Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সুদীর্ঘ পাঁচ দশকৰ মূৰত নিজৰ জন্মগাঁৱৰ বতাহ সেৱন থুইংগালেং মুইভাৰ

publisher by publisher
October 23, 2025
in India, News
Reading Time: 1 min read
0
সুদীর্ঘ পাঁচ দশকৰ মূৰত নিজৰ জন্মগাঁৱৰ বতাহ সেৱন থুইংগালেং মুইভাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

২০১৫ৰ চুক্তিৰ ভিত্তিত নগা সমস্যা সমাধানৰ দাবী ইউনাইটেড নগা কাউন্সিলৰো

NSCN-IM ৰ কঠোৰ স্থিতি

Thuingaleng Muivah:✒️অৱশেষত সুদীর্ঘ পাঁচ দশকৰ মূৰত মণিপুৰৰ নিজৰ জন্মগাঁৱৰ বতাহ সেৱন কৰিলে এনএছচিএন (আই-এম)ব মুৰব্বী থুইংগালেং মুইভাই। ইয়াৰ পূর্বেও মণিপুৰৰ উজ্জ্বল জিলাৰ ছ’মডাল নামৰ নিজৰ জন্মগাঁওখনত উপস্থিত হ’বলৈ মুইভাই একাধিকবাৰ চেষ্টা কৰিছিল; কিন্তু তেওঁৰ উপস্থিতিক লৈ প্রতিবাৰেই সৃষ্টি হৈছিল তীব্র বাধাৰ। আনকি বাধা প্রদান কৰা কে’বাজনো লোকৰ প্ৰাণহানিও হৈছিল।

ADVERTISEMENT

এইবাৰ পৰিৱেশ আছিল ব্যতিক্রম। মুইভাৰ আগমনক লৈ গাঁওবাসী যথেষ্ট আগ্রহী আছিল। উৎসুকতাৰে তেওঁলোকে সময় পাৰ কৰিছিল। মুইভাৰ আগমনৰ বতৰাই মণিপুৰ আৰু নগালেণ্ডত এক চেপা উত্তেজনাময় পৰিৱেশৰো সৃষ্টি কৰিছিল।

সেই সকলো অৱসান ঘটাই বুধবাৰে দুপৰীয়া অৱশেষত নিজৰ জন্মগাঁৱত ৯১ বছৰ বয়সত উপস্থিত হ’বলৈ সক্ষম হয় উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ উগ্রপন্থী সংগঠনটোৰ মুৰব্বীজন।

ছ’মডালৰ এটা টাংখুল নগা পৰিয়ালত মুইভাৰ জন্ম হৈছিল। অত্যন্ত স্বাভিমানী মুইভা আছিল নগা নেচনেল কাউন্সিল (এনএনচি) ৰ সাধাৰণ সম্পাদক। এনএনচি গঠনৰে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ নগা অধ্যুষিত অঞ্চলক স্বাধীন কৰাৰ লক্ষ্য লৈছিল।

পৰৱৰ্তী সময়ত তেওঁ এনএনচি ত্যাগ কৰিছিল আৰু ১৯৯০ৰ জানুৱাৰীত ইছাক চিচিছু আৰু এছ এছ খাপলাঙক লৈ এনএছচিএন গঠন কৰিছিল। পৰৱৰ্তী সময়ত খাপলাঙৰ লগত বিভিন্ন কথাক লৈ তেওঁৰ মতভেদ হৈছিল।

তাৰ ফলস্বৰূপে খাপলাঙে নিজে এটা এনএছচিএন গোট গঠন কৰাৰ বিপৰীতে মুইভা আৰু চিচিছুৱে আনটো গোটৰ নেতৃত্ব দিছিল। সেই সূত্রেই তেওঁলোকৰ উগ্রপন্থী গোটটোৰ নাম হৈছিল এনএছচিএন (আইএম)।

দুর্ধর্ষ উগ্রপন্থী সংগঠনটোক নেতৃত্ব দিয়াৰ সূত্রে মুইভাক জালত পেলাবলৈ চৰকাৰে বৃহৎ জাল পাতিছিল। মুইভাৰ সন্ধান দিওতালৈ এক লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।

