Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

উচ্চতম ন্যায়ালয়ে অগ্রিম জামিন প্ৰদান কৰিলে পৱন খেড়াক, অৱশ্যে এই জামিন প্ৰযোজ্য থাকিব পৰৱৰ্তী শুনানি পৰ্যন্ত

publisher by publisher
May 1, 2026
in News
Reading Time: 1 min read
0
SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court :সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন পৱন খেড়াৰ জামিনৰ শুনানি

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

SC Grants Anticipatory Bail To Pawan Khera In Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াৰ ৷ শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে অগ্রিম জামিন প্ৰদান কৰিলে খেড়াক । অৱশ্যে এই জামিন প্ৰযোজ্য থাকিব পৰৱৰ্তী শুনানি পৰ্যন্ত I আদালতৰ ৰায়দানত স্পষ্ট কৰি দিয়া হয় যে পৱন খেড়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চত চলি থকা গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে যেতিয়া বিচাৰে তেতিয়াই পৱন খেড়া হাজিৰ হ’ব লাগিব । একেদৰে আৰক্ষীক তদন্তৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। আনহাতে কোনো কাৰণতে ভাৰত এৰি যাব নোৱাৰিব খেড়াই। ৷

ADVERTISEMENT

উল্লেখ্য যে ,পৱন খেৰাৰ জামিন আৱেদনৰ শুনানি বৃহস্পতিবাৰে সম্পন্ন হয় সৰ্বোচ্চ ন্যায়ালয়ত ৷ পৱন খেৰাৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজনীয় নহয় কাৰণ তেওঁ আইনৰ পৰা পলায়নৰ সম্ভাৱনা কম।

আনহাতে,উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি কংগ্ৰেছ নেতা পৱন খেৰাৰ আগতীয়া জামিন আবেদন সন্দৰ্ভত নিজৰ ৰায়দান সংৰক্ষিত ৰাখে শুকুৰবাৰলৈকে ৷ খেৰা আৰু অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাই আদালতত নিজৰ যুক্তি জোৰদাৰভাৱে দাখিল কৰে। এজন অধিবক্তাই খেৰাৰ বাবে আগতীয়া জামিন বিচাৰিছিল ৷ আনহাতে আনজনে বিৰোধিতা কৰিছিল। পৱন খেৰাক প্ৰতিনিধিত্ব কৰি অভিষেক মনু সিংভীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “পেৰা” আৰু “পেলুংগা” বক্তব্যৰ উল্লেখ কৰে আদালতত ৷

অধিবক্তা গৰাকীয়ে আৰু উল্লেখ কৰে যে কোনো সাংবিধানিক দায়িত্বপ্ৰাপ্তই এনে ভাষা ব্যৱহাৰ কৰিব নোৱাৰে । তেওঁ লগতে কয় যে এই গোচৰত জিম্মাত জেৰাৰ প্ৰয়োজন নাই, আইনৰ পৰা আঁতৰি থকাৰ কোনো সম্ভাৱনাও নাই। আনহাতে অসম চৰকাৰৰ হৈ আদালতত উপস্থিত থকা তুষাৰ মেহতাই পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ তীব্ৰ বিৰোধীতা কৰে । অৱশেষত দুয়ো পক্ষৰ অধিবক্তা বক্তব্য শুনাৰ পিচত আদালতে সংৰক্ষিত ৰাখিলে নিজৰ ৰায় ৷

উল্লেখ্য যে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উদ্থাপন কৰি কৈছিল যে ভূঞা শৰ্মাৰ ইজিপ্ত,ইউএই সহ তিনিখন দেশৰ পাচপোৰ্ট আছে ৷

আনহাতে খেড়াৰ এই অভিযোগে নাকচ কৰি খেড়াৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বাঞ্চত ৰিণিকি ভূঞা শৰ্মাই গোচৰ ৰজু কৰে খেড়াৰ বিৰুদ্ধে । এই গোচৰৰ ভিত্তিত ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হয় যদিও খেড়াক নাপাই তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰে এটা লেপটপ সহ পেইন ডাইভ জব্দ কৰে ৷

ইপিনে খেড়াই হাইদৰাবাদত আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰি অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ দল হাইদৰাবাদত উপস্থিত হয় যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহৈ উভতি আহে। এনে ঘটনাক্ৰমৰ মাজতে খেড়াই তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা এসপ্তাহৰ অন্তৱৰ্তী জামিন লাভ কৰে ৷

আনহাতে খেড়াৰ এই জামিনৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অসম চৰকাৰ। চৰকাৰৰ আৱেদনৰ ভিত্তিত আদালতে শুনানি লৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ এসপ্তাহৰ অন্তৱৰ্তী জামিনত স্থগিতাদেশ জাৰি কৰি খেড়াক জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ নিৰ্দেশ দিয়ে ৷

সেই অনুসৰি খেড়াই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ জৰিয়তে জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ আদালতত খেড়াৰ হৈ কমল নয়ন চৌধুৰীৰ লগতে দিল্লীৰ পৰা ভাৰ্ছুৱেলি অভিষেক মনু সিংভীয়ে শুনানিত অংশ লয় আৰু অসম চৰকাৰৰ হৈ আদালতত যুক্তি দাঙি ধৰে অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ৷ দুয়ো পক্ষৰ শুনানিৰ অন্তত আদালতে খেড়াৰ জামিন নাকচ কৰিছিল I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: passport fake casePawan Khera's advance bailRiniki Bhuyan SarmaSupreme Court
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d