Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হিমালয়ত প্ৰচণ্ড তুষাৰপাত, ১৫ৰো অধিক ৰাজ্যত শীতপ্ৰবাহৰ সতর্কতা

publisher by publisher
January 8, 2026
in India, News
Reading Time: 1 min read
0
হিমালয়ত প্ৰচণ্ড তুষাৰপাত, ১৫ৰো অধিক ৰাজ্যত শীতপ্ৰবাহৰ সতর্কতা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰচণ্ড শীতপ্ৰবাহত কঁপিছে আমেৰিকা, বাতিল প্ৰায় আঠ হেজাৰ বিমান

দিল্লীত তীব্ৰ শীতপ্ৰবাহ: তিনি ডিগ্ৰীৰ তললৈ নামিল তাপমাত্ৰা

দিল্লি-সহ উত্তৰ ভাৰতত শীতপ্ৰবাহ, তিনি ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা

Cold Wave:✒️হিমালয় অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ ফলত উত্তৰ, উত্তৰ-পূব আৰু মধ্য ভাৰতৰ বহু ৰাজ্যত তাপমাত্রা হঠাৎ বহু পৰিমাণে হ্ৰাস পাইছে। কিছু কিছু অঞ্চলত সৰ্বনিম্ন তাপমাত্রা হিমাঙ্কৰ বহু তললৈ নামি গৈছে, আন কিছুমান ঠাইত একৰ পৰা ১০ ডিগ্ৰী চেলচিয়াছৰ মাজত আছে।

ADVERTISEMENT

ইতিমধ্যে ১৫ৰো অধিক ৰাজ্যত মৌচম বিভাগে শীতপ্ৰবাহৰ সতর্কতা জাৰি কৰিছে । ঠাণ্ডাৰ লগতে ঘন কুৱলিৰো সতর্কতা দিয়া হৈছে।

মধ্যপ্ৰদেশৰ শাহডোল জিলাৰ কল্যাণপুৰত তাপমাত্রা দুই ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে। ৰাজস্থানৰ চাৰিখন চহৰত সৰ্বনিম্ন তাপমাত্রা পাঁচ ডিগ্ৰীৰ তলত । বৃহস্পতিবাৰে ৰাজ্যখনৰ ২৩খন জিলাত ঘন কুঁৱলী থাকিব বুলি পূৰ্বাভাস দিছে মৌচম বিভাগে। শীতপ্ৰবাহৰ সতর্কতাৰ বাবে ৰাজস্থানৰ ২৫খন জিলাত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

হিমালয়ৰ ৰাজ্য উত্তৰাখণ্ডত অৱস্থা আৰু অধিক কঠিন। পিথোৰাগড়ৰ আদি কৈলাস, ৰুদ্রপ্ৰয়াগৰ কেদাৰনাথ আৰু উত্তৰকাশীৰ যমুনোত্ৰী ধামত তাপমাত্রা হিমাঙ্কৰ ২১ ডিগ্ৰী তললৈ নামি গৈছে।

উত্তৰপ্ৰদেশৰ বাৰাণসী, মীৰঠ, ঝাঁসীসহ ৩৮খন জিলাত ঘন কুঁৱলীৰ সতর্কতা জাৰি কৰা হৈছে। আনহাতে, লক্ষ্ণৌ, কানপুৰসহ ২৬খন জিলাত শীতপ্ৰবাহৰ পূৰ্বাভাস দিছে বতৰ বিজ্ঞান বিভাগে। শুক্ৰবাৰৰ পৰা পাহাৰীয়া ৰাজ্যসমূহত তুষাৰপাত বৃদ্ধি পাব পাৰে। শনিবাৰে উত্তৰপ্ৰদেশ, ৰাজস্থান, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, চত্তীসগড়, পঞ্জাব আৰু হাৰিয়ানাত বৰষুণৰ সম্ভাৱনাও আছে।

বিহাৰৰ ৩৭খন জিলাত সৰ্বনিম্ন তাপমাত্রা প্ৰায় ১০ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে । হাৰিয়ানাৰ কেবাখনো জিলাত শীত প্ৰবাহৰ সতর্কতা জাৰি কৰা হৈছে। ঘন কুঁৱলীৰ ফলত উত্তৰ ভাৰতলৈ আৰু উত্তৰ ভাৰতৰ পৰা দেশৰ অন্য অংশলৈ চলা বহু ৰেল সেৱা বিলম্বিত হৈছে। বিমান সেৱাতো ব্যাঘাত ঘটিছে।

বতৰ বিজ্ঞান বিভাগে জনাইছে যে হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, বিহাৰ, পশ্চিমবঙ্গ, ওড়িশা, ছিকিম, অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীসগড় আৰু উত্তৰাখণ্ডত শীতপ্ৰসাৱ অব্যাহত থাকিব। দিল্লী, জম্মু-কাশ্মীৰ আৰু চণ্ডীগড়তো সতর্কতা জাৰি কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cold Wave
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d