Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটীৰ ৰাজীৱ ভৱনত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ গুৰুত্বপূৰ্ণ সংবাদমেল 

publisher by publisher
April 6, 2026
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটীৰ ৰাজীৱ ভৱনত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ গুৰুত্বপূৰ্ণ সংবাদমেল 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Kumari Selija Pressmeet :গুৱাহাটীