Teenager missing in Guwahati:
বুধবাৰৰ পৰা মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন তিনি গৰাকী কিশোৰী ৷ বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ উভতি নাহিল ঘৰলৈ ৷ দিনৰ ১ বজাৰ পৰা সন্ধানহীন হয় তিনিওগৰাকী কিশোৰী৷ সন্ধানহীন তিনি কিশোৰী হ’ল চুইটি দাস (১৪),টিনা ৰাভা (১২) আৰু ইছা নাথ (১৪) ৷ ইতিমধ্যে কিশোৰী কেইগৰাকীৰ অভিভাৱকে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ।
ADVERTISEMENT






























