Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সাতটকীয়া কণীৰ মূল্য ১০ টকালৈ বৃদ্ধি অসমত

publisher by publisher
December 2, 2025
in Assam, News
Reading Time: 1 min read
0
সাতটকীয়া কণীৰ মূল্য ১০ টকালৈ বৃদ্ধি অসমত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

কণী কিয় খাব লাগে জানেনে?

শিশুৰ স্বাস্থ্যৰ বিকাশত কি খুৱাব ? 

স্বাভাৱিকতকৈ অধিক উর্ধ্বমুখী অসমত কণীৰ মূল্য

Eggs:✒️শীতকাল আৰম্ভ হোৱাৰ লগে লগে দেশৰ বজাৰত পূৰ্বৰ তুলনাত এইবাৰ অধিক পৰিমাণত বৃদ্ধি হৈছে কণীৰ মূল্য। সেই সুযোগেই গ্ৰহণ কৰি অসাধু ব্যৱসায়ীয়ে অসমত অস্বাভাৱিক ৰূপত বঢ়াইছে কণীৰ মূল্য। ইয়াৰ প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ পৰা আৰম্ভ কৰি চৰকাৰী স্তৰলৈও পৰিছে; অথচ ইয়াকে লৈ সকলো নিমাত।

ADVERTISEMENT

এখন বিয়াগোম বিধানসভাৰ অধিবেশনো এই মূল্যবৃদ্ধিৰ জোৱাৰৰ মাজতে পাৰ হৈ গ’ল। শাসক পক্ষ বাদেই, বিৰোধীৰো এষাৰ মাত মাতিবলৈ অৱকাশ নোলাল। কণীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্রভাৱ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো পৰিছে। নাম প্রকাশত অনিচ্ছুক প্রাথমিক বিদ্যালয়ৰ লগত জড়িত শিক্ষক সংস্থা এটাৰ বিষয়ববীয়াই কয় যে মধ্যাহ্ন ভোজনত মাজে সময়ে পইচাৰ নাটনি হ’লে এটা কণীক দুভাগ কৰি ছাত্র-ছাত্রীক যোগান ধৰা হয়। সেইখিনি কৰিবলৈও এতিয়া ১০ বাৰ ভাবিবলগীয়া হৈছে।

ভাৰতত কণীৰ বজাৰ নিয়ন্ত্ৰণ কৰি আহিছে নেচনেল এগ কো-অর্ডিনেচন কমিটী (এনইচিচি) য়ে। সংস্থাটোরে শেহতীয়াকৈ সদৰী কৰা অনুসৰি, যোৱা ২১ নৱেম্বৰৰ পৰা উৎপাদনস্থলীতে কণীৰ মূল্য বৃদ্ধি হয়। অন্ধ্র প্রদেশৰ কে’বাখনো জিলাৰ লগতে তামিলনাডুৰ নমক্কালতে ভাৰতৰ ভিতৰত সৰ্বাধিক কণী উৎপাদন হয়।

আজিৰ দিনটোত এই উৎসস্থলীত এক প্লেট কণীৰ পাইকাৰী মূল্য ১৮৩ টকা আৰু এটা কণীৰ মূল্য ৬.১০ টকা। একেদৰে এক কার্টন কণীৰ মূল্য ১,২৮১ টকা। যোৱা ২২ নৱেম্বৰৰ পৰাই এই মূল্য বাহাল আছে। এনইচিচিৰ মতে, উক্ত মূল্যৰ ভিত্তিত এটা কণীৰ খুচুৰা মূল্য হ’ব লাগে সর্বাধিক ৬.৪৭ টকা। এনেদৰে এক প্লেটৰ মূল্য হ’ব লাগে ১৯৩.৯৮ টকা।

পৰিবহণ ব্যয়ৰ ভিত্তিত এনইচিচিৰ মতে অকল গুৱাহাটীৰ বজাৰত প্ৰতিটো কণীৰ পাইকাৰী মূল্য হ’ব লাগে ৬.৬৮ টকা। এক প্লেটৰ মূল্য হ’ব লাগে ২০০.৪০ টকা আৰু এক কার্টন কণীৰ মূল্য হ’ব লাগে ১৪০৩ টকা। ইয়াৰ বিপৰীতে অসমত এক কার্টন কণীৰ মূল্য আজি ১৫৮০ টকা পর্যন্ত বৃদ্ধি হয়।

