Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আমেৰিকাৰ ‘উদ্দেশ্য প্রণোদিত-পক্ষপাতমূলক’ প্রতিবেদনৰ তীব্র প্রতিক্রিয়া দিল্লীৰ

আৰএছএছক নিষিদ্ধৰ দাবী মার্কিন সংস্থাৰ

publisher by publisher
March 17, 2026
in International, News
Reading Time: 1 min read
0
আমেৰিকাৰ ‘উদ্দেশ্য প্রণোদিত-পক্ষপাতমূলক’ প্রতিবেদনৰ তীব্র প্রতিক্রিয়া দিল্লীৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

RSS:✒️আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী আয়োগে ভাৰতক ধর্মীয় স্বাধীনতা উলংঘাৰ বাবে বিশেষ উদ্বেগজনক দেশ বুলি ঘোষণাৰ পৰামৰ্শ দিয়াত তীব্র প্রতিক্রিয়া প্রকাশ কৰে কেন্দ্ৰীয় চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় ধর্মীয় স্বাধীনতাৰ বাবে থকা মার্কিন আয়োগ (ইউএছচিআইআৰএফ)-এ লগতে ভাৰতৰ বহিৰাগত চোৰাংচোৱা সংস্থা গৱেষণা আৰু বিশ্লেষণ শাখা (ৰ’) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ) ৰ ওপৰত লক্ষ্য নির্ধাৰিত নিষেধাজ্ঞা আৰোপ কৰিবলৈ ড’নাল্ড ট্রাম্প প্ৰশাসনক পৰামৰ্শ আগবঢ়াইছে।

ADVERTISEMENT

ইয়াৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে সোমবাৰে কয় যে এই প্রতিবেদন উদ্দেশ্য প্রণোদিত আৰু পক্ষপাতমূলক তথা মার্কিন আয়োগে আমেৰিকাত হিন্দুসকলৰ উপাসনাস্থলীত হোৱা আক্রমণ তথা আমেৰিকা নিৱাসী ভাৰতীয়ৰ নিৰাপত্তাৰ প্রতি অহা ভাবুকিক এৰাই চলিছে। তেওঁ কয়, ‘আন্তঃৰাষ্ট্ৰীয় ধর্মীয় স্বাধীনতাৰ বাবে থকা মার্কিন আয়োগ (ইউএছচিআইআৰএফ)ৰ শেহতীয়া প্রতিবেদন আমাৰ দৃষ্টিগোচৰ হৈছে। ইয়াত ভাৰতৰ উদ্দেশ্য প্রণোদিত আৰু পক্ষপাতিত্বমূলক চৰিত্ৰায়নক আমি পোনছাটে নাকচ কৰো। আমি বহু বছৰ ধৰি ইউএছচিআইআৰএফে বস্তুনিষ্ঠ তথ্যৰ পৰিৱৰ্তে সন্দেহজনক উৎস আৰু মতাদর্শগত ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ধাৰাবাহিকভাৱে ভাৰতৰ এক বিকৃত আৰু পক্ষপাতদুষ্ট ছবি উপস্থাপন কৰি আহিছে।’

জয়ছোৱালে কয় যে বাৰম্বাৰ এনে ভুল বৰ্ণনাই আয়োগৰে বিশ্বাসযোগ্যতা হ্রাস কৰিছে। তেওঁ কয় যে ভাৰতৰ বিৰুদ্ধে এইদৰে পক্ষপাতিত্বমূলক সমালোচনা কৰাৰ বিপৰীতে সংস্থাটোরে আমেৰিকাৰ হিন্দু মন্দিৰত হোৱা লণ্ডভণ্ডৰ ঘটনা আৰু আক্ৰমণৰ উদ্বেগজনক ঘটনাৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰিব লাগে। তেওঁ কয় যে ইউএছচিআৰএফে আমেৰিকাত প্ৰব্ৰজনকাৰী ভাৰতীয়ক বাছনি কৰি লক্ষ্য কৰি লোৱা আৰু ভাৰতীয়সকলৰ বিৰুদ্ধে ক্রমবর্ধিত অসহিষ্ণুতা আৰু ভয়-ভাবুকিৰ ঘটনাক গুৰুত্ব সহকাৰে ল’ব লাগে।

উল্লেখ্য যে ২০২৬ৰ বাৰ্ষিক প্রতিবেদনত এই সংস্থাটোৱে ভাৰতক লক্ষ্য কৰি এইদৰে মত প্রকাশ কৰিছে। ভাৰতৰ বিৰুদ্ধে প্রণালীবদ্ধভাবে ধর্মীয় স্বাধীনতা ভয়াৱহ ৰূপত অব্যাহত থকা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে। তদুপৰি ৰ’ আৰু আৰএছএছক ধর্মীয় স্বাধীনতাৰ গুৰুতৰ উলংঘনৰ দায়বদ্ধতা আৰু সহনশীলতাৰ বাবে লক্ষ্য নির্ধাৰিত নিষেধাজ্ঞা যেনে সম্পদ জব্দ কৰা মার্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ প্ৰস্তাৱ দিছে ইউএছচিআইআৰএফে।

