Missing:
লাহদৈগড় আৰক্ষী চকী অন্তৰ্গত দিহা গজপুৰীয়া নিবাসী গৌতম বৰাৰ ১৬ বছৰীয়া কিশোৰ পুত্ৰ মৃগাংক বৰা ২৪ নৱেম্বৰত সহপাঠী সৈতে হোলোঙাপাৰ লাচিত মৈদামত লাচিত দিৱস অনুষ্ঠান লৈ বগা পেন্ট , কলা ৰঙৰ জেকেট পৰিধান কৰি আহিছিল । গধূলি লৈকে ঘৰ গৈ নোপোৱাত খা খবৰ লৈ কোনো শুংসুত্ৰ নোপোৱাত লাহদৈগড় আৰক্ষী চকী ত নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছে গৌতম বৰাই । সদাশয় লোকে কিশোৰ জনৰ সম্ভেদ পালে ৯১০১৯৯৯৯০১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে ।
ADVERTISEMENT



































