Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ বিহাৰ কাৰ দখলত: নীতিশৰ নে কপাল ফুলিব তেজস্বীৰ!

publisher by publisher
November 12, 2025
in India, News
Reading Time: 1 min read
0
এইবাৰ বিহাৰ কাৰ দখলত: নীতিশৰ নে কপাল ফুলিব তেজস্বীৰ!
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

চৰকাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ দিব পাৰিলে ৰাজনীতি এৰিম

একেৰাহে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাত নীতিশ কুমাৰ

Bihar Election:✒️তেজস্বী যাদৱক সন্মুখত লৈ নীতিশ কুমাৰ আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সর্বশক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিহাৰত এনডিএৰ নেতৃত্বত পুনৰ চৰকাৰ গঠনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে অধিকাংশ একজিট প’লত।

ADVERTISEMENT

২৪৩ খন আসন সমৃদ্ধ বিহাৰ বিধানসভা নির্বাচনত মঙলবাৰে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়। অহা ১৪ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। সেইদিনাই নিশ্চিত হ’ব বিহাৰত এইবাৰো নীতিশ কুমাৰেই নেতৃত্ব দিব নে, ৰাজ্যবাসীয়ে তেজস্বী যাদৱৰ দৰে মুখ্যমন্ত্ৰীৰ পদৰ নতুন মুখক দায়িত্ব অর্পণ কৰিব। প্রথম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰত ভোটদানৰ হাৰ আছিল ৬৫.০৮ শতাংশ। দ্বিতীয় পর্যায়ত অর্থাৎ কালি ভোটদানৰ হাৰ হয় প্রায় ৭৯ শতাংশ।

বিহাৰত ৭৯ শতাংশ ভোটদান হোৱাটো এক অভিলেখ। তথাপি এই হাৰ আন বহু ৰাজ্যৰ তুলনাত যথেষ্ট কম। বিৰোধীৰ মহাগট বন্ধনে ভোটদানৰ হাৰ বৃদ্ধিত বিশেষ গুৰুত্ব দিছিল। তেজস্বী যাদৱৰ নিৰ্বাচনৰ মূল বিষয় আছিল পৰিৱৰ্তন। এই পৰিৱৰ্তন আহিবলৈকে ৰাজ্যবাসীক হিলদল ভাঙি ভোটদান কৰিবলৈ বিৰোধীৰ মহাগট বন্ধনৰ অন্তর্ভুক্ত দলবোৰে হিলদল ভাঙি ৰাইজক ভোট কেন্দ্ৰলৈ আহিবলৈ আহ্বান জনাইছিল।

মঙলবাৰে ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত মহাগট বন্ধনৰ সেই লক্ষ্য সন্তুষ্টি লাভ কৰিব পৰাকৈ পূৰণ নহ’ল বুলি ৰাজনৈতিক মহলত চর্চা চলিছে। বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰে চমক দিবলৈ কার্পণ্য কৰা নাছিল বিজেপি আৰু মহাগট বন্ধনৰ অন্যতম কংগ্রেছে। দল দুটাৰ সমগ্ৰ দেশৰ নেতৃবৃন্দ প্ৰচাৰৰ সময়ত বিহাৰৰ নিৰ্বাচনত জঁপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিক প্ৰচাৰত ভাগ লোৱাৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়েও এই ক্ষেত্ৰত কার্পণ্য কৰা নাছিল।

এই সকলো তৎপৰতা মঙলবাৰে ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে সামৰণি পৰে। লগে লগে আৰম্ভ হৈছে এইবাৰ চৰকাৰ বোলা প্রশ্নটোক লৈ উৎকণ্ঠা। এক চিৰাচৰিত ব্যৱস্থা হৈ পৰাৰ দৰে ভোটদান শেষ হোৱাৰ লগে লগে কালি কে’বাটাও সংস্থাই বিহাৰৰ নিৰ্বাচনৰ সম্ভাব্য ফলাফল ঘোষণা কৰে। বিহাৰত এই পৰিৱৰ্তন হ’বই বুলি দেশৰ বিৰোধী ৰাজনৈতিক শিবিৰ আত্মবিশ্বাসী হৈ থকাৰ সময়তে অধিকাংশ একজিট প’লত প্রতিষ্ঠান বিৰোধী ভোটকহে নস্যাৎ কৰা হৈছে। সেই কাৰণে বিজেপি নেতৃত্বাধীন এনডিএক অধিকাংশ একজিট প’লত কংগ্রেছ নেতৃত্বাধীন মহাগট বন্ধনৰ তুলনাত বেছি আসন দিয়া হৈছে।

