Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ঠাণ্ডাত ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ !

publisher by publisher
December 7, 2025
in Lifestyle
Reading Time: 1 min read
0
ঠাণ্ডাত ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ !
2
SHARES
22
VIEWS
ShareShareShareShare

Sore Throat:✒️ঠাণ্ডাৰ প্রকোপ বাঢ়িছে। লগে লগে বৃদ্ধি পাইছে নানা ধৰণৰ ভাইৰাছ আৰু বেক্টেৰিয়েল আক্রমণ। এনে সময়ত সবাতোকৈ বেছিকৈ ভোগে শিশুবোৰে। বিশেষকৈ ডিঙিৰ বিষ, জ্বৰ আৰু অন্যান্য উপসৰ্গত। বেছিৰ ভাগ ডিঙিৰ যন্ত্রণাই হৈছে শ্বাসযন্ত্রৰ ওপৰৰ অংশৰ প্রদাহজনিত কাৰণত। তাৰ লগতে জ্বৰ, মুৰৰ বিষ, কাণৰ বিষ হ’ব পাৰে, ঢোক গিলিবলৈ কষ্ট হয় বা কাহো হ’ব পাৰে।

ADVERTISEMENT

বিভিন্ন ধৰণৰ ভাইৰাছ, বিশেষকৈ বাইনো ভাইৰাছ ইয়াৰ বাবে দায়ী। কেতিয়াবা স্ট্রেপটোকক্কাছ বেক্টেৰিয়াই আক্রমণ কৰিলেও ডিঙিৰ বিষ হয়। সেয়ে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কৰণীয়খিনিও আপুনি জানি থোৱা ভাল।

RelatedPosts

 Immunity : কৰ’নাৰ সংক্ৰমনক লৈ আতংকিত ?কি দৰে বৃদ্ধি কৰিব শৰীৰৰ প্ৰতিৰোধশক্তি

⇨ নিমখযুক্ত কুহুমীয়া গৰম পানীয়ে কেৱল জীবাণুবোৰকে পৰিষ্কাৰ নকৰে, লগতে প্রদাহ আৰু বিষ কমোৱাতো সহায় কৰে।

একাপ কুহুমীয়া গৰম পানীত আধা চামুচ নিমখ মিহলাই লওক। স্বাদৰ বাবে কেইটোপালমান মৌ মিহলাই ল’ব পাৰে। সেই মিশ্রণেৰে দিনে দুই বা তিনিবাৰ কুলকুলি কৰক।

⇨ হাঁচি, কাহ আৰু ডিঙিৰ ভিতৰত থকা প্ৰচুৰ তৰল পদাৰ্থ বা লেলাবটি নিঃসৰণৰ বাবে শৰীৰ কিছু জলশূন্য হৈ পৰে। সেয়ে প্ৰচুৰ পৰিমাণে পানী বা আন তৰল পদাৰ্থ পান কৰিব লাগে। অৱশ্যে শীতল পানী পৰিহাৰ কৰি চলিব লাগে। ধোঁৱা ওলাই থকা ছ্যুপে ডিঙিৰ প্রদাহ দূৰ কৰাত চমৎকাৰ কাম কৰে।

⇒ মেন্থল, ইউকেলিপ্টাছ বা ফেনল যুক্ত কেতবোৰ লজেঞ্চ পোৱা যায়, যিবোৰ চুহিলে প্রদাহ আৰু বিষ বহুখিনি হ্রাস পায়। এইবোৰে মূলতঃ ক্ল’ৰোছেপ্টিক অর্থাৎ ডিঙিলৈ একপ্রকাৰৰ আৰামদায়ক অনুভূতি আনি দিয়াৰ লগতে জীবাণু নাশতো সহায় কৰে।

⇒ দিনে দুই বা তিনিবাৰ গৰম চাহ পান কৰিলে বহুখিনি আৰাম পাব পাবে। গ্রীণ টি বা আন কোনো হার্বেল চাহ আৰু ভাল। ইচ্ছা কৰিলে চাহত সামান্য পৰিমাণে নেমুৰ ৰস বা লৱংগজাতীয় বস্তু যোগ কৰক। সেইবোৰে ভিটামিন ‘চি’ৰ অভাৱত হোৱা ৰোগ প্ৰতিৰোধত সহায় কৰে।

⇨ পর্যাপ্ত পৰিমাণৰ বিশ্রামে আপোনাক দ্রুতগতিৰে সুস্থ হোৱাত সহায় কৰিব। প্রয়োজন হ’লে অফিচ বা শিক্ষানুষ্ঠানৰ পৰা ছুটী লওক, অবসব পালন কৰক। কণ্ঠস্বৰত যদি পবিবর্তন ঘটে, তেন্তে কথা-বতৰাতো বিবতি লওক।

অধিকাংশ ক্ষেত্রত পেৰাছিটামল বা বিষনাশক ঔষধেই যথেষ্ট। কিন্তু ১০ শতাংশ ক্ষেত্রত ডিঙিত স্ট্রেপটোকক্কাছৰ সংক্ৰমণ ঘটিব পাৰে। সেইক্ষেত্রত এন্টিব্যয় ‘টিকৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিব।

গৱেষণাত দেখা গৈছে যে ৪০ শতাংশ ডিঙিৰ বিষৰ উপসর্গ কোনো চিকিৎসা অবিহনেই তিনি দিনৰ ভিতৰতে ভাল হয়। ৮৫ শতাংশ ক্ষেত্রত সুস্থ হয় সাত দিনৰ মুৰত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sore Throat
publisher

publisher

Related Posts

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d