নগা জাতীয়তাবাদক সশস্ত্র সংগ্ৰামৰ মাধ্যমৰে ঐক্যবদ্ধ কৰা এনএছচিএন (আইএম)ৰ লগত ২০১৫ত কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তি সম্পাদন কৰি ‘ৰূপৰেখা চুক্তি’ও প্রস্তুত কৰে। এই চুক্তি কৰাৰ এবছৰ পাছতে অর্থাৎ ২০১৬ত গুৰুতৰভাৱে অসুস্থ হৈ ইছাক চিচিছুৰ মৃত্যু হয়।

শেষবাৰৰ বাবে ২০১০ত মুইভাই নিজৰ জন্মগাঁৱত উপস্থিত হ’বলৈ চেষ্টা কৰিছিল; কিন্তু মণিপুৰৰ সেই সময়ৰ কংগ্ৰেছ চৰকাৰে তেওঁক ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়া নাছিল। ইয়াকে লৈ মুইভাৰ হেজাৰ হেজাৰ সমৰ্থকে মণিপুৰ-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত তীব্র প্রতিবাদ গঢ়ি তুলিছিল।

প্রতিবাদ দমন কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলিচালনা কৰাত ছজন লোকৰ মৃত্যু হৈছিল।

উল্লেখ্য যে নগা জাতীয়তাবাদী সংগ্রামক বিদ্রোহী কার্যকলাপৰে আগবঢ়াই নিবলৈ আজিৰ পৰা ৬১ বছৰ পূৰ্বে ঘৰ এৰি ওলাই গৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ পিতামহ স্বৰূপ হিচাপে খ্যাত মুইভাই।

তাৰ পাছত আজি দুপৰীয়া তেওঁ এখন হেলিকপ্টাৰৰে উপস্থিত উদ্বুলৰ বাকচিৰ খেলপথাৰত। তাত তেওঁক বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনোৱা হয়। বাকচিৰ পৰা একেখন হেলিকপ্টাৰত উৰা মাৰি তেওঁ উপস্থিত হয় ছ’মডালত। ছ’মডালতো তেওঁক উষ্ম আদৰণি জনায় গাঁওবাসীয়ে।

মুইভাক আদৰণি জনাবলৈ দূৰ-দূৰণিৰ পৰা অহা নগা লোকেৰে ছ’মডাল উপচি পৰিছিল। হেলিকপ্টাৰৰ পৰা নামি তেওঁ খোজকাঢ়ি আগবাঢ়ি গৈছিল। নিজৰ ঘৰখনত উপস্থিত হৈছিল। মুইভা হ’ল পৰিয়ালৰ পঞ্চম সন্তান। তেওঁৰ জ্যেষ্ঠ ভগ্নী আৰু দুই জ্যেষ্ঠ ভ্রাতৃৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁৰ ৮০ বছৰীয়া কনিষ্ঠ ভ্রাতৃ এতিয়াও ছ’মডালতে বাস কৰে। নিজৰ জন্মস্থানত উপস্থিত হৈ মুইভাই তেওঁক এই সুযোগ দিয়াৰ বাবে নেদেখাজনলৈ কৃতজ্ঞতা জনায়।

একে সময়তে চিনাকি বহু মুখ সন্মুখত নথকাত গভীৰ দুখ প্রকাশ কৰে। তেওঁ কয়, ‘মোক মোৰ জন্মস্থানলৈ লৈ অহাৰ বাবে ভগৱানক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো; কিন্তু আজি মই বহু মানুহক দেখা নাই, যিয়ে মোক জানিছিল, যিয়ে মোক ভাল পাইছিল। তেওঁলোক আজি নোহোৱা হৈ গ’ল।

এনেদৰে প্ৰজন্ম আহিব আৰু যাব; কিন্তু ৰাষ্ট্র ৰৈ যাব। আমি যিবোৰ মহান বিষয়ক লৈ যুঁজি আছো, সেইবোৰ আজি ইয়াত সমবেত হোৱা বহুততকৈ পুৰণি। আমি আত্মসমর্পণ কৰা নাই। স্বাধীন নাগালিম আজিও আমাৰ লক্ষ্য। শেষ মুহূৰ্তলৈ আমি নাগালিমৰ বাবে যুঁজি যাম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Thuingaleng Muivah
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d