Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rohingya Bangladeshi arrested:২০১২তে ভাৰতত প্রৱেশ কৰা ৰোহিংগ্যাৰ ১৩ জনীয়া দল হাউলীত ধৃত

পৰিকল্পনা বাংলাদেশৰ ৰোহিংগ্যা শৰণাৰ্থী শিবিৰলৈ উভতি যোৱাৰ

publisher by publisher
September 1, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Rohingya Bangladeshi arrested:২০১২তে ভাৰতত প্রৱেশ কৰা ৰোহিংগ্যাৰ ১৩ জনীয়া দল হাউলীত ধৃত
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Brown Sugar Seized In Howly : বৰপেটাৰ হাউলীত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

হাউলীত নগদ ৫৮,৫০০ টকা আৰু ২৫ লিটাৰ দেশীয় সুৰা জব্দ

Rohingya Bangladeshi arrested:২০১২তে ভাৰতত প্রৱেশ কৰা ৰোহিংগ্যাৰ ১৩ জনীয়া দল হাউলীত ধৃত

ADVERTISEMENT

পৰিকল্পনা বাংলাদেশৰ ৰোহিংগ্যা শৰণাৰ্থী শিবিৰলৈ উভতি যোৱাৰ

: ৰাজ্যত পুনৰ ধৰা পৰিল ৰোহিংগ্যা অনুপ্রৱেশকাৰী। দেওবাৰে দুপৰীয়া হাউলী আৰক্ষীয়ে সাতটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৰোহিংগ্যা অনুপ্রৱেশকাৰীৰ এটা দলক আটক কৰে। শিশুকেইটিব বয়স তিনিৰ পৰা ১১ বছৰৰ ভিতৰত। এই দলটোৰ হাতৰ পৰা দিল্লীস্থিত ইউএনএইছচিআৰ নামৰ এটা প্রতিষ্ঠানে প্রদান কৰা শৰণাৰ্থীৰ পৰিচয় পত্ৰও উদ্ধাৰ কৰা হয়।

এই দলটোৰ এজন সদস্য মহম্মদ আলমে সদৰী কৰা অনুসৰি, তেওঁলোক ২০১২ত বাংলাদেশত থকা ৰোহিংগ্যা শৰণার্থী শিবিৰৰ পৰা ওলাই আহি ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পাছত দীর্ঘদিন জম্মু-কাশ্মীৰত আছিল। শেহতীয়াকৈ তেওঁলোক পুনৰ বাংলাদেশলৈ উভতি যোৱাৰ বাবে জম্বুৰ পৰা বাছযোগে দিল্লীত উপস্থিত হৈছিল। দিল্লীৰ পৰা ৰে’লযোগে অসমলৈ আহিছিল আৰু বৰপেটাৰোড ষ্টেছনত নামিছিল।

পৰিকল্পনা অনুসৰি, বৰপেটাৰোডৰ পৰা হাউলী হৈ শ্বিলঙলৈ যাব বিচাৰিছিল। বৰপেটাৰোডৰ পৰা এখন টেম্প’ৰে দলটোৱে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত টেম্প’ চালকজনৰ যাত্রীকেইজনৰ ওপৰত সন্দেহ ওপজে। কথা পাতি যাত্রীকেইজন ৰোহিংগ্যা বুলি নিশ্চিত হয়। তেতিয়া চালকজনে হাউলী চিকিৎসালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আটাইকেইজনক নমাই দিয়ে। নমাই দিয়া লোককেইজনৰ আচাৰ-আচৰণ দেখি স্থানীয় লোকৰ সন্দেহ ওপজে আৰু তেওঁলোকে সোধপোছ কৰাৰ লগতে হাউলী আৰক্ষীকো অৱগত কৰে।

আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয় আৰু দলটোক হাউলী থানালৈ লৈ যায়। লোককেইজনৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে সোধপোছে অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, আটক কৰা পুৰুষকেইজন হ’ল মহম্মদ ৰফিক, নুৰ আলী আৰু মহম্মদ আলম। মহিলাকেইগৰাকী হ’ল আছিয়া বিবি, ছাকুতাৰা বেগম আৰু ছায়েদা খাতুন। শিশুকেইটি হ’ল- কিছমৎ আৰা বেগম, মিনাৰা বেগম, মহম্মদ ইব্রাহীম, হামিদ ৰেহমান, মহম্মদ ওছমান, মহম্মদ ইছমাইল আৰু আছমা তাৰা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Howly PoliceRohingya Bangladeshi arrested
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d