Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বৰ এক বিশেষ স্থানত কঠোৰভাৱে নিষিদ্ধ মানৱৰ জন্ম-মৃত্যু

ভংগুৰ বাস্তুতন্ত্ৰ ৰক্ষাৰ বাবেই প্রয়োগ অদ্ভুত নিয়ম

publisher by publisher
October 29, 2025
in News, world
Reading Time: 1 min read
0
বিশ্বৰ এক বিশেষ স্থানত কঠোৰভাৱে নিষিদ্ধ মানৱৰ জন্ম-মৃত্যু

^BMODEL RELEASED^b. Newborn baby's foot. Nurse pressing the sole of a newborn's baby's foot.

1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Bizarre : এবছৰীয়া সন্তানৰ গোটেই শৰীৰত টেটু ! ট্ৰ’লিঙৰ সন্মুখীন মাতৃ

মাতৃৰ শৰীৰত থাকিলেও কৰ’নাত আক্ৰান্ত হ’ব পাৰে শিশু ,দাবী গৱেষকৰ

গৰ্ভাৱস্থাত আক্ৰান্ত হ’ল শিশু

জন্ম আৰু মৃত্যু ক’ত কেনেকৈ হ’ব, সেয়া নিশ্চিতভাৱে স্থিৰ কৰাটো কঠিন। অথচ এই পৃথিবীতে এনে এক ঠাই আছে, য’ত মানুহৰ যিদৰে জন্ম হ’ব নোৱাৰে, তেনেকৈ মৃত্যুও হ’ব নোৱাৰে। অর্থাৎ সেই স্থানত মানুহৰ জন্ম আৰু মৃত্যু কঠোৰভাৱে নিষিদ্ধ। সেই স্থান হৈছে নৰ’ৱেৰ আৰ্কটিক দ্বীপ ছুৱালবার্ড।

ADVERTISEMENT

এই দ্বীপ নিজৰ অনন্য তথা ৰহস্যময় নিয়মৰ বাবেই বিখ্যাত। মানুহৰ জন্ম আৰু মৃত্যু কঠোৰভাৱে নিষিদ্ধ হোৱা এই দ্বীপেই হৈছে বিশ্বৰ একমাত্র স্থান। নৰ’ৱেৰ একাংশ স্থানৰ দৰে ছুৱালবার্ড দ্বীপতো শীতকালত ছমাহলৈ সূর্য দেখা পোৱা নাযায়।

এই সূর্যহীন শীতৰ মাহসমূহত হতাশাৰ আশংকা বৃদ্ধি পায় বাবেই ই ‘বিষন্ন দ্বীপ’ নামেৰেও পৰিচিত। ৪০খনৰো অধিক দেশৰ দ্বাৰা অনুমোদিত ১৯২০ৰ ছুৱালবার্ড চুক্তিৰ আধাৰতে ছুৱালবার্ড পৰিচালিত হয়।

নৰ’ৱেৰ এই দ্বীৰত স্থায়ী হাস্পতাল আৰু অন্ত্যেষ্টিক্ৰিয়াৰ ব্যবস্থা নাই। গৰ্ভৱতী মহিলাসকলক ৩৬ সপ্তাহৰ পাছত নৰ’ৱেৰ মূল ভূখণ্ডৰ ট্ৰমছোলৈ স্থানান্তৰ কৰা হয়। সেইদৰে মৃতসকলকো তাৰ পৰা স্থানান্তৰিত কৰা হয়। এই নিয়মসমূহে কেৱল জীবনচক্রকে পৰিচালনা নকৰে, বৰঞ্চ দ্বীপৰ ভংগুৰ বাস্তুতন্ত্ৰকো ৰক্ষা কৰে।