বিহাৰৰ এইবাৰৰ নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ জনসুৰজ পাৰ্টিৰ ওপৰত বিশেষ দৃষ্টি নিবদ্ধ আছিল; কিন্তু একজিট প’লত দলটোক অতি নিশকতীয়া ৰূপতহে দেখা পোৱা গৈছে। মাত্ৰিজে নামৰ সংস্থাই এনডিএক ১৪৭-১৬৭লৈ আসন দিছে। সংস্থাটোৰ মতে, মহাগট বন্ধনক ৭০-৯০ খন আসন দিছে। অন্যান্যক দিয়া হৈছে দুই-আঠ খন আসন। পিপ’লছ পালছ নামৰ সংস্থাটোৰ সমীক্ষা মতে, এনডিএই লাভ কৰিব ১৩৩-১৫৯ খন আসন। মহাগট বন্ধনে লাভ কৰিব ৭৫-১০১ খন আসন। অন্যান্যক দিয়া হৈছে দুই-আঠখন আসন।

জেভিচি নামৰ সংস্থাটোৰ সমীক্ষা মতে, এনডিএই লাভ কৰিব ১৩৫-১৫০ খন আসন। মহাগট বন্ধনে পাব ৮৮-১০৩ খন আসন। অন্যান্যই লাভ কৰিব তিনি-ছখন আসন। আনহাতে, দৈনিক ভাস্কৰৰ মতে, এনডিএই পাবলগীয়া আসনৰ সংখ্যা ১৪৫-১৬০ খন। ইয়াৰ বিপৰীতে মহাগট বন্ধনে ৭৩-৯১ খন আসন পাব। দৈনিক ভাস্কৰৰ সমীক্ষা মতে, জনসুৰজ পার্টিয়ে এখনো আসন নাপায়। অন্যান্যই পাঁচ-১০ খন আসন পাব।

চাণক্যৰ মতে, এনডিএ লাভ কৰিবলগীয়া আসনৰ সংখ্যা হ’ল ১৩০-১৩৮ খন। মহাগট বন্ধনে পাব ১০০-১০৮ খন আসন। আনহাতে, তিনি-পাঁচখন আসন অন্যান্যই লাভ কৰিব।

পিপ’লছ ইনছাইডৰ সমীক্ষা মতে, এনডিএই লাভ কৰিবলগীয়া আসনৰ সংখ্যা ১৩০-১৪৮ খন। মহাগট বন্ধনে পাব ৮৭-১০২ খন। অন্যান্যই লাভকৰিব তিনি-ছখন আসন।

এনেদৰে ইটোৰ পাছত সিটো সংস্থাই এনডিএৰ জয়জয়কাৰ দেখুওৱাৰ বিপৰীতে জাৰ্ণ’ মিৰৰ নামৰ সংস্থাটোৱে বিপৰীত ছবিহে দাঙি ধৰিছে। সংস্থাটোৰ মতে, বিহাৰত এইবাৰ পৰিৱৰ্তন নিশ্চিত। কিয়নো বিৰোধীৰ মহাগট বন্ধনে লাভকৰিবলগীয়া আসনৰ সংখ্যা হ’ল ১৩০-১৪০ খন। ইয়াৰ বিপৰীতে এনডিএ ১০০-১১০ খন আসনত সীমাবদ্ধ থাকিব।

উল্লেখ্য যে বিহাৰত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ন্যূনতম ১২২ খন আসনৰ প্ৰয়োজন। যদিও ভাৰতীয় নির্বাচনী ইতিহাসত বহু সময়ত এনে প্রাক্ নির্বাচনী সমীক্ষা ফলাফলৰ বিপৰীত হোৱাৰ বহু উদাহৰণ আছে, তাৰ মাজতে ফলাফল মিলি যোৱাৰো উদাহৰণ কম নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Election
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d