Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati :গুৱাহাটীৰ চান্দমাৰীস্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ স্মৃতিত "সুধাকণ্ঠ প্ৰেক্ষাগৃহ" নামেৰে নামাকৰণ নিজৰাপাৰ বিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ , ৪২ লাখ টকাৰ চৰকাৰী অনুদানেৰে এই গৃহ নিৰ্মাণ

publisher by publisher
November 27, 2025
in Assam
Reading Time: 1 min read
0
Guwahati :গুৱাহাটীৰ চান্দমাৰীস্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

Chandmari:মহানগৰীৰ চানমাৰিত বোৱাৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

Guwahati :

চৰকাৰী বিদ্যালয়ৰ উন্নয়নমুখি যাত্ৰা । যি সময়ত চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যতক লৈ ভিন্ন চৰ্চা অব্যাহত আছে , ঠিক তেনে সময়তে চৰ্চা লৈ আহিছে গুৱাহাটীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ধাউতি হেৰুওৱাৰ সময়তে ন ৰূপেৰে ন উদ্যমেৰে আগুৱাইছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়।ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ উন্নীত কৰণ কৰা হৈছে বিদ্যালয় খন ।

ADVERTISEMENT

চৰকাৰী বিদ্যালয় জীয়াই ৰখাৰ চৰকাৰী চেষ্টাৰ ফলশ্ৰুতিত আজি গুৱাহাটীৰ চান্দমাৰী স্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন অনুষ্ঠান আয়োজন কৰা হয় ।প্ৰায় ৪২ লাখ টকাৰ চৰকাৰী অনুদানেৰে এই গৃহ টো নিৰ্মাণ কৰা হৈছে । বিদ্যালয় গৃহটোত দুটা শ্ৰেণীকোঠা আৰু প্ৰথম মহলাত নিজৰাপাৰ বাসিন্দা প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত “সুধাকণ্ঠ প্ৰেক্ষাগৃহ” নামেৰে এটি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হয় । নৱ নিৰ্মিত এই ভৱন উদ্বোধন কৰে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ পি ডব্লিও ডি বিভাগৰ বিশেষ সচিব  ৰাজ চক্ৰবৰ্তীয়ে ।

অনুষ্ঠানত সাংবাদিক প্ৰণয় বৰদলৈৰ লগত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী আৰু বিশিষ্ট অতিথি সকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাই সাংবাদিকৰ আগত কয় যে , এনে উন্নীত কৰণে চৰকাৰী বিদ্যালয় আৰু বহু দিনলৈ জীয়াই ৰাখিব । এনেকৈ আধুনিক ভৱন নিৰ্মাণ কৰি দিলে , উপযুক্ত শিক্ষক নিযুক্তি দিলে , সকলো যাৱতীয় সুবিধা কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় নগৈ সকলো চৰকাৰী বিদ্যালয়লৈ আকৌ ঘূৰি আহিব । ১৯৫৬ চনত স্থাপিত ঐতিহ্যমণ্ডিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ যাত্ৰা খেৰীঘৰৰ পৰা আৰম্ভ , ছাত্ৰ – ছাত্ৰী সকলে ধাৰি লৈ স্কুললৈ আহিছিল  আৰু আজি এই ঐতিহ্যমণ্ডিত বিদ্যালয় খন এটা ধুনীয়া অট্টালিকাত পৰিণত হ’ল ।

১০০ ৰো অধিক ছাত্ৰ – ছাত্ৰী পাঠগ্ৰহণ কৰে স্কুল খনত । লগতে প্ৰধান শিক্ষক গৰাকীয়ে কয় যে , আমাৰ এই আগশাৰী ঐতিহ্যমণ্ডিত নিজৰাপাৰ বিদ্যালয়ৰ পৰা পাঠদান কৰা ছাত্ৰ – ছাত্ৰী বৰ্তমান বহু ভাল – ভাল পদবীত কৰ্মৰত আছে। ইয়াৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য , মলয়া বৰুৱা ,ৰাজ চক্ৰৱৰ্তী , প্ৰণয় বৰদলৈ আদি । মই আজি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছো যে , চৰকাৰী স্কুলত শ্ৰেণী অনুযায়ী শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা কৰক তেতিয়া ছাত্ৰ – ছাত্ৰী সকল চৰকাৰী বিদ্যালয় মুখি হ’ব । এই নৱনিৰ্মিত গৃহটোত ছাত্ৰ – ছাত্ৰীৰ বাবে দুটা শ্ৰেণীকোঠা আৰু বিদ্যালয়খনৰ বিভিন্ন অনুষ্ঠানৰ বাবে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chandmarinizarapar l p schoolsudhakantha bhawan opening
publisher

publisher

Related Posts

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d