ইউৰোপৰ উত্তৰ প্ৰান্তৰ পৰা এহেজাৰ কিলোমিটাৰ দূৰত অৱস্থিত ছুৱালবার্ড দ্বীপপুঞ্জ। ইয়াৰ প্ৰধান চহৰ হৈছে লংইয়াৰবিয়েন, য’ত প্রায় ২,৫০০ লোকে বাস কৰে। বাসিন্দাসকলৰ ভিতৰত প্ৰধানকৈ বিজ্ঞানী, খনি শ্রমিক আৰু পর্যটক। ইয়াত পৰিয়াল আৰম্ভকৰা আৰু জীৱনৰ অন্তিম দিনকেইটা অতিবাহিত কৰাটো নিষিদ্ধ।

এই প্রসংগত এজন স্থানীয় চিকিৎসকে কয়, ‘আমাৰ এটা মৌলিক চিকিৎসা সেৱা আছে; কিন্তু জটিল প্ৰসৱ বা জীৱনৰ শেষ পৰ্যায়ৰ যত্নৰ বাবে সম্পদৰ অভাৱ আছে। ৰোগীসকলক তাৎক্ষণিকভাবে বিমানযোগে ট্রমছোলৈ প্ৰেৰণ কৰা হয়।’

২০১৭ত এগৰাকী মহিলাই সেই দ্বীপতে সন্তান প্ৰসৱৰ চেষ্টা কৰিছিল; কিন্তু নিয়মৰ বাবেই তেওঁক আঁতৰাই নিয়া হৈছিল। একেদৰে, ২০২৩ত মৃত্যুৰ সময়ত এজন বয়স্ক ব্যক্তিক বিমানেৰে লৈ যোৱা হৈছিল। এই ঘটনাবোৰ বিৰল; কিন্তু নিয়মবোৰ কঠোৰ।

নৰ’ৱেৰ চৰকাৰে দাবী কৰে যে স্বাস্থ্য সুৰক্ষাৰ বাবে এই ব্যৱস্থাবোৰ অপৰিহাৰ্য, বিশেষকৈ শীতকালত যিহেতু বিমান চলাচল বন্ধ থাকে।

ছুৱালবাৰ্ডৰ ইতিহাসো সমানেই আকর্ষণীয়। প্রাথমিকভাৱে ষোড়শ শতিকাত তিনি চিকাৰৰ বাবে এই দ্বীপ আৱিষ্কৃত হ’লেও পৰৱৰ্তী সময়ত ই কয়লা খনিৰ কেন্দ্ৰ হৈ পৰে। ১৯৯০ৰ পৰা ইয়াত পৰিৱেশ সুৰক্ষাই মূল উদ্দেশ্য হৈ পৰে।

বিশ্বৰ বৃহত্তম বীজ সংৰক্ষণ কেন্দ্ৰ ‘গ্ল’বেল ছীড ভল্ট’ ইয়াতেই অৱস্থিত। য’ত এক আৰবৰো অধিক বীজ আছে। ইয়াৰ ফলত এই কেন্দ্রক ‘ডুমছড়ে আর্ক’ বুলিও কোৱা হয়। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ফচল ৰক্ষাৰ বাবে এই ভল্টটো অত্যন্ত গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে এই দ্বীপত মানুহৰ কার্যকলাপ নিষিদ্ধ। কুকুৰ পালন আৰু প্লাষ্টিকৰ বেগ ব্যৱহাৰ নিষিদ্ধ। জন্ম আৰু মৃত্যুৰ নিয়মে নিশ্চিত কৰে যে নতুন কোনো কবৰস্থান নিৰ্মাণ কৰা নহ’ব, যি মাটি প্ৰদূষণ ৰোধ কৰিব। যদিও ছুৱালবার্ডত ইতিমধ্যেই এহেজাৰৰো অধিক কবৰ আছে, তথাপি কোনো নতুন কবৰ নিৰ্মাণ নহয় তথা মৃতদেহ কবৰ দিয়াৰ বাবে মূল ভূখণ্ড নৰ’ৱেলৈ লৈ যোৱা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Baby
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d