Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

TMC:৫৬ ইঞ্চি বুকুৰ কথা কোৱা সকলক আন দেশে ৰঙা চকু দেখুৱালে: বিৰোধীৰ কটাক্ষ

শুল্ক বৃদ্ধিৰ কাৰণ টেক্সাছত নির্বাচনী প্ৰচাৰ চলোৱাসকলে সোধক ! ট্রাম্পৰ মাত্ৰাধিক শুল্ক আৰোপক আর্থিক 'ব্লেকমেইল' আখ্যা

publisher by publisher
August 8, 2025
in India, News
Reading Time: 1 min read
0
TMC:৫৬ ইঞ্চি বুকুৰ কথা কোৱা সকলক আন দেশে ৰঙা চকু দেখুৱালে: বিৰোধীৰ কটাক্ষ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

TMC:

শ্রুতলিপিৰে সমগ্র বিশ্বক পৰিচালিত কৰাৰ চেষ্টা চলোৱা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় ৰপ্তানিকৃত সামীত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক কটাক্ষৰে বিৰোধী শিবিৰ সৰৱ হৈ উঠিছে। এই প্রসংগত আজি অধিকাংশ বিৰোধী দলেই প্রধানমন্ত্রী মোদীলৈ তীব্র বাক্যবাণ নিক্ষেপ কৰে। ট্রাম্পৰ এই শুল্ক আৰোপৰ আঁৰত ভাৰতৰ কূটনৈতিক বিফলতা জড়িত আছে বুলি প্রতিক্রিয়া প্রকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ তথা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীয়ে।

ADVERTISEMENT

কলকাতাত সাংবাদিকৰ আগত বিৰোধী সাংসদজনে কয়, ‘এয়া হৈছে কূটনৈতিক বিফলতা। ইয়ে ভাৰতৰ অৰ্থনীতিৰ গুৰুতৰ ক্ষতি কৰিব।’ বিগত ২০২০ৰ মার্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত টেক্সাছত এখন সভাত প্রধানমন্ত্রী মোদীয়ে ‘অব কী বাৰ ট্রাম্প চৰকাৰ’ দিয়া ধ্বনিৰ জেৰ টানিও তৃণমূল কংগ্রেছৰ সাংসদ বেনাৰ্জীয়ে কটাক্ষবাণ এৰে।

তেওঁ কয়, ‘ড’নাল্ড ট্রাম্পৰ স’তে ফটো তোলা আৰু তেওঁৰ বাবে টেক্সাছত প্ৰচাৰ চলোৱা সকলে সোধা উচিত যে কিয় ইমান শুল্ক আৰোপ কৰা হৈছে।’ শেহতীয়াভারে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ দলপতিৰ দায়িত্ব লাভ কৰা বেনার্জীয়ে প্ৰসংগটোৰ আঁত ধৰি বিজেপিলৈও শেল এৰে। কেন্দ্ৰৰ শাসক দলক সমালোচনা কৰি তেওঁ কয়, ‘অথচ আর্থিক স্বার্থ সুৰক্ষিত কৰিবলৈ সক্ষম নোহোৱা সময়তো বিজেপিয়ে বিশ্ব প্রেক্ষাপটত ভাৰতৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি অহংকাৰ কৰি আছে।’

ট্রাম্পৰ এই বর্ধিত শুল্কই কর্ম সংস্থাপন, বপ্তানিকে ধৰি দেশৰ মূল ঔদ্যোগিক খণ্ড যেনে তথ্য-প্রযুক্তি, ঔষধ আৰু বস্ত্রখণ্ডত আঘাত হানিব বুলিও বেনার্জীয়ে সতর্ক কৰি দিছে ট্রাম্পে দেশৰ সন্মুখত সৃষ্টি কৰা এই শুল্ক সংকটৰ বাবে তেওঁ মোদী চৰকাৰৰ বৈদেশিক নীতিকো জগৰীয়া কৰে। ৫৬ ইঞ্চি বুকুৰ কথা কোৱা সকলক সম্প্রতি আন দেশসমূহে ৰঙা চকু দেখুৱাইছে সম্প্রতি দেশৰ অর্থনীতি আইচিইউত আছে।’ ট্রাম্পৰ এই শুল্ক আৰোপ আৰু শেহতীয়া পহলগামৰ সন্ত্রাসবাদী আক্রমণক বিশ্ব সম্প্রদায়ে গৰিহণা নিদিয়াটোৱে ভাৰত কূটনৈতিকভারে এঘৰীয়া হোৱাটো সূচাইছে বুলিও তেওঁ মোদী চৰকাৰক সমালোচনা কৰে।

