Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বৈষম্য? পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে

publisher by publisher
September 27, 2025
in Assam, News
Reading Time: 1 min read
0
বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বৈষম্য? পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

অসমৰ গ্ৰামাঞ্চলৰ কম বয়সতে বিয়া হোৱা দৰিদ্ৰ, নিৰক্ষৰ মহিলাসকলৰ প্ৰতি অশুদ্ধ প্ৰমাণৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণসমূহে বৈষম্য কৰিছে নেকি? এই সম্পৰ্কত পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে। মেহেৰুন নেছা নামৰ এগৰাকী মহিলাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই সিদ্ধান্ত লৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে মেহেৰুন নেছাই অভিযোগ উত্থাপন কৰা অনুসৰি গ্রামাঞ্চলৰ কম বয়সতে বিয়া হোৱা দৰিদ্ৰ, নিৰক্ষৰ আৰু অসহায় মহিলাসকলক অশুদ্ধ তথ্যৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণসমূহে বৈষম্য কৰিছে। ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে এনে মহিলাসকলে দাখিল কৰা পিতৃ-মাতৃ সম্পর্কীয় তথ্য আৰু জন্মৰ প্ৰমাণপত্ৰৰ তথ্য ন্যায়ালয়ে পৰীক্ষা কৰিব।

লক্ষ্যণীয় যে বিদেশী ন্যায়াধিকৰণসমূহৰ বিচাৰ প্ৰক্ৰিয়াক লৈ যোৱা কিছু বছৰৰ পৰা বিভিন্ন পক্ষই অসন্তুষ্টি ব্যক্ত কৰি আহিছে। আবেদনকাৰী মেহেরুন নেছাকো কিছু বছৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰে। পৰৱৰ্তী সময়ত ২০১৯ত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৰায়ক বাহাল ৰাখে।

ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই সম্প্রতি ৫০ ঊর্ধ্বৰ মহিলাগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তেওঁৰ আবেদন ন্যায়াধীশ সূর্য কান্ত নেতৃত্বাধীন এখন বিচাৰপীঠে গ্ৰহণ কৰি কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ লগতে অন্যান্য কর্তৃপক্ষলৈ জাননী জাৰি কৰিছে।

বিদেশী ন্যায়াধিকৰণে ৰায় দিয়ে যে মেহেৰুন নেছাই ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত অর্থাৎ অসম চুক্তিৰ বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষৰ পাছত অসমত প্ৰৱেশ কৰে। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত মহিলাগৰাকীয়ে কয়, ‘এক বহির্ভূতকৰণ আৰু বৈষম্যমূলক আইনী অৱস্থানে নিৰক্ষৰ, অসহায় আৰু গ্রামীণ মহিলাসকলৰ ওপৰত অসমানুপাতিক প্রভাৱ পেলাব। এয়া দেশৰ সংবিধানৰ ২১, ১৫ আৰু ১৪ অনুচ্ছেদে নিষিদ্ধ কৰা বৈষম্যৰ সমান।’

মহিলাগৰাকীৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অধিবক্তাদ্বয় ৰূপালী ছেমুৱেল আৰু য়শ এছ বিজয়ে বিচাৰপীঠক অৱগত কৰে যে মৌখিক সাক্ষ্যগ্ৰহণৰ নিয়ম নথকা বিদেশী (ন্যায়াধিকৰণ) নির্দেশ ১৯৬৪ৰ ব্যাখ্যাই এই আবেদনকাৰীগৰাকীৰ দৰে অসুৰক্ষিত আৰু দুৰ্বল মহিলাসকলক ৰাষ্ট্ৰহীনতাৰ দিশে অধিক ঠেলি দিব। আবেদনকাৰী মেহেৰুন নেছাই ন্যায়ালয়ক জনোৱা মতে ১৯৬৯ত বৰপেটা জিলাৰ মাজদিয়া গাঁৱত তেওঁৰ জন্ম হয়।

