Resignation from BJP:
সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটামাহ থকা অৱস্থাত শাসকীয় বিজেপি দল ত্যাগ কৰিলে চাহ জনগোষ্ঠীৰ সক্রিয় নেতা গৌতম ধানোৱাৰ।
ADVERTISEMENT
উল্লেখ্য যে গৌতম ধানোৱাৰ প্রাক্তন মন্ত্রী প্রয়াত ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ ৷ গৌতম পূৰ্বতে কংগ্ৰেছ দলত আছিল যদিও পৰৱৰ্তী সময়ত যোগদান কৰে গেৰুৱা দলটিত ৷ কিন্ত গেৰুৱা দলত সাংগাঠনিক কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে দলত্যাগ কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি পুনৰ কংগ্ৰেছলৈ উভতি যোৱাৰ সম্ভাৱনা আছে গৌতম ধানোৱাৰৰ ৷



































