Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bollywood -Bengal:সদৃশ বিশালাকৃতিৰ জীৱন-যাপন কৰিলে জুবিনে

ম্রিয়মাণ বলিউদ-বংগৰ সংগীতৰ জগত

publisher by publisher
September 20, 2025
in Assam, News
Reading Time: 1 min read
0
Bollywood -Bengal:সদৃশ বিশালাকৃতিৰ জীৱন-যাপন কৰিলে জুবিনে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

CID HQ:এছআইটিৰ তলবৰ পিছতে চিআইডি কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি গোস্বামী,নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্ত

Shekhar goswami Arrested: ঘৰত থকাৰ অৱস্থাতে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ

SIT Inquiry: একশ্যন মুডত এছআইটি টিম !

Bollywood -Bengal:

বনজুইৰ দৰে বিয়পি পৰা খবৰটো কোনেও মানি ল’ব পৰা নাছিল। কণ্ঠৰে জগতজিনা এক বর্ণিল-সমাদৃত জীৱনৰ অধিকাৰী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত বহুজনে মাথোঁ কান্দিছে-কোনোরে সশব্দে, আন কোনোৱে নীৰৱে। স্বাভাৱিকতে শিল্পীজনৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈছে তেওঁৰ স্পৰ্শ পৰা, তেওঁ বিচৰণ কৰা বলিউদ, পশ্চিমবংগৰ সংগীত জগতো। তেওঁৰ অপ্রত্যাশিত আকস্মিক মৃত্যুৰ কথা মানি ল’ব নোৱাৰা অৱস্থাতো বহু খ্যাতনামা সংগীত শিল্পীয়ে তেওঁৰ সান্নিধ্য সোঁৱৰণ কৰিছে। ২০০৬ত মুক্তি লাভ কৰা ‘গেংষ্ট্ৰৰ’ ছবিৰ সেই অবিস্মৰণীয় ‘য়া আলি’ গীতৰে বলিউদত প্ৰচুৰ জনপ্রিয়তা অর্জন কৰা শিল্পীজনৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে বংগৰ প্ৰখ্যাত সংগীত পৰিচালক জিৎ গাংগুলী। জুবিন আৰু তেওঁ শৈশৱৰে পৰা বন্ধু আছিল। তেওঁৰ পৰিচালনাত জুবিনে বহুসংখ্যক গীতত কণ্ঠদান কৰে। আজি গাংগুলীয়ে জুবিনৰ গানৰ ‘মিক্সিং’ কৰি থকা অৱস্থাতে সেই অপ্রত্যাশিত খবৰটো পায়।

ADVERTISEMENT

# মোৰ প্ৰাণৰ বন্ধু গুচি গ’ল: জিৎ গাংগুলী

জুবিন গাৰ্গৰ অকাল বিয়োগত ম্রিয়মাণ সংগীত পৰিচালক জিৎ গাংগুলীয়ে কয়, ‘মোৰ প্ৰাণৰ বন্ধু গুচি গ’ল। আমাৰ বন্ধুত্ব ৩০ বছৰৰ আছিল। কিমান যে ছবি আমি একেলগে কৰিলো। মোৰ প্ৰথম বাংলা ছবি ‘প্রেমী’ত তেরোঁ আছিল।’ উল্লেখ্য যে ‘মন মানে না’, ‘চোখেৰ জলে ভাসিয়ে দিলাম’ৰ পৰা আৰম্ভ কৰি ‘পিয়া ৰে পিয়া ৰে’লৈ অসংখ্য বাংলা গীতত জুবিনে কণ্ঠদান কৰে। এই কথা সোঁৱৰণ কৰি গাংগুলীয়ে লগতে কয়, ‘কিমান হিট গান তেওঁৰ স’তে কৰিলো। মন মানে না, আইনা মন ভাঙা আইনা, বোঝে না সে বোঝে না, পৰান ঝাই জ্বলিয়া যায়-ক’ত কিমান গান!’ সংগীত শিল্পীজনৰ মৃত্যু এক বৃহৎ ক্ষতি আখ্যা দি তেওঁ লগতে কয়, ‘ছবি উদ্যোগ, সংগীতৰ উদ্যোগ তথা আমাৰ সকলোৰে বাবে এয়া এক বৃহৎ ক্ষতি। আমি এজন ডাঙৰ গায়কক হেৰুৱালো। তেওঁ মোৰ শৈশৱৰ বন্ধু আছিল। তেওঁ মোৰ বাবে মাথোঁ এজন গায়কে নাছিল। তেওঁ আছিল এক আবেগ।’ উল্লেখ্য যে আজি জিৎ গাংগুলীয়ে মিক্সিং কৰা গীতটোৱে সম্ভৱতঃ জুবিনৰ শেষ বাংলা গীত হ’ব। শিল্পী বন্ধুৰ অপ্রত্যাশিত মৃত্যুৰ বাতৰি মানি ল’ব পৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘জুবিন, তুমি আমাক এৰি গ’লা বুলি মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। আমাৰ কিমান স্মৃতি, হাঁহি আৰু সংগীতৰ মুহূৰ্ত পাৰ কৰিছো। ইমান সোনকালে কিয় তুমি আমাক এৰি গ’লা?’ ৰজা সদৃশ বিশালতাৰে জুবিনে জীৱন-যাপন কৰিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘অসমত তেওঁৰ এটা বৃক্ষঘৰ আছে। তেওঁৰ ঘৰলৈ মোক আৰু মোৰ পত্নীক কে’বাবাৰো নিমন্ত্রণ জনাইছিল। শেহতীয়াভাবে তেওঁ এটা পাহাৰৰ চূড়াত এটা ষ্টুডিঅ’ স্থাপন কৰে। মোক তালৈও নিমন্ত্রণ জনাইছিল। ৰেকৰ্ডিঙৰ সময়ত আমাৰ কৌতুক কৰাৰ অভ্যাস আছিল। তেওঁ এজন সুখী ব্যক্তি আছিল।’