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক আর্থিক ব্লেকমেইলিঙৰ চেষ্টা চলাইছে। দলৰ জ্যেষ্ঠ নেতাজনৰ এই মন্তব্যক সমর্থন কৰি বিষয়টোক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্রী ছিদ্দাৰামায়াও সবৱ হৈ উঠিছে। ইয়াৰ আঁত ধৰি তেওঁ প্রধানমন্ত্রী মোদীৰ সমালোচনাত মুখৰ হৈছে। ট্রাম্পব এই শুল্ক আৰোপৰ কাৰণ প্রধানমন্ত্রী মোদীয়ে নিজৰ সপক্ষে বাকধাৰা সৃষ্টিক অগ্রাধিকাৰ প্ৰদান কৰাটো বুলি কংগ্ৰেছ মুখ্যমন্ত্রীজনে কটাক্ষ কৰিছে।

সামাজিক মাধ্যমত তেওঁ কয়, ‘প্রধানমন্ত্রীয়ে প্রকৃত কূটনীতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ ‘হেডলাইন মেনেজমেন্ট’ক অগ্রাধিকাৰ দিয়াৰ পৰিণতি হ’ল এয়া। অব কী বাৰ ট্রাম্প চৰকাৰ ধ্বনি তথা হাউডী মোদী আৰু নমস্তে ট্রাম্প লেখীয়া অনুষ্ঠান আয়োজনৰে মৰম কৰা কাৰ্যৰ দ্বাৰা ট্রাম্প অভিভূত নহ’ল। তেওঁ বিবেচনা কৰিলে যে এয়া কূটনীতি নহয়, আত্মসমর্পণহে।’

একেদৰে ট্রাম্পৰ শুল্কক লৈ সতর্ক হ’বলৈ দেশৰ ৰপ্তানিকাৰীসকলৰ প্ৰতি আহ্বান জনাইছে শিবসেনা (ইউবিটি)ৰ সাংসদ প্রিয়ংকা চতুর্বেদীয়ে। সাংসদগৰাকীয়ে কয়, ‘এই শুল্কই ভাৰতীয় ৰপ্তানিকাৰীসকলৰ প্ৰতি গুৰুতৰ আশংকা কঢ়িয়াই আনিব। আমাৰ বহু ৰপ্তানিকাৰী ক্ষতিগ্রস্ত হ’ব। এই শুল্কৰ ফলত ভাৰতীয় সামগ্রী আমেৰিকাৰ গ্রাহকে স্পর্শ কৰিব নোৱাৰা হ’ব।’ অৱশ্যে তেওঁ ভাৰতীয় সামগ্ৰীৰ ওপৰত এই বৃহৎ শুল্ক আৰোপ কৰা কাৰ্যক ট্রাম্পৰ ভণ্ডামি বুলি অভিহিত কৰিছে।

মার্কিন ৰাষ্ট্ৰপতিক সমালোচনা কৰি শিৱসেনা (ইউবিটি)ৰ সাংসদগৰাকীয়ে কয়, ‘ৰাছিয়াৰ স’তে নিজে বাণিজ্য কৰি থকাৰ সময়ত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক লক্ষ্য কৰি লোৱাটো ট্রাম্পৰ ভণ্ডামি। চুক্তি স্বাক্ষৰ কৰিবলৈ আমাক হাৰাশাস্তি কৰিব নোৱাৰিব।’ ট্রাম্পৰ এই শুল্ক সন্ত্রাসক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ উঠিছে কংগ্রেছ সাংসদ তথা কেন্দ্রীয় বিত্ত মন্ত্রী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্বি চিদাম্বৰম।

