষী

publisher by publisher
August 5, 2025
in India, News
Reading Time: 1 min read
0
স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত বোমা! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত সাত আৰক্ষী
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা!

ধৰ্মীয় উৎসৱ চলি থকাৰ অৱস্থাতে দিল্লীৰ লালকিল্লাৰ চৌহদৰ পৰা চুৰে লুটি নিলে কোটি টকীয়া সোণৰ কলহ !

কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী কৰি তুলিছে নিৰাপত্তা !

Red Fort:✒️স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত হুলস্থুলীয়া পৰিৱেশ !খোদ প্ৰধানমন্ত্ৰীয়ে যি ঠাইৰ পৰা ভাষণ দিব সেই চৌহদত উদ্ধাৰ বোমা! তাতোকৈ আশ্চৰ্যজনক বিষয়টো হ’ল যে কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি থকা এই ঐতিহাসিক স্থানত সন্দেহযুক্ত বোমা স্থাপন কৰাটো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে দিল্লী আৰক্ষীয়ে।

ADVERTISEMENT

এই চাঞ্চল্যকৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে সাতজন আৰক্ষীক।

দৰাচলতে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ ভিভিআইপি এলেকাৰ নিৰাপত্তা পৰীক্ষাৰ বাবে নিৰাপত্তা বিভাগে মক ড্ৰিলৰ আয়োজন কৰিছিল। তাৰ অংশ হিচাপে সাধাৰণ পোছাক পৰিধান কৰা উগ্ৰপন্থীয়ে লালকিল্লাত প্ৰৱেশ কৰাৰ কথা আছিল।আছিল ভুৱা বোমাৰ ব্যৱস্থাও ।

লালকিল্লাৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী বিষয়াৰ চকুত ধূলি দি ভুৱা ‘সন্ত্রাসবাদী’ৰ দলটোৱে লালকিল্লাত প্রৱেশ কৰিবলৈ সক্ষম হয়৷ কেৱল সেয়াই নহয়, সাধাৰণ পোছাক পৰিধান কৰা নিৰাপত্তাৰক্ষী বিষয়াসকলে সন্ত্ৰাসবাদীৰ বেশত দুটা স্তৰৰ মেটেল ডিটেক্টৰ বাইপাছ কৰি বোমা লৈ লালকিল্লাত প্ৰৱেশ কৰে।

যদিও লালকিল্লাৰ ভিতৰত ভুৱা বোমা ৰখা হৈছিল, তথাপিও তাত থকা নিৰাপত্তা বাহিনীয়ে তাৰ কোনো উমানেই পোৱা নাছিল।ম’ক ড্ৰিলৰ সময়ত লালকিল্লাত এনে চৰম নিৰাপত্তাৰ অভাৱ লক্ষ্য কৰাৰ পাছত নিৰাপত্তা বিভাগে এই বিষয়ত বিস্তাৰিত প্ৰতিবেদন দিল্লীৰ উত্তৰ জিলাৰ ডিচিপি ৰাজা ভাটিয়ালৈ প্ৰেৰণ কৰে।

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত এনে নিৰাপত্তাজনিত গাফিলতিৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে ভাটিয়াই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। নিৰাপত্তাৰ দায়িত্বত থকা সাতজন আৰক্ষী জোৱানক ততাতৈয়াকৈ নিলম্বন কৰা হয়।

উল্লেখযোগ্য যে অহা ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ মঞ্চৰ পৰা দেশবাসীক সম্বোধন কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ ভিভিআইপি ইয়াত সমবেত হ’ব। ফলত এই ঠাইখনৰ নিৰাপত্তা কটকটীয়াৰ কথা আৰু পৃথকে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই।

লালকিল্লাৰ চৌহদত একাধিক স্তৰৰ নিৰাপত্তা নিয়োগ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ কৰ্ডন ইমানেই কটকটীয়া যে কোনো সন্দেহযুক্ত লোকে অস্ত্ৰৰ কথা বাদেই, সৰু যন্ত্ৰ এটা লৈ প্ৰৱেশ কৰিব নোৱাৰে।তাতে বোমা আৰু ভুৱা সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ ঘটনাৰ স্তম্ভিত হৈ পৰিছে দেশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: lal quilapolice suspendRed Fort
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d