গতিকে তেওঁ নাগৰিকত্ব আইনৰ ৩ (১) (এ) ধাৰা অনুসৰি জন্মসূত্রে তেওঁ ভাৰতীয় নাগৰিক। তেওঁ লগতে দাবী কৰিছে যে তেওঁৰ পৰিয়ালে অনাদিকালৰ পৰা অসমত বাস কৰি আছে। তেওঁৰ পিতৃ আৰু ককাকৰ নাম ১৯৫১ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তর্ভুক্ত আছে বুলিও আবেদনকাৰীয়ে দাবী কৰিছে।

এই দাবীৰ সমৰ্থনত তেওঁ খুড়াকৰ নামত থকা ১৯৫৬ৰ মাৰ্চত ক্ৰয় কৰা এডোখৰ ভূমিৰ প্ৰমাণপত্ৰও দাখিল কৰিছে। লগতে তেওঁ আবেদনত উল্লেখ কৰিছে যে তেওঁৰ পৰিয়ালৰ সদস্যবৰ্গৰ নাম দেশৰ নির্বাচন আয়োগৰ ভোটাৰ তালিকাত আছে।

আবেদনকাৰীয়ে লগতে কয় যে তেওঁৰ ককাক বা পিতৃ-মাতৃ অথবা পৰিয়ালৰ আন কোনো সদস্যই বাংলাদেশকে ধৰি কোনো বিদেশী ৰাষ্ট্ৰ কেতিয়াও ভ্রমণ কৰা নাই। তেওঁ অভিযোগ উত্থাপন কৰিছে যে পিতৃ-মাতৃৰ নামৰ বানানত ‘ক্ষুদ্ৰ অস্থিৰতা’ থকাৰ বাবে নিম্ন আদালতে তেওঁক বিদেশী ঘোষণা কৰে।

নিম্ন আদালতে ৰায়দান কৰাৰ সময়ত তেওঁৰ ভ্ৰাতৃ হামিদ খান আৰু খুৰাক মুছলেম খানৰ ভাষ্য অগ্রহণীয় বা অবিশ্বাসযোগ্য আখ্যা দিয়ে। একেদৰে উচ্চ ন্যায়ালয়েও মহিলাগৰাকীয়ে দাখিল কৰা পিতৃ-মাতৃৰ স’তে সম্পৰ্কৰ প্ৰমাণত ভিত্তি কৰোতে ভুল কৰে বুলি অভিযোগ উত্থাপন কৰিছে।

আবেদনকাৰীৰ অধিবক্তাই আঙুলিয়াই দিয়ে যে ভাৰতীয় সাক্ষ্য আইন ১৮৭২ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩-এ দ্ব্যর্থহীনতাৰে দুজন ব্যক্তিৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মৌখিক সাক্ষ্য গ্রহণযোগ্য আৰু প্ৰাসংগিক বুলি উল্লেখ কৰিছে।

এই মহিলাগৰাকীৰ গোচৰৰ সাক্ষ্য-প্রমাণ পৰীক্ষা কৰোতে তেওঁৰ আৰ্থ-সামাজিক পৃষ্ঠভূমি বিচাৰত উচ্চ ন্যায়ালয় ব্যর্থ হোৱা বুলিও আবেদনকাৰীয়ে উল্লেখ কৰিছে। তেওঁৰ আবেদনত লগতে উল্লেখ আছে যে অসমত এক বুজন সংখ্যক মহিলাই ১৮ বছৰ পূৰ্বে বা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয়।

গতিকে তেওঁলোকৰ স্বামীগৃহলৈ স্থানান্তৰ ঘটে। লক্ষ্যণীয়ভাৱে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ ভাৰতীয় বাল্যবিবাহ আৰু কৈশোৰ গৰ্ভধাৰণ প্ৰতিবেদন মতে অসমে বাল্যবিবাহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়তকৈ ঊর্ধ্বত থকা দেশৰ ১২ খন ৰাজ্যৰ মাজত স্থান লাভ কৰিছে।

গতিকে পিতৃগৃহত এনে মহিলাসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত নহয়। একেদৰে বাল্যবিবাহত আবদ্ধ মহিলাসকলৰ শিক্ষা ব’ৰ্ডে প্ৰদান কৰা প্রমাণপত্রও নাথাকে বুলি উক্ত আবেদনত উল্লেখ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: High CourtSupreme Court
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d