২০২৫ৰ ভাৰতৰ পৰিস্থিতিৰ ওপৰত দাঙি ধৰা মূল্যায়নত দাবী কৰা হৈছে যে ভাৰতত ২০২৫তো ধর্মীয় স্বাধীনতাৰ পৰিস্থিতি শোচনীয় হৈয়ে আছে।

ভাৰত চৰকাৰে ধৰ্মীয় সংখ্যালঘু সম্প্রদায়সমূহ আৰু তেওঁলোকৰ উপাসনাস্থলীক লক্ষ্য কৰি নতুন আইন প্রণয়ন আৰু প্ৰয়োগ কৰাৰ ফলত ধর্মীয় স্বাধীনতাৰ পৰিস্থিতিৰ অৱনতি অব্যাহত থকা বুলি কোৱা হয় প্রতিবেদনত। প্রতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ কে’বাখনো ৰাজ্যই ধৰ্মান্তৰকৰণ বিৰোধী আইন প্ৰণয়ন আৰু শক্তিশালী কৰাৰ বাবে প্রচেষ্টা চলায়। কঠোৰ কাৰাদণ্ড আৰোপকে ধৰি এনে প্রচেষ্টাৰ উদাহৰণ হিচাপে দাঙি ধৰে সংস্থাটোৱে।

ভাৰতক ধর্মীয় স্বাধীনতাৰ ক্ষেত্ৰত উদ্বেগজনক দেশৰ তালিকাৰ অন্তর্ভুক্ত কৰিবলৈ এই পৰামৰ্শক লৈ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। একে সময়তে মার্কিন সংস্থাটোৱে ভাৰতৰ বাহ্যিক চোৰাংচোৱা সংস্থা ৰ’ আৰু আৰএছএছৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপৰ পৰামৰ্শ আগবঢ়াই প্রতিবেদনত কয় যে ধর্মীয় স্বাধীনতাৰ বাবে দায়ী ব্যক্তি বা প্রতিষ্ঠানৰ সম্পত্তি জব্দ কৰিব লাগে।

তদুপৰি তেওঁলোকৰ আমেৰিকা ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। ইয়াৰ প্ৰতিক্রিয়া প্রকাশ কৰি কংগ্রেছে সামাজিক মাধ্যমত প্রকাশ কৰে যে মার্কিন চৰকাৰৰ সংস্থা ইউএছচিআইআৰএফে কৈছে, ‘মার্কিন যুক্তৰাষ্ট্ৰই আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে।’

কংগ্রেছে কয় যে ড’নাল্ড ট্রাম্পৰ প্রশাসনে এনে কঠোৰ ব্যৱস্থা ল’ব লাগে বুলি মার্কিন চৰকাৰী সংস্থাটোৱে স্পষ্ট কৰি দিছে যে তাৎক্ষণিকভারে আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে, সম্পত্তি জব্দ কৰিব লাগে আৰু আৰএছএছৰ প্রবেশ নিষিদ্ধ কৰিব লাগে। প্রতিবেদনত এইদৰেও কোৱা হৈছে যে ভাৰতত ইউএছচিআইআৰএফ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ ডিপার্টমেন্ট স্টেটক ধর্মীয় স্বাধীনতাৰ পৰিস্থিতিৰ মূল্যায়নৰ অনুমতি দিবলৈ ভাৰত চৰকাৰক হেঁচা দিব লাগে ড’নাল্ড ট্রাম্প প্রশাসনে।

তদুপৰি ভৱিষ্যতৰ মার্কিন সুৰক্ষা সাহায্য আৰু দ্বিপাক্ষিক বাণিজ্য নীতিক ভাৰতত ধর্মীয় স্বাধীনতাৰ পৰিস্থিতিৰ উন্নত কৰাৰ স’তে সংযোজিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইপিনে, মার্কিন নাগৰিক আৰু ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ধাৰাবাহিক ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ঘটনাৰ ওপৰত ভিত্তি কৰি ভাৰতলৈ অস্ত্র বিক্রী বন্ধৰ বাবে অস্ত্ৰ ৰপ্তানি নিয়ন্ত্রণ আইনৰ ধাৰা ৬ আৰোপ কৰিবলৈও পৰামৰ্শ দিয়ে।

ইপিনে, প্রতিক্রিয়া প্ৰকাশ কৰি আৰএছএছক দেশৰ ঐক্য আৰু ভ্রাতৃত্ববোধৰ প্ৰতি বিষাক্ত বুলি কয়। তদুপৰি সামাজিক মাধ্যমত কয় যে মহাত্মা গান্ধীৰ হত্যাৰ পাছত আৰএছএছক ভাৰতত নিষিদ্ধ কৰিছিল চৰ্দাৰ বল্লভ ভাই পেটেলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaRSS
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d