Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bangladesh government warns India:ভাৰতক সকীয়নি বাংলাদেশ চৰকাৰৰ !

কলকাতাত স্থাপন হোৱা হাছিনাৰ আৱামী লীগৰ কাৰ্যালয় বন্ধ কৰক

publisher by publisher
August 21, 2025
in Assam, News
Reading Time: 1 min read
0
Bangladesh government warns India:ভাৰতক সকীয়নি বাংলাদেশ চৰকাৰৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

Bangladesh government warns India:

চুবুৰীয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতক পুনৰ দিলে সকীয়নি ৷ দেশখনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হৈ ভাৰতত আত্মগোপন কৰি থকা শ্বেখ হাছিনাৰ আবামী লীগক বাংলা চৰকাৰে নিষিদ্ধ কৰাৰ পিছত শেহতীয়াকৈ কলকাতাত দলটোৰ কাৰ্যালয় স্থাপনক লৈ ক্ষুন্ন হৈ পৰিছে ড:ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ ৷

ADVERTISEMENT

কলকাতাৰ পৰা আবামী লীগে ঢাকা বিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছে বুলি অভিযোগ কৰি দেশখনৰ চৰকাৰে অচিৰেই ভাৰত চৰকাৰক শ্বেখ হাছিনাৰ আৱামী লীগৰ কাৰ্যালয় বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷ ঢাকাৰ মতে “বাংলাদেশৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক” আৱামী লীগ ৷

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “বাংলাদেশী নাগৰিকে বিশেষকৈ নিষিদ্ধ ৰাজনৈতিক দলৰ পলাতক নেতা-কৰ্মীসকলে বাংলাদেশৰ স্বাৰ্থৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা যিকোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ, আইনী বা অবৈধভাৱে ভাৰতৰ মাটিত থকা, কাৰ্যালয় স্থাপনকে ধৰি জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে চৰম অপমান।”

অন্তৱৰ্তীকালীন চৰকাৰে দাবী কৰে যে নিজ দেশত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা এ এলৰ জ্যেষ্ঠ নেতাসকল ভাৰততে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে বাংলাদেশ বিৰোধী কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে। ঢাকাই ২১ জুলাইত এটা এন জি অ’ৰ বেনাৰত আয়োজিত দিল্লী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ উদ্ধৃতি দি কয়, য’ত এ এলৰ নেতাসকলে পুস্তিকা বিতৰণ কৰে। ইয়াৰ পিছত ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিয়ে ভাৰতৰ মাটিত দলটোৱে “বৰ্ধিত অপপ্ৰচাৰ” অব্যাহত ৰাখিছে ।

ঢাকাই সকীয়াই দিয়ে যে এনে কাৰ্য্যকলাপে “বাংলাদেশত জনসাধাৰণৰ আৱেগক আঘাত হানিব পাৰে,” ৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনত প্ৰভাৱ পেলাব পাৰে আৰু “দুয়োখন ঘনিষ্ঠ প্ৰতিবেশী দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক বৃদ্ধিৰ ক্ষেত্ৰত কুটনৈতিক সম্পৰ্ক বিঘ্নিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ৷ এনে প্ৰেক্ষাপটত দিল্লীয়ে অবিলম্বে কলকাতাৰ পৰা উচ্ছেদ কৰক আৱামী লীগৰ কাৰ্যালয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Awami LeaqueBangladesh government warnsbannedDr. Muhammad YunusKolkataSheik Hasina
publisher

publisher

Related Posts

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d