# কিয় জুবিনে আৰু এটা ‘য়া আলি’ নাগালে!

বলিউদক চমকিত কৰা কণ্ঠ নিগৰিছিল ‘য়া আলি’ গীতটোত। এই গীতৰ জৰিয়তে জুবিনে দেশে-বিদেশে বিপুল জনপ্রিয়তা অর্জন কৰে। গতিকে অগণন সংগীতপ্রেমীয়ে তেওঁৰ পৰা আন এক ‘য়া আলি’ গাব বুলি আশা কৰিছিল। এই গীতত কণ্ঠদান কৰি তেওঁ গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছত শ্রেষ্ঠ নেপথ্য শিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই গীত গোৱাৰ পাছত জুবিনে প্রিতমৰ স’তে বহু সংগীতৰ কাম কৰিলে। তৎসত্ত্বেও আৰু এটা ‘য়া আলি’ কিয় আগনবঢ়াই বুলি এক সাক্ষাৎকাৰত সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল, ‘এনে গান ১০ বছৰত বা কেতিয়াবা সমগ্র জীৱনত এটাহে ওলায়। এই গান হ’ল আমাৰ সফলতাৰ মাপাংক।’ অৱশ্যে জুবিন কেতিয়াও প্রিতমৰ বেণ্ডত অন্তর্ভুক্ত নহ’ল। এনেকৈয়ে তেওঁ প্রিতমৰ স’তে সংগীতৰ কাম কৰে। আজি শিল্পীজনৰ আকস্মিক বিয়োগৰ খবৰ পাই মর্মাহত হোৱা প্রিতমে কয়, ‘এক দুর্ঘটনাত জুবিন গাৰ্গৰ প্ৰাণহানি হোৱাৰ ঘটনা অতি সাংঘাতিক আৰু দুখৰ খবৰ। এই কথা মানি ল’বলৈ চেষ্টা কৰি আছো। পত্নী গৰিমা আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জনালো।’

# ভাই-ককাইৰ সম্পৰ্ক আছিল: জুবিনৰ স’তে দুই দশক কাম কৰা মাণিক সৰকাৰ

পশ্চিমবংগতো অগণন অনুৰাগীৰ সৃষ্টি কৰা জুবিন গাৰ্গৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰিছে শিলিগুৰিৰ মাণিক সৰকাৰকো। ছাউণ্ড ইঞ্জিনীয়াৰ মাণিকে দুই দশক ধৰি জুবিনৰ স’তে কাম কৰে। জুবিনৰ স’তে তেওঁৰ সম্পৰ্ক পেছাগত নাছিল, সেই সম্পর্ক ভাই-ককাই সদৃশ আছিল বুলি তেওঁ মন্তব্য কৰিছে। জুবিন গাৰ্গ নাই, সেই কথা মানি ল’বলৈ টান পোৱা বুলি ব্যক্ত কৰিছে মাণিকে। তেওঁ কয়, ‘বংগৰ ল’ৰাক ছাউণ্ড ইঞ্জিনীয়াৰৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাৰ স’তেও যুঁজ পর্যন্ত কৰিছিল। মাণিকক এৰি অনুষ্ঠান নকৰো বুলি কৈছিল।’ মাণিকৰ শিলিগুৰিৰ ডাব গাঁৱৰ ঘৰলৈও জুবিন বহুবাৰ গৈছিল। এই কথা সদৰী কৰি ছাউণ্ড ইঞ্জিনীয়াৰজনে কয়, ‘এই ঘৰটোৰ স’তেও তেওঁৰ কম স্মৃতি জড়িত নাই। ইয়াতে বহি আমি কথা পাতিছিলো। কিছুমান কথা যে কেনেদৰে অতীত হৈ গ’ল।’ জুবিন বিশাল অন্তৰৰ অধিকাৰী আছিল বুলিও তেওঁৰ সান্নিধ্য সোঁৱৰণ কৰে মাণিকে। তেওঁ লগতে কয়, ‘আমাৰ নিচিনা কিমান ল’ৰাক দাদা (জুবিন)ই প্রতিষ্ঠা কৰিবলৈ আনিলে। মোৰ মনত আছে এবাৰ আলিপুৰদুৱাৰলৈ আমি অনুষ্ঠান কৰিবলৈ যাওতে আয়োজকে মোক ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ কাম কৰিবলৈ দিয়া নাছিল। তেতিয়া তেওঁ যুঁজ কৰি অনুষ্ঠান কৰে। আনকি তেওঁ কৈছিল, ‘মাণিকক এৰি মই নাগাওঁ। এনে বহু স্মৃতি আছে। আজি দুপৰীয়া খবৰটো শুনাৰ পাছত মুখৰ ভাষা হেৰুৱাই পেলাইছো।’ অসমত থকা জুবিনৰ ঘৰলৈও তেওঁ আহিছিল বুলি জানিবলৈ দিয়ে। কেৱল জুবিনে নহয়, তেওঁৰ পত্নীৰ স’তেও নিবিড় যোগাযোগ ৰক্ষা কৰি অহা বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘মই তেওঁলোকৰ অসমৰ ঘৰলৈও গৈছো। কিছুদিন আগতে ফোনত কথা পাতিছিলো।’ কিন্তু আজি বুলি কৈ যুৱ ছাউণ্ড ইঞ্জিনীয়াৰজন কান্দোনত ভাগি পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bollywood bengal friendcondolenceszubeen garg dead
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d