Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Morigaon:মৰিগাঁৱৰ চৰত দেৱানীৰ গুণ্ডাৰাজ

শিক্ষিত কৃষকক কৃষি কর্মত বাধা

publisher by publisher
February 9, 2026
in Assam
Reading Time: 1 min read
0
Morigaon:মৰিগাঁৱৰ চৰত দেৱানীৰ গুণ্ডাৰাজ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

AASU Conference In Morigaon:মৰিগাঁৱত আজিৰ পৰা আৰম্ভ আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন

Morigaon:

মৰিগাঁও আৰু দৰং জিলাৰ সীমামুৰীয়া একাংশ চৰত সম্প্ৰতি একাংশ দেৱানীৰ মাতব্বৰৰাজে শংকিত কৰি তুলিছে খিলঞ্জীয়া কৃষকক। ব্ৰহ্মপুত্ৰৰ চৰসমূহত থকা হেজাৰ হেজাৰ চৰকাৰী ভূমিত বর্তমান স্থানীয় খহনীয়াগ্রস্ত ধর্মীয় সংখ্যালঘু লোকসকলৰ লগতে খিলঞ্জীয়া লোকসকলেও কৃষি কর্ম কৰি যথেষ্ট লাভবান হৈছে। ফলত চৰুৱা কৃষক বুলি ক’লে মানুহৰ মনলৈ অহা পূৰ্বৰ ধাৰণা সলনি হৈছে।

ADVERTISEMENT

সেয়েহে মৰিগাঁও আৰু জাগীৰোড সমষ্টিৰ একাংশ শিক্ষিত তিৱা আৰু কাৰ্বি যুৱকে এইবাৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ কেতবোৰ চৰত মাকৈ খেতি আৰম্ভকৰিছে। প্রায় ৪০-৫০ জনীয়া দলটোৱে ভূৰাগাঁৱৰ পিয়াজী চৰ, হোৱাই ভেটি বামোনমাৰা চৰ আৰু লাংমি চৰত প্রায় সাতশ বিঘা মাটিত মাকৈ খেতি কৰিছে। চৰটোত পূৰ্বৰ পৰা কৃষি কর্মত নিয়োজিত হৈ থকা খহনীয়াগ্রস্ত সংখ্যালঘু কৃষকসকলৰ লগতে যুৱকসকলে সম্প্রীতিৰে মাকৈ খেতি কৰি সেউজীয়া কৰি তুলিছে বৃহৎ অঞ্চলটো।

কিন্তু বৰ্তমান মাকৈ চপোৱাৰ সময়তে দৰং জিলাৰ পৰা একাংশ দেৱানীয়ে মৰিগাঁও জিলাৰ এই চৰকেইটা দখল কৰাৰ মানসৰে একাংশ অচিনাক্ত লোকক সংস্থাপিত কৰিছে। আনকি এই অভিযোগ উত্থাপন কৰিছে পূৰ্বৰ পৰা চৰটোত কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া একাংশ ধর্মীয় সংখ্যালঘু কৃষকে। চৰটোত স্থায়ীভাবে কৃষিকার্যত নিয়োজিত হৈ অহা জয়নাল আবদিন, নজৰ আলী, হবিবুৰ বহমান, ছাদেক আলীকে ধৰি বহু কৃষকে এই অভিযোগ কৰিছে। আনকি খিলঞ্জীয়া যুৱকসকলৰে মিলি এনেদৰে খেতি কৰা কাৰ্যতো বাধা প্রদান কৰিছে দেৱানীয়ে।

অভিযোগ মতে, দুদিন পূর্বে ছাদেক আলী (২২) নামৰ যুবকজনক দেৱানীৰ গুণ্ডাবাহিনীয়ে আক্রমণ কৰি আহত কৰে। মাথোঁ সেয়াই নহয়, নিশাৰ ভিতৰতে দেৱানীৰ ছত্রছায়াত একাংশ অচিন লোকে চৰটোত সৰু সৰু জুপুৰি ঘৰ নির্মাণ কৰিছে। অৱশ্যে জুপুৰিসমূহত কোনো লোকে বাস কৰা নাই যদিও এয়া চৰটো দখলৰ প্ৰথম পদক্ষেপ বুলি কৃষককেইজনে অভিযোগ কৰিছে। উল্লেখ্য যে চৰসমূহত এনেদৰে একাংশ দেৱানীয়ে ভয়-ভাবুকিৰে নিজৰ দখললৈ আনি পৰৱৰ্তী সময়ত বিভিন্ন দৰিদ্ৰ লোকৰ পৰা দুই-তিনি হেজাৰকৈ ধন সংগ্ৰহ কৰি ঘৰ বনাবলৈ অনুমতি প্রদান কৰে।

