Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চৰকাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ দিব পাৰিলে ৰাজনীতি এৰিম

publisher by publisher
November 19, 2025
in India, News
Reading Time: 1 min read
0
চৰকাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ দিব পাৰিলে ৰাজনীতি এৰিম
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

একেৰাহে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাত নীতিশ কুমাৰ

বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত দলীয় সমন্বয়ৰ অভাৱো বিপৰ্যয়ৰ অন্যতম কাৰণ

Bihar Election:✒️নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাহ্মণলৈ মহিলাসকলক ১০ হেজাৰ টকাকৈ একাউণ্টযোগে আদায় দিয়াতে বিহাৰৰ নীতিশ কুমাৰ চৰকাৰ ক্ষান্ত থকা নাছিল। সদ্যসমাপ্ত নির্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে দবিদ্র ৰাজ্যখনৰ ডেৰ কোটি মহিলাক দুই লাখ টকাকৈ দিয়াৰো প্রতিশ্রুতি দিছিল নীতিশ চৰকাৰে।

ADVERTISEMENT

মঙলবাৰে এই কথা উল্লেখ কৰি জন সুৰাজ পাৰ্টিৰ মুৰব্বী তথা একালৰ নিৰ্বাচনী ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোবে অংগীকাৰ কৰে যে যদি নতুন এনডিএ চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি সঁচাকৈয়ে ডেৰ কোটি মহিলাক দুই লাখ টকাকৈ দিবলৈ সক্ষম হয়, তেন্তে তেওঁ ৰাজনীতিৰ পৰাই অৱসৰ ল’ব। অৱশ্যে এনডিএলৈ এই প্রত্যাহ্বান জনাওতে তেওঁ পূৰ্বৰ অংগীকাৰ সলনি কৰে। সদ্যসমাপ্ত নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ত কিশোৰে অংগীকাৰ কৰিছিল যে যদি নীতিশ কুমাৰৰ জনতা দল ইউবে ২৫ খন আসনতো জয়লাভ কৰে তেন্তে তেওঁ ৰাজনীতি ত্যাগ কৰিব।

কিশোৰৰ এই দাবীৰ বিপৰীতে যোৱা ১৪ নৱেম্বৰত দেখা গ’ল যে জেডিইউৱে পূৰ্বৰবাৰতকৈ একপ্ৰকাৰ দুগুণ আসনত জয়লাভ কৰে। এইবাৰ জেডিইউ ৮৫ খন আসনত জয়যুক্ত হয়। একেদৰে বিজেপিয়েও ৮৯ খনত জয়লাভ কৰে। ফলত অবিশ্বাস্যভাৱে ২০২ খন আসনত এনডিএই জয় সাব্যস্ত কৰি ক্ষমতালৈ উভতি আহে। ইয়াৰ পাছতে জন সুৰাজ পার্টিয়ে অভিযোগ উত্থাপন কৰে যে নিৰ্বাচনৰ প্ৰাহ্মণলৈ ৪০ হেজাৰ কোটি টকা বিনামূলীয়া আঁচনিৰ জৰিয়তে বিলাইহে এনডিএই পুনৰ ক্ষমতা দখল কৰিছে।

আনকি বিশ্ববেংকৰ পৰা ঋণৰূপে পোৱা ১৪ হেজাৰ কোটি টকাও নীতিশ চৰকাৰে নিৰ্বাচনৰ প্ৰাক্ষণত মহিলাসকলৰ মাজত বিলাই দিলে বুলি দলটো সৰৱ হৈ উঠে। একেদৰে কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে ভোেট চুৰিৰ জৰিয়তেহে এনডিএই বিহাৰত পুনৰ হস্তগত কৰিবলৈ সক্ষম হয় বুলি অভিযোগ কৰি আহিছে। ইয়াৰ বিপৰীতে ফলাফল ঘোষণাৰ দিনাৰ পৰা ফলাফলক লৈ কিশোৰ মৌন হৈ থাকে।কালি তেওঁ মৌনতা ভংগ কৰি দলৰ শোচনীয় পৰাজয়ৰ দায়িত্বও স্বীকাৰ কৰে।

তেওঁ কয়, ‘আমি আৰম্ভণিৰ পৰাই ইতিবাচক মনোভাৱেৰে যথেষ্ট কষ্ট কৰিলো। আমি চৰকাৰ সলনি কৰাত ব্যৰ্থ হ’লো। বোধহয়, জনতাক আমাৰ কথা বুজোৱাত আমি ক’ৰবাত ব্যৰ্থ হ’লো। মই সকলো দোষ মূৰ পাতি লৈছো। আমি আমাৰ ভুল-ত্রুটিৰ পুনৰীক্ষণ কৰিম।’ তেওঁ লগতে কয় যে তেওঁ এদিনৰ বাবে ‘মৌন উপবাস’ত থাকিব। ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ কথাটো বাদেই, ক্ষমতাৰ এটা পৰিৱৰ্তনো সাধন কৰিবলৈ সক্ষম নোহোৱাৰ কথা স্বীকাৰ কৰে জন সুৰাজৰ মুৰব্বীজনে।

তেওঁ লগতে কয়, ‘আমি এক সৎ পদক্ষেপ লৈছিলো; কিন্তু সম্পূৰ্ণৰূপে অসফল হ’লো। কিন্তু আমি বিহাৰৰ ৰাজনীতিৰ পৰিৱৰ্তন সাধনত নিশ্চিতভাবে কিছু ভূমিকা পালন কৰিলো।’ লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ এতিয়াই ৰাজনীতি ত্যাগ নকৰে। তেওঁ কয়, ‘আমি পূৰ্বৰ শক্তিৰেই অটল হৈ থাকিম। যিসকলে ভাবিছে মই বিহাৰ ত্যাগ কৰিম বুলি, তেওঁলোকৰ ধাৰণা সম্পূৰ্ণৰূপে ভুল। জেডিইউৱে ২৫ খন আসনত জয়ী হৈ দেখুৱাওক বুলি মই পূৰ্বে কৰা মন্তব্যক লৈ মানুহে বহু কথা কৈছে। যদি প্রতিশ্রুতি অনুসৰি নীতিশ কুমাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ টকা দিব পাৰে আৰু তেওঁ ভোট কিনি ভুল নাই কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে মই কোনো চৰ্ত অবিহনেই ৰাজনীতি ত্যাগ কৰিম।’

অৱশ্যে তেওঁ ৪০ হেজাৰ কোটি টকাৰে নীতিশ চৰকাৰে ভোট কিনাৰ যি অভিযোগ উত্থাপন হৈছে সেয়া মানি ল’বলৈ অস্বীকাৰ কৰে। জনতাই নিজৰ ভৱিষ্যৎ আৰু সন্তানৰ ভৱিষ্যৎ বিক্ৰী নকৰে বুলিও দাবী কৰি তেওঁ লগতে কয়, ‘প্রথমবাৰৰ বাবে স্বাধীন ভাৰতত বিশেষকৈ বিহাৰত চৰকাৰে জনতাৰ বাবে ৪০ হেজাৰ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্রুতি দিছে। সেয়েহে এনডিএই বৃহৎ জয় সাব্যস্ত কৰিলে। ইয়াকে লৈ বিতৰ্কৰ অন্ত নাই।’ তেওঁ লগতে দাবী কৰে যে ভবিষ্যতে জন সুৰাজ জয়ী হ’বই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Election
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d