Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আত্মঘাতী বোমাৰু ডাঃ ওমৰলৈ নির্দেশ আহিছিল তুৰস্কৰ পৰা

publisher by publisher
November 14, 2025
in News, India
Reading Time: 1 min read
0
আত্মঘাতী বোমাৰু ডাঃ ওমৰলৈ নির্দেশ আহিছিল তুৰস্কৰ পৰা
1
SHARES
12
VIEWS
ShareShareShareShare

Delhi:✒️ফৰিদাবাদৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১৩ আৰু চাৰি নম্বৰ অট্টালিকাত দিল্লী বিস্ফোৰণৰ পৰিকল্পনা প্রস্তুত হৈছিল। যোৱা সোমবাৰৰ সন্ধিয়া লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ ওচৰৰ শক্তিশালী আত্মঘাতী কাৰ বোমা বিস্ফোৰণৰ তদন্তকাৰী সংস্থাই এই তথ্য উদ্ধাৰ কৰিছে। ব্যক্তিগত খণ্ডৰ এই চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১৩ নম্বৰ অট্টালিকাত আত্মঘাতী বোমাৰু ডাঃ ওমৰ মহম্মদে আৰু চাৰি নম্বৰ অট্টালিকাত তেওঁৰ সহযোগী ডাঃ মোজাম্মিল আহমেদে বাস কৰিছিল।১৩ নম্বৰ অট্টালিকাটোৰ ওচৰতে গৱেষণাগাৰ অৱস্থিত।

ADVERTISEMENT

তদন্তকাৰীৰ সূত্ৰৰ মতে এই অট্টালিকাই আছিল ডাঃ ওমৰ, মোজাম্মিল আৰু তেওঁলোকৰ আন এক সহযোগী ডাঃ আদিলৰ পৰিকল্পনা প্রস্তুতৰ কেন্দ্র।তদন্তকাৰীয়ে এই দুটা অট্টালিকাৰ পৰা ডাঃ ওমৰৰ কে’বাখনো ডায়েৰী আৰু নোটবুক উদ্ধাৰ কৰিছে। এই ডায়েৰী আৰু নোটবুকসমূহত বহু সাংকেতিক শব্দ, বহুসংখ্যকৰ নাম আৰু ফোন নম্বৰ উদ্ধাৰ হৈছে। কেৱল সেয়াই নহয়, সন্ত্রাসবাদীয়ে যোৱা আঠ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰৰ ভিতৰত বিস্ফোৰণ তথা আক্রমণ সংঘটিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ তথ্য জব্দকৃত এই নথিপত্রসমূহত উদ্ধাৰ হৈছে বুলি সূত্রই প্রকাশ কৰিছে।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

মণিপুৰত বোমা বিস্ফোৰণৰ পাছতে উত্তেজনা তীব্ৰ, পাঁচ জিলাত ইণ্টাৰনেট বন্ধ

তদন্তকাৰীয়ে সন্দেহ কৰা অনুসৰি দৰাচলতে এই সন্ত্রাসবাদীৰ গোটটোৱে ভাৰতত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। সূত্ৰই জনোৱা মতে, আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উদ্ধাৰ হোৱা ডাঃ ওমৰৰ ডায়েৰীত ‘শ্বিপমেন্ট’, ‘পেকেজ’ আৰু ‘অপাৰেছন’ৰ দৰে কেতবোৰ সাংকেতিক শব্দ পোৱা গৈছে। আনকি ‘অপাৰেছন’ শব্দটো উদ্ধাৰ হোৱা ডায়েৰীসমূহত বহুসংখ্যক ঠাইৰ নাম অনেকবাৰ লিখা আছে। তদুপৰি এই ডায়েৰীসমূহৰ পৰা ২৫-৩০ জন লোকৰ নাম তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। এই লোকসকল জম্মু-কাশ্মীৰ আৰু ফৰিদাবাদ তথা ইয়াৰ ওচৰ-পাঁজৰৰ বাসিন্দা। এই লোকসকলক সন্ত্রাসবাদীৰ চক্ৰটোৱে তেওঁলোকৰ পৰিকল্পনাত যুক্ত কৰাৰ লক্ষ্য লৈছিল বুলিও তদন্তকাৰীয়ে সন্দেহ কৰিছে। এনেদৰে ‘ডাক্তৰ মডিউল’ তৈয়াৰ কৰে চক্ৰটোৱে।

ইতিমধ্যে আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বহুসংখ্যক কৰ্মচাৰীক তদন্তকাৰী সংস্থাই সোধপোছ কৰিছে। সূত্ৰৰ মতে, যদি আত্মঘাতী বোমাৰুজনে যোৱা ১০ নৱেম্বৰত বিস্ফোৰণ ঘটাবলৈ সক্ষম নহ’লহেঁতেন তেন্তে চক্ৰটোৱে তাৰ বিকল্প পৰিকল্পনাও প্রস্তুত কৰি ৰাখিছিল। এই পৰিকল্পনাক ১২ নৱেম্বৰৰ ভিতৰত বাস্তৱ ৰূপ দিয়াৰ লক্ষ্য লৈছিল সন্ত্রাসবাদীয়ে।

আনহাতে, তদন্তকাৰীৰ এক সূত্ৰৰ মতে ডাঃ ওমৰ আৰু মোজাম্মিলৰ ডায়েৰীত উদ্ধাৰ হোৱা সাংকেতিক শব্দবোৰৰ অৰ্থ উদ্ধাৰ হ’লে অনেক তথ্য পোহৰলৈ আহিব। সূত্রটোৱে লগতে দাবী কৰে যে ডাঃ ওমৰ আৰু মোজাম্মিল আদিক বিদেশৰ পৰা সন্ত্রাসবাদীয়ে পৰিচালনা কৰে। বিদেশত থকা সন্ত্রাসবাদী নেতাৰ স’তে তেওঁলোকে টেলিগ্রাম, ছেছন নামৰ শক্তিশালী ‘এনক্রিপ্টেড’ মেচেজিং এপৰ মাধ্যমৰে যোগাযোগ কৰিছিল। গতিকে আনে তেওঁলোকৰ এনে বাৰ্তালাপৰ ভু পোৱা নাছিল।

ইপিনে, দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰুজন যে ডাঃ ওমৰেই আছিল সেয়া ডিএনএ পৰীক্ষায়ো নিশ্চিত কৰিছে। ইতিমধ্যে ডাঃ ওমৰৰ মাতৃ আৰু ভ্ৰাতৃৰ ডিএনএ পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ প্রতিবেদনো তদন্তকাৰী সংস্থাই লাভ কৰিছে বুলি সূত্রই জনায়। সূত্ৰৰ মতে এই প্রতিবেদনত আত্মঘাতী বোমাৰুজন ডাঃ ওমৰেই বুলি উল্লেখ আছে।

ডাঃ ওমৰলৈ নিৰ্দেশ আহিছিল তুৰস্কৰ পৰা

দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰলৈ তুৰন্ধৰ পৰা নির্দেশ আহিছিল। এই কথা সদৰী কৰি তদন্তকাৰী সংস্থাৰ এক সূত্রই জনায় যে তুৰস্কৰ পৰা সন্ত্রাসবাদী নেতাই এক সাংকেতিক নামৰে ডাঃ ওমৰৰ স’তে যোগাযোগ ৰক্ষা কৰে। আত্মঘাতী ওমৰৰ স’তে যোগাযোগৰ ক্ষেত্ৰত সন্ত্রাসবাদী নেতাই ব্যৱহাৰ কৰা এই সাংকেতিক নাম হ’ল ‘উকাছা’। আৰবী ভাষাত উকাছাৰ অৰ্থ হ’ল মকৰা।

সূত্ৰৰ মতে, এই সাংকেতিক নামধাৰীয়ে ডাঃ ওমৰ আৰু তেওঁৰ সহযোগীসকলৰ স’তে নিয়মিত যোগাযোগ ৰক্ষা কৰে। মূলতঃ পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদ আৰু অনছাৰ-গজৱাত-উল-হিন্দৰ স’তে ডাঃ ওমৰৰ যোগাযোগৰ ক্ষেত্ৰত মাধ্যমৰূপে কাম কৰে ‘উকাছা’ই। তেওঁলোকে এই যোগাযোগ কৰোতে ‘ছেছন’ এপ ব্যৱহাৰ কৰে। বাতৰি লিখা পৰলৈ তদন্তকাৰীয়ে এই সাংকেতিক নামধাৰীৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তদন্তকাৰীয়ে সন্দেহ কৰা মতে উকাছাই দিল্লীত সন্ত্রাসবাদীৰ গতিবিধি, সন্ত্রাসবাদীক ধন যোগান আৰু সন্ত্রাসবাদীসকলৰ মগজু প্ৰক্ষালনৰ কাম সম্পন্ন কৰে।

সূত্ৰৰ মতে, ২০২২ত ডাঃ ওমৰ আৰু তেওঁৰ সহযোগীসকলে তুৰস্ক ভ্রমণ কৰে। তেতিয়াই তেওঁলোকৰ স’তে উকাছাৰ সংযোগ স্থাপন হয়। তাৰ পাছৰে পৰা উকাছাই তুৰস্কৰ ৰাজধানী আংকাৰাৰ পৰা এই সন্ত্রাসবাদীসকলক পৰিচালনা কৰিবলৈ লয়। আনকি ২০২২তে উকাছাই ভাৰতৰ বিভিন্ন চহৰত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। সূত্ৰৰ মতে ডাঃ ওমৰে আংকাৰাত দুসপ্তাহ কটাইছিল। প্রথম অৱস্থাত তেওঁলোকৰ মাজত যোগাযোগৰ মাধ্যমৰূপে টেলিগ্রাম ব্যৱহাৰ হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে ছেছন এপ ব্যৱহাৰ কৰিবলৈ লয়। ইয়াৰ সমান্তৰালভাৱে ভাৰতত তেওঁলোকে শ্লীপাৰ ছেল নিয়োগ কৰিবলৈ লয়। ভাৰতত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাৰ বাবে এই চক্রই বিস্ফোৰক সংগ্ৰহৰ কামো দুবছৰ পূৰ্বে আৰম্ভ কৰে।

সূত্রই জনোৱা মতে সম্প্রতি চোৰাংচোৱাই উকাছাৰ ডিজিটেল তথ্য সংগ্ৰহৰ চেষ্টা কৰিছে। পাকিস্তানী সন্ত্রাসবাদীৰ স’তে উকাছাৰ সম্পৰ্ক কেনে তাৰ তথ্যও উদ্ধাৰৰ চেষ্টা কৰিছে চোৰাংচোৱাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bomb BlastDELHI
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d