Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ফটকা ফাটি বিপদৰ সৃষ্টি কৰিলে কি কৰিব?

publisher by publisher
October 18, 2025
in Lifestyle
Reading Time: 1 min read
0
ফটকা ফাটি বিপদৰ সৃষ্টি কৰিলে কি কৰিব?
2
SHARES
18
VIEWS
ShareShareShareShare

Diwali:✒️দীপাৱলীৰ অৰ্থ পোহৰ আৰু আনন্দৰ উৎসৱ। এই দিনটোত সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে ফটকাৰ জিলিকনিত আনন্দ কৰে। ৰঙীন মশাল, চৰকি, টিউবৰি, ফুলজাৰি জুলাই নিদিলে দীপাবলী কি? কিন্তু উৎসৱৰ আনন্দৰ মাজত বিপদ হ’ব পাৰে।

ADVERTISEMENT

পর্যাপ্ত সচেতনতাৰ অভাৱত এই সমস্যা প্রতিবাৰেই আমাৰ দৃষ্টিগোচৰ হয়। ফটকা জুলাই থাকোতে হাত জুলি নোযোৱা লোকৰ সংখ্যা বৰ কম নহয়। বিশেষকৈ যেতিয়া ফটকা, হাত বা শৰীৰৰ যিকোনো অংশ জুলাই অসাবধানতাৰে জুলাব পাবে! গতিকে আগতীয়াকৈ জনাটো জৰুৰী, এনে পৰিস্থিতিৰ সম্মুখীন হ’লে লগে লগে কি কৰিব লাগে?

RelatedPosts

ছয় লক্ষাধিক কোটি টকাৰ বিক্ৰী: এইবাৰৰ দীপাৱলীৰ নতুন অভিলেখ

দীপাৱালীৰ পাছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক 

প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

প্রাথমিক চিকিৎসাৰ দ্বাৰা ইয়াৰ স’তে দ্রুত আৰু সঠিকভাবে কেনেকৈ মোকাবিলা কৰিব? এগৰাকী বিশিষ্ট ছালৰ বিশেষজ্ঞ ডাঃ শত্রুপা মণ্ডলে পৰামর্শ দিয়ে।

দীপাৱলীৰ সময়ত ফটকা ফাটি জুলিলে কেনেকৈ প্রাথমিক চিকিৎসা কৰিব?

(১) প্রথমে আঘাতপ্রাপ্ত ব্যক্তিজনক জুইৰ ঠাইৰ পৰা আঁতৰাই আনিব লাগে। পোৰা ঠাইখিনিৰ ওপৰত ঠাণ্ডা পানী ঢালি দিব ১০ৰ পৰা ২০ মিনিট। ইয়াৰ ফলত বিষ আৰু ফুলা কম হোৱাত সহায় কৰে। ইয়াৰ ফলত দাগ পৰাৰ সম্ভাৱনাও কমি যায়। যদি তৎক্ষণাত পানী নাপায় তেন্তে যিকোনো ঠাণ্ডা পৰিষ্কাৰ তৰল ব্যৱহাৰ কৰিব পাৰে।অৱশ্যে পোনে পোনে বৰফ লগাব নালাগে। ইয়াৰ ফলত বিপৰীত হ’ব পাবে।

(২) পোৰা ঠাইৰ চাৰিওফালে থকা যিকোনো গহনা, ঘড়ী, ব্রেচলেট বা টান কাপোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলাব লাগে। ইয়াৰ ফলত ছাল ফুলিলে চাপৰ সৃষ্টি হ’ব পাৰে। যদি কাপোৰখন ছালত লাগি থাকে তেন্তে জোৰকৈ খুলি পেলাব নালাগে।

(৩) ঠাণ্ডা হোৱাৰ পাছত পোৰা ঠাইখিনি বীজাণুমুক্ত ননষ্টিক বেণ্ডেজ, পৰিষ্কাৰ প্লাষ্টিকৰ বেগ বা ক্লিং ফিল্ম (প্লাষ্টিক বেপ) বে ঢাকি দিব লাগে। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়। ঢিলাকৈ ঢাকি দিব। অতিমাত্রা টান নকৰিব। কপাহী বা ফুলি উঠা কাপোৰ ব্যৱহাৰ নকৰিব। এইবোৰ ঘাত লাগি থাকিব পাৰে।

(৪) বিষ বেছি হ’লে ব্যক্তিজন সচেতন হ’লে চিকিৎসকৰ পৰামৰ্শ মতে ইবুপ্ৰ’ফেন বা পেৰাচিটামল আদি বিষনাশক ঔষধ খাব পাৰে।

কেতিয়াও কি কৰিব নালাগে

১) ঘৰতে পোৰা ঠাইত মাখন, তেল, পেষ্ট, টুথপেষ্ট বা পাউদাৰ প্ৰয়োগ নকৰিব। এইবোৰে তাপ আবদ্ধ কৰি সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

(২) ফোঁহা ওলালে কটাই দিব নালাগে। ফোঁহাই আচলতে ছালখনক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। যদি ফোঁহাটো নিজে ফাটি যায় তেন্তে মৃদু চাবোন আৰু পানীৰে পৰিষ্কাৰ কৰি বীজাণুমুক্ত বেণ্ডেজ লগাওক। কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?

(১) যদি পোৰা ঠাই অতি গভীৰ বা বগা আৰু জুলা মাংসৰ দৰে দেখা যায় তেন্তে ওচৰৰ চিকিৎসালয়লৈ যাব লাগে।

(২) যদি আক্রান্ত ব্যক্তিৰ হাতৰ তলুৱাতকৈ পোৰা ঠাই ডাঙৰ হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগিব।

(৩) চকু, মুখ, হাত, ভবি, যৌনাংগ বা ডাঙৰ গাঁঠিত যদি পোৰা হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগিব।

(৪) সাধাৰণ ঔষধৰ দ্বাৰা বিষৰ পৰা উপশম নাপালে। পোৰা ঠাইত যদি বঙা পৰা, পূজ বা ফুলা দেখা দিয়ে তেন্তে ই সংক্ৰমণৰ লক্ষণ। এনে অৱস্থাত লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

চকুত কিবা এটা সোমাই গ’লে কি কৰিব?

যদি আতচবাজীৰ কণা বা স্ফুলিংগ আপোনাৰ চকুত সোমাই যায়, তেন্তে কেতিয়াও ঘাঁহ নাথাকিব। ১০ মিনিটৰ বাবে ঠাণ্ডা পানীৰে চকু খুব। তাৰ পাছত পৰিষ্কাৰ কাপোৰ বা প্লাষ্টিকৰ কাপ শিল্ডেৰে লাহে লাহে ঢাকি লওক আৰু লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। কেতিয়াও চকুত হেঁচা নিদিব।

এই তথ্যসমূহ কেবল প্রাথমিক চিকিৎসাৰ বাবে। গুৰুতৰভাবে পোৰা বা সন্দেহজনক অবস্থা হ’লে সদায় চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। উৎসৱৰ বতৰত সাৱধান আৰু নিৰাপদে থাকক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diwalifirecracker
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d