একেদৰে প্ৰতি প্লেটৰ মূল্যবৃদ্ধি হয় ২৪০ৰ পৰা ২৬০ টকা পর্যন্ত। ইয়াৰ ভিত্তিতে প্রতিটো কণীৰ মূল্য খুচুৰা বজাৰত ঠাই বিশেষে ১০ টকা পর্যন্ত বৃদ্ধি হয়। এনেদৰে নিশাৰ ভিতৰতে ৩০ৰ পৰা ৪০ টকা পর্যন্ত প্রতি কার্টন আৰু প্রতি প্লেট কণীৰ মূল্য বৃদ্ধি হোৱাৰ ফলত বজাৰত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আগন্তুক দিনত এই মূল্য অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে।

কিয়নো এনইচিচিয়ে আশংকা ব্যক্ত কৰিছে যে ডিচেম্বৰত উৎসতে কণীৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাবনা প্রবল।দেশৰ বজাৰত হোৱা মূল্যবৃদ্ধিৰ সুযোগ লৈ অসমত অভাৱনীয় ৰূপত কণীৰ দাম বৃদ্ধি হোৱা বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। অসমত কণীকে ধৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰা প্ৰতিবিধ সামগ্ৰীৰ মূল্য অসাধু চক্ৰৰ দৌৰাত্ম্যুত ভয়ংকৰ ৰূপত ঊর্ধ্বগামী হৈ আহিছে।

ইয়াৰ স্পষ্ট প্রমাণ হ’ল যোৱা ছেপ্টেম্বৰৰ শেষত সম্পন্ন হোৱা বিটিচিৰ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই ৰাজ্যৰ বজাৰত কণী আৰু কুকুৰাৰ মূল্য আকস্মিকভাবে ৩০ টকা পর্যন্ত অবনমিত হয়। প্রশাসন সলনি হোৱাৰ লগে লগে বজাৰত পৰা এই প্ৰভাৱে অসম-পশ্চিমবংগ সীমান্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথত চলা ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্যকে প্রতিফলিত কৰিছে। তাৰে দুমাহ পাছত সৃষ্টি হোৱা কণীৰ মূল্যৰ জুই ছাই দামৰ অন্তৰালত পুনৰ তেনে চক্র সক্রিয় হৈ উঠা বুলি অভিযোগ উত্থাপিত হৈছে।

তেনে চক্ৰৰ শিবিৰ সম্প্রতি সলনি হোৱা বুলি অন্ধ্র প্ৰদেশৰ পৰা ট্রাকেৰে কণী আমদানি কৰা বৃহৎ ব্যৱসায়ীৰ সূত্ৰই সদৰী কৰে। তাৰ পৰিণতিতে একাংশ পাইকাৰী ব্যৱসায়ীয়ে মূল্য বঢ়াবলৈ বাধ্য হোৱাত খুচুৰা বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে। অসমত চাহিদাৰ বিপৰীতে কণীৰ যোগান যথেষ্ট কম হোৱাটোৱে এনে চক্রক লুণ্ঠনত অধিক সহায় কৰিছে।

উল্লেখ্য যে ৰাজ্যখনত কণীৰ দৈনিক চাহিদা ৫০ লাখ। ইয়াৰ বিপৰীতে অসমত দৈনিক উৎপাদন হয় সর্বাধিক ১৭ লাখ কণী। ফলস্বৰূপে অসমে বহিঃৰাজ্যৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে। বহিঃৰাজ্যৰ পৰা দৈনিক আগমন হোৱা ট্ৰাকৰ পৰা ছিণ্ডিকেট আৰু কমিছন চক্ৰই বজাৰৰ চাহিদাৰ ভিত্তিত আদায় কৰি আহিছে ভিন ভিন পৰিমাণৰ ধন। তাৰ ওপৰতে নিৰ্ভৰ কৰি ৰাজ্যৰ কণীৰ বজাৰখনৰ মূল্যতো উঠা-নমা চলি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: eggs
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d