পৰৱৰ্তী সময়ত সেইসকল লোককে চৰৰ মাটিত আধিত খেতি কৰিবলৈ দি হেজাৰ হেজাৰ বিঘা মাটিৰ পৰা উৎপাদিত শস্যৰ অংশ আদায় কৰে। চুক্তি মতে, দেৱানীক তেনে ফচল দিব নোৱাৰিলে সেই কৃষকক উচ্ছেদ কৰে। সম্প্রতি এই চৰটোত তিৱা আৰু কাৰ্বি যুৱকসকলে কৰা মাকৈ খেতিত পানী যোগান আদি কামত সহায় কৰা লোকসকলক দেৱানীয়ে বিভিন্ন সময়ত ভয়-ভাবুকি প্রদানে নহয়, প্রাণে মৰাৰো ভাবুকি দি আহিছে। এই সন্দর্ভত সাত ফেব্ৰুৱাৰীত সমগ্ৰ বিষয়টো পৰিদৰ্শন কৰিবৰ বাবে চৰকেইটাত উপস্থিত হয় মৰিগাঁও জিলা তিৱা যুৱ-ছাত্র পৰিষদৰ সভাপতি টনিত পুমাই, সম্পাদক কীর্তন বৰদলৈ, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি কমল ৰংপি, মৰিগাঁও জিলা বিজেপিৰ এছচি মৰ্চাৰ সভাপতি প্রণৱ দাসকে ধৰি প্ৰায় ৪০-৫০ জনীয়া এটা শিক্ষিত কৃষক দল।

কৃষকৰ দলটোৱে চৰটোত উপস্থিত হৈ একপ্ৰকাৰ হতভম্ব হৈ পৰে। কাৰণ ইতিমধ্যে প্রায় ১৫-২০টা অচিনাকি পৰিয়ালে চৰত ঘৰ সাজি মাটি দখলৰ চেষ্ট কৰিছে। আনহাতে, সভাপতি টনিত পুমায়ে অভিযোগ কৰা মতে পূর্বে মাকৈ গছবোৰ পুলি হৈ থকা অৱস্থাতে একাংশ দুষ্কৃতিকাৰীয়ে খেতিত বিষাক্ত দ্রব্য ছটিয়াই খিলঞ্জীয়া যুৱক কৃষকসকলক হতাশ কৰাৰ চেষ্ট কৰিছিল। কিন্তু যুৱক কৃষকসকল হতাশ নহৈ নিজৰ গাঁঠিৰ ধন ভাঙি নতুন উদ্যমবে প্রায় সাতশ বিঘা মাটিত খেতি কৰিছে আৰু বৰ্তমান মাকৈ পূৰঠ হৈছে। কিন্তু সম্প্রতি দেৱানীসকলে খেতিত সুৰক্ষা দি থকা দৰিদ্ৰ লোকসকলক আঁতৰাই শিক্ষিত যুৱকসকলে কৰা খেতি চপাই নিয়াৰ কৌশল ৰচনা কৰিছে। যাৰ ফলত চিন্তিত হৈ পৰিছে খিলঞ্জীয়া কৃষকসকল।

এই সন্দর্ভত কমল বংপিয়ে অতি দুখৰে কয় যে আমি চৰৰ কিছু মাটিতহে খেতি কৰিছো, গোটেই চৰটো তেওঁলোকৰ মানুহে খেতি কৰিছে। এনে ক্ষেত্ৰত এই খিলঞ্জীয়া যুৱকসকলে যাতে তেওঁলোকৰ কৃষিসমূহ নিৰাপদে চপাই আনিব পাৰে তাৰ বাবে মুখ্যমন্ত্রীৰ লগতে মন্ত্রী পীযুষ হাজৰিকাৰ হস্তক্ষেপ কামনা কৰে। কাৰণ চৰৰ এই মাতব্বৰসকলৰ গুণ্ডাবাহিনীয়ে বিভিন্ন সময়ত চৰত দা, জাঠি, জোং লৈ ৰক্তাক্ত সংঘৰ্ষৰ ঘটনা সংঘটিত কৰি আহিছে। সেয়ে প্রয়োজন সাপেক্ষে আৰক্ষীৰ নিৰাপত্তা দি হ’লেও যুৱকসকলৰ খেতি চপোৱাত সহায় কৰাটো উচিত বুলি তেওঁ মত পোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Marigaon
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d