ট্রাম্পৰ স’তে এক বিশেষ সম্পর্ক থকা বুলি মোদী চৰকাৰে কৰি অহা দাবীক লৈ কংগ্রেছ সাংসদজনে প্রশ্ন উত্থাপন কৰিছে। লগতে তেওঁ সংসদক আস্থাত লৈ চৰকাৰক এক স্পষ্ট উপশম বণনীতি গঢ়িবলৈও দাবী উত্থাপন কৰিছে। একেদৰে ট্রাম্পৰ এই শুল্ক সন্ত্রাসক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে পাপু যাদৱ, আছাদুদ্দিন ওৱেইছি, উদ্ধৱ থাকৰে আদি বিৰোধী নেতাসকলো। থাৰেই কয় যে ভাৰতক ট্রাম্পে ঠাট্টা কৰিছে। গতিকে দেশক এজন শক্তিশালী প্রধানমন্ত্রীৰ প্রয়োজন বুলি তেওঁ মোদীক কটাক্ষ কৰে। অৱশ্যে কংগ্ৰেছ সাংসদ শশী থাৰুৰে ট্রাম্পক প্রত্যুত্তৰ স্বৰূপে ভাৰতলৈ আমদানিকৃত মার্কিন সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপ কৰিবলৈ মোদী চৰকাৰক দাবী জনাইছে।

আনহাতে, একাংশ বিশেষজ্ঞৰ মতে, এই অত্যধিক শুল্কই ভাৰতৰ বিকাশ তথা মুঠ ঘৰুৱা উৎপাদন (জিডিপি) তো আঘাত হনাৰ আশংকা আছে। একেদৰে দেশৰ উদ্যোগ খণ্ডক এই উচ্চ হাৰৰ মার্কিন শুল্কই অসুবিধাৰ সন্মুখীন কৰাব বুলিও বিশেষজ্ঞসকলে আশংকা কৰিছে।

 # ক্ষতিগ্রস্ত হ’ব মার্কিন অর্থনীতিও

বিগত প্রায় এশ বছৰৰ ভিতৰৰ্ত এইবাৰ মার্কিন প্রশাসনে বিভিন্ন দেশৰ সামগ্ৰীত সর্বোচ্চ শুল্ক আৰোপ কৰিছে। এই উচ্চ হাৰৰ শুল্ক আৰোপৰ ফলত মার্কিন অর্থনীতিও ক্ষতিগ্রস্ত হ’ব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হৈছে শুল্ক বৃদ্ধিৰ ফলত আমদানিকৃত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাব।

গতিকে এনে সামগ্ৰী ক্ৰয়ৰ প্ৰতি উৎসাহ হেৰুৱাব পাৰে ক্রেতাসকলে। এই সম্পৰ্কত দেশখনৰ য়েলস্থিত বাজেট লেব নামৰ সংস্থাটোৱে কয় যে ট্রাম্পৰ এই শুল্কই আমদানিকৃত সামগ্ৰীৰ মূল্য ১৮.৩ শতাংশ পর্যন্ত বৃদ্ধি কৰিব। ভাৰতৰ সামগ্ৰীৰ মূল্য এনে হাৰত বৃদ্ধিৰ আশংকা কৰিছে সংস্থাটোৱে। কাৰণ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্পে। ইয়াৰ বিপৰীতে চুবুৰীয়া পাকিস্তান-বাংলাদেশকে ধৰি একাংশ দেশৰ সামগ্ৰীৰ ওপৰত আৰোপিত শুল্কৰ পৰিমাণ ১৯-২০ শতাংশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Abhishek BanerjeeKolkataPressmeet
publisher

publisher

Related Posts

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d