Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

    Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

    শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

    সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

    Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে

বলিউদত শীঘ্রে নির্মাণ হ'ব 'অপাৰেছন সিন্দূৰ'

publisher by publisher
March 29, 2026
in Entertainment, News
Reading Time: 1 min read
0
ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

পহলগামত নিৰাপত্তাৰ বাবে পর্যটকে মানিব লাগিব এই নিয়ম

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

সন্ত্ৰাসবাদৰ বাবে ২০২৬ চনত পুনৰ ভাৰত আৰু পাকিস্তান সংঘাতত লিপ্ত হোৱাৰ সম্ভাৱনা !

যোৱা বছৰৰ ২২ এপ্রিলত জন্ম-কাশ্মীৰৰ পহলগামৰ ঘটনাত শিয়ৰি উঠিছিল সমগ্র দেশ। সন্ত্রাসবাদীৰ আক্ৰমণত ২৬জন লোক নিহত হৈছিল। পর্যটকসকলৰ মাজৰ পৰা বাছি বাছি পুৰুষসকলক ‘লক্ষ্য’ কৰি লৈছিল সন্ত্রাসবাদীয়ে। তাৰ কিছুদিনৰ পাছতে প্রত্যাঘাত কৰিবলৈ ভাৰতীয় সেনাই চলাইছিল ‘অপাৰেচন সিন্দূৰ’।

ADVERTISEMENT

আক্রমণ চলাইছিল পাকিস্তানত। সেই ঘটনাক কেন্দ্র কবিয়ে এইবাৰ বলিউদত ছবি নির্মাণ কৰিব পৰিচালক বিবেক অগ্নিহোত্রীয়ে। ছবি নির্মাণৰ বাবে হেনো ঘটনাৰ সকলেখিনি বিশ্লেষণ কৰি গৱেষণা কৰা হৈছে।

এই ছবিৰ বাবে প্রযোজক ভূষণ কুমাৰৰ স’তে যুটি বান্ধিছে বিবেকে। বিবেকে ছবিখন প্রযোজনাও কৰিব। ভূষণ থাকি সহযোগী প্রযোজকৰূপে। পহলগাম কাণ্ড আৰু অপাৰেচন সিন্দুৰৰ কথা উঠি আহিলেও এই ছবিয়ে কোনো চাঞ্চল্য সৃষ্টি নকৰিব, বৰঞ্চ ছবিখনত থাকিব বিশদ তথ্য। বিবেকে এই কথা জনাইছে।

বিবেকৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ‘প্রোপাগাণ্ডা’ ছবি নিৰ্মাণৰ অভিযোগ উঠিছিল। ইয়াক লৈ বিস্তৰ বিতৰ্কও হৈছে। সম্প্রতি সামাজিক মাধ্যমত এই ছবিৰ প্রসংগত প্রযোজক-পৰিচালকজনে লিখিছে, ‘অপাৰেচন সিন্দুৰ ছবিৰ বাবে মই আৰু ভূষণ কুমাৰে জোঁট বান্ধিছো। পাকিস্তানে তেওঁলোকৰ পাৰমাণবিক শক্তিক লৈ যি কাহিনী শুনায়, তাৰ কিমান সঁচা আৰু কিমান মিছা, সেয়া ফাদিল কৰিছিল অপাৰেচন সিন্দূৰে।’

তেওঁ লগতে লিখিছে, ‘ভাৰতীয় সেনাৰ নানা শাখাৰ স’তে জোঁট বান্ধি ছবিখনৰ বাবে গৱেষণা কৰা হৈছে। বাস্তৱৰ পৰা উঠি আহিছে এই ছবি। কোনো চাঞ্চল্য সৃষ্টি কৰিবলৈ নহয়।

সঁচাটো সকলোৰে সন্মুখলৈ অনাৰ বাবে এই ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত সকলো তথ্য স্বচ্ছতাৰে তুলি ধৰা হ’ব। লগতে অৱশ্যে চিনেমাৰ মেজিকো থাকিব। ‘ উল্লেখ্য যে ইয়াৰ পূৰ্বে বিবেকৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু ‘দ্য বেংগল ফাইলছ’ক কেন্দ্ৰ কৰি প্ৰচুৰ বিতর্ক হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PahelgamPahelgam Terror Attack
publisher

publisher

Related Posts

ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 
International

ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 

August 26, 2026
চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত
India

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

August 26, 2026
Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
Assam

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

August 26, 2026
শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’
Assam

শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

August 26, 2026
সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু
Assam

সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

August 26, 2026
Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ
Assam

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d