Nalbari:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ ৷ চহৰৰ চ’ক বজাৰৰ পুৰণা তেল ডিপোেত থকা এখন ৰোলাৰ চাৰি চুৰে এখন ট্রাকত উঠোৱাৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ নিয়মীয়া টহলকাৰী দল এটাই হাতেলোতে আটক কৰে ৷ ধৃত গভাইত চোৰ কেইটা হ’ল গোৱালপাৰাৰ ইমদাদুল ইছলাম,বৰপেটাৰ মহিদুল ইছলাম,চাজিদুল হক আৰু আমছেৰ আলী ৷
ADVERTISEMENT































