Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অৱশেষত পৰীক্ষামূলক বিদ্যুৎ উৎপাদন নামনি সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ

publisher by publisher
October 25, 2025
in Assam, News
Reading Time: 1 min read
0
অৱশেষত পৰীক্ষামূলক বিদ্যুৎ উৎপাদন নামনি সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Chhaygaon Protest: অসম চৰকাৰ গ ‘ বেক , মেঘালয় চৰকাৰ গ ‘ বেক ধ্বনিৰে তিনি সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ

Hydro power plant:✒️সকলো আন্দোলন, প্রতিবাদ ওফৰাই অৱশেষত বিদ্যুৎ উৎপাদনৰ টার্বাইন ঘূৰিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ। অসমৰ মূৰৰ ওপৰত নিৰ্মাণ কৰা জলবোমা সদৃশ প্রকল্পটোত কালি এটা গোটৰ টার্বাইন ঘূৰাই পৰীক্ষামূলকভাৱে বিদ্যুৎ উৎপাদন আৰম্ভ কৰে এনএইছপিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ভূপেন্দৰ গুপ্তাই।

ADVERTISEMENT

ইয়াৰ লগে লগে অহা নৱেম্বৰৰ পৰা প্ৰকল্পটোত বিদ্যুৎ উৎপাদনৰ দুৱাৰো মুকলি হ’ল। অসমৰ এটা বৃহৎ অংশক চিৰদিনলৈ মৃত্যুৰ গহ্বৰলৈ নিক্ষেপৰ আশংকাৰ সৃষ্টি কৰি এই বৃহৎ প্রকল্পত দৈনিক দুহেজাৰ মেগাৱাটকৈ বিদ্যুৎ উৎপাদন কৰা হ’ব।

অৱশ্যে প্রথমতে পাঁচটা গোটতহে বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। মুঠ আঠটা গোট থকা প্রকল্পটোৰ প্রতিটো গোটৰ দৈনিক উৎপাদন ক্ষমতা হ’ল ২৫০ মেগাৱাট। নৱেম্বৰৰ পৰা উৎপাদন আৰম্ভ কৰিব পৰাকৈ জল ভাণ্ডাৰত পানী জমা কৰা প্রক্রিয়া সম্প্রতি অব্যাহত আছে।

বৃহৎ এই নদীবান্ধটো নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৩ত অনুমোদন জনাইছিল। তাৰ দুবছৰ পাছৰ পৰা বান্ধ নিৰ্মাণৰ কাম আৰম্ভ হয়। নির্মাণ কার্য আগবঢ়াৰ পাছত বান্ধটোৰ বিৰুদ্ধে অসমত ২০০৯ৰ পৰা বিৰোধ আৰম্ভ হয়। সেই বিৰোধ ক্রমে তীব্ৰতৰ হৈ পৰে। আনকি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠনৰ পূৰ্বে বিজেপিৰ তদানীন্তন সভাপতি ৰাজনাথ সিং পর্যন্ত বান্ধ বিৰোধী আন্দোলনত জঁপিয়াই পৰিছিল। ইয়াৰ ফলস্বৰূপে ২০১১ৰ পৰা নিৰ্মাণ কাৰ্য সম্পূর্ণৰূপে বন্ধ হৈ পৰে।

বান্ধটো অসমৰ বাবে অতি ভয়াবহ হৈ পৰা হেতুকে আৰু নিৰ্মাণৰ বিসংগতিৰ অভিযোগেৰে বিষয়টো ন্যায়ালয়ৰো মজিয়া পায়। সোৱণশিৰি নদীকে ধৰি অসমৰ জৈৱ বৈচিত্র্য বান্ধটোৱে ধ্বংস কৰিব বুলি অভিযোগ উত্থাপিত হয়। ইয়াকে লৈ সেউজ ন্যায়াধিকৰণতো গোচৰ ৰুজু হয়। বান্ধটোৰ সুৰক্ষাক লৈ বিশেষজ্ঞ সমিতি গঠন হয়। বিশেষজ্ঞ সমিতিয়ে বান্ধটোৰ বহু দুৰ্বল দিশ পোহৰলৈ আনে। সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন দল- সংগঠনৰ ৰাজপথত প্রতিবাদ অব্যাহত থাকে।

এইবোৰৰ মাজতে ২০১৪ত বিজেপিৰ নেতৃত্বত কেন্দ্ৰত এনডিএৰ চৰকাৰ গঠন হয়। চৰকাৰ গঠনৰ পাছত নিৰ্বাচনৰ আগৰ স্থিতিৰ পৰা ওলোটা খৰ মাৰি স্তব্ধ হৈ পৰা বান্ধটোৰ নিৰ্মাণ কাৰ্যক গতি দিবলৈহে নৰেন্দ্ৰ মোদী চৰকাৰ তৎপৰ হয়। লক্ষ্যণীয়ভাবে বান্ধ বিৰোধী আন্দোলনেৰে এটা সময়ত অসমক স্তব্ধ কৰি দিয়া আন্দোলনকাৰীসকলো সন্দেহজনক স্থিতিত গাঁতত সোমাবলৈ ধৰে।

২০১৯৩ সেউজ ন্যায়াধিকৰণে এনএইছপিচিৰ সপক্ষে ৰায় দিয়ে। তাৰ পাছতে অর্ধনির্মিত হৈ থকা বান্ধটো সম্পূৰ্ণ কৰি তুলিবলৈ এনএইছপিচি একপ্ৰকাৰ জঁপিয়াই পৰে। অৱশেষত তাৰেই ফলশ্রুতিত শুকুৰবাৰে টার্বাইন ঘুৰিবলৈ সক্ষম হয়। শেহতীয়া নির্মাণ কাৰ্যৰ সময়তো পানীৰ প্ৰবল হেঁচাৰ ফলত প্রায় সঘনে বান্ধটোৰ বিভিন্ন অংশৰ ক্ষতি হৈ আহিছে। এইবোৰেও বান্ধৰ সুৰক্ষাৰ দিশটোক লৈ প্রশ্ন উত্থাপন কৰি আহিছে।

লক্ষ্যণীয়ভারে তেনে বিষয়বোৰক উপেক্ষা কৰি আহিছে এনএইছপিচি কর্তৃপক্ষই। কাৰণ সংস্থাটোৰ মূল লক্ষ্য হ’ল বান্ধটোৰ নির্মাণ তৎপৰতাৰে সম্পূর্ণ কৰি তোলা। অৱশেষত সেই লক্ষ্যত আজি ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটো উপনীত হ’ল। ২০০৫ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ সময়ত বৃহৎ বান্ধটোৰ প্ৰস্তাৱিত ব্যয় ধার্য কৰা হৈছিল ৬,২৮৫ কোটি টকা। আনহাতে, নির্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল ২০১১। সেই ব্যয়ৰ পৰিমাণ সম্প্রতি বৃদ্ধি হৈছে প্রায় ২৬ হেজাৰ কোটি টকালৈ।

বিগত ২০১১ৰ পৰা ২০১৯লৈ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ ফলতে ব্যয়ৰ পৰিমাণ এনেদৰে বৃদ্ধি হয় বুলি সংস্থাটোৱে দাবী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hydroelectric Project
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d