Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ইনস্টাগ্রামত ১০ হেজাৰ ফ’ল’ৱাৰ লাভৰ আটাইতকৈ সহজ উপায়

publisher by publisher
October 22, 2025
in Lifestyle
Reading Time: 1 min read
0
ইনস্টাগ্রামত ১০ হেজাৰ ফ’ল’ৱাৰ লাভৰ আটাইতকৈ সহজ উপায়
1
SHARES
13
VIEWS
ShareShareShareShare

Instragram:✒️আজি বিশ্বৰ লাখ লাখ মানুহে ইনস্টাগ্রামৰ পৰা ধন উপাৰ্জন কৰি আছে। এনে পৰিস্থিতিত প্রতিজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিচাৰে যে তেওঁলোকৰ ফ’ল’ৱাৰৰ তালিকাখন অতি দীঘলীয়া হওক।

ADVERTISEMENT

যদি আপুনিও বিচাৰে যে ইনস্টাগ্রামত আপোনাৰ অনুসৰণকাৰীৰ তালিকা দ্রুতগতিত বৃদ্ধি পাবলৈ আৰম্ভকৰক, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান বিশেষ কথা মনত ৰাখিব লাগিব। আজি সেই পাঁচটা পইণ্টৰ বিষয়ে কওঁ যিবোৰে আপোনাৰ ফ’ল’ৱাৰ বৃদ্ধিৰ কাম কৰে।

RelatedPosts

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

সেনা জোৱানসকলে এইবাৰ ‘আংশিকভাৱে’ ব্যৱহাৰ কৰিব পাৰিব ছ’চিয়েল মিডিয়া ! 

ভাৰতত টিভি-অ’টিটিতকৈ অধিক জনপ্ৰিয় হৈছে ইনষ্টাগ্ৰাম ৰীল্‌ছ 

ইউজাৰনেম আৰু বায়’ত থকা কীৱৰ্ডৰ প্ৰতি মনোয়োগ দিয়ক

আপোনাৰ কণ্টেণ্ট ট্রেন্ডিং কৰিবলৈও ইনস্টাগ্রামৰ চাৰ্চ ফিচাৰ ব্যৱহাৰ কৰা হয়। ইনস্টাগ্রাম আপোনাৰ বাবে ভাল কাম কৰিবলৈ আৰম্ভ কৰিব যেতিয়া আপোনাৰ ইডজাৰনেম আৰু বায়’ই আপুনি কি কৰে সেয়া স্পষ্টকৈ ক’ব। যদি আপুনি এজন ফিটনেছ প্রশিক্ষক, তেন্তে আপোনাৰ ব্যৱহাৰকাৰীৰ নামো আপোনাৰ পেছাৰ স’তে মিলিব লাগে, যেনে; Fit With Sarah’। এনে পৰিস্থিতিত মানুহে আপোনাক সহজে বিচাৰিব পাৰিব। আপোনাৰ কথাও আপোনাৰ বায়’ত চুটি আৰু স্পষ্ট শব্দৰে লিখিব লাগে। লগতে নিশ্চিতভাৱে এটা কল টু একচন বুটাম যোগ কৰক, যেনে বিনামূলীয়া বৰ্কআউটৰ বাবে তলৰ লিংকটোত ক্লিক কৰক। ইয়াৰ ফলত মানুহে আপুনি কৰা কামবোৰ সহজে বুজিব পাৰে আৰু তেওঁলোকে আপোনাক অনুসৰণ কৰে।

বায়’ক সঠিকভাবে ব্যৱহাৰ কৰক

Instagram bio য়ে আপোনাৰ পেজটো ভ্রমণ কৰাসকলৰ ওপৰত প্রথম ছাপ ৰাখে, গতিকে ইয়াক অতি আকর্ষণীয় কৰি তোলক। আপোনাৰ হাতত মাত্র ১৫০টা আখৰ আছে, গতিকে সেইবোৰ বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। বায়’ত কওক আপুনি কোন, আপুনি কি কবে আৰু মানুহে আপোনাক কিয় অনুসৰণ কৰিব লাগে। ইয়াত আপোনাৰ ব্যক্তিত্ব অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে যদি আপুনি বেকাৰী চলায় তেন্তে লিখিব পাৰে ‘প্রতিদিনে সতেজভাৱে বেক কৰা সুখ।’ আপোনাৰ ৱেবছাইটৰ লিংক বা তাত বিশেষ অফাৰ এটা যোগ কৰিবলৈ নাপাহৰিব, যাতে মানুহে তাত ক্লিক কৰি আপোনাৰ পেজত উপনীত হ’ব পাৰে।

ছ’চিয়েল মিডিয়াত নিজৰ প্ৰচাৰ কৰক

যদি আপুনি ইতিমধ্যে ফেচবুক বা টুইটাৰৰ দৰে প্লেটফর্মত সক্রিয়, তেন্তে আপোনাৰ ইনস্টাগ্রাম পেজৰ প্ৰচাৰৰ বাবেও সেইবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক। ইয়াৰ উপৰি নিশ্চিতভাবে আপোনাৰ ইনস্টাগ্রাম ব্যৱহাকাৰীৰ নাম আৰু আপোনাৰ ইমেইল স্বাক্ষৰ আপোনাৰ ব্লগ বা বিজনেছ কার্ডত যোগ কৰক। আপুনি কিউ আৰ কোডো ব্যৱহাৰ কৰিব পাৰে যাতে মানুহে আপোনাক সহজে বিচাৰি পায় আৰু অনুসৰণ কৰিব পাৰে। এইদৰে আপুনি সেইসকল লোকৰ কাষ চাপিব পাৰে যিসকলে আপোনাক ইতিমধ্যে চিনি পায় আৰু ভাল পায়, কিন্তু হয়তো এতিয়াও আপোনাক ইনস্টাগ্রামত ফ’ল’ কৰা নাই।

সময়ক মনত ৰাখিব

যদি আপুনি সেই সময়ত পোষ্ট কৰে যেতিয়া আপোনাৰ অনুসৰণকাৰীসকল বেছি সক্রিয় হয়, তেন্তে অধিক লোকে আপোনাৰ কন্টেন্ট চাব আৰু ইয়াৰ প্ৰতিও প্রতিক্রিয়া প্রকাশ কৰিব। ইয়াৰ বাবে আপুনি Instagram Insights সঁজুলি ব্যৱহাৰ কৰি জানিব পাৰে যে আপোনাৰ সৰ্বাধিক দর্শক কেতিয়া অনলাইন আছে।

দৰ্শকৰ পছন্দ বুজিব

ইনস্টাগ্রাম ফ’ল’ৱাৰ বৃদ্ধি কৰিবলৈ প্ৰথমে আপুনি কাৰ লগত কথা পাতিছে সেয়া বুজাটো গুৰুত্বপূৰ্ণ। অর্থাৎ আপোনাৰ আদৰ্শ অনুগামী কোন, তেওঁলোকে কি ভাল পায় আৰু তেওঁলোকৰ সমস্যা কি। এই কথা জানিব । পাৰিলে আপোনাৰ দৰ্শকে কেনে ধৰণৰ কন্টেন্ট ভাল পায় সেইটোও জানিব। এনে পৰিস্থিতিত আপুনি একে ধৰণৰ কন্টেন্ট তৈয়াৰ কৰিব পাৰিব, যিয়ে আপোনাৰ স’তে সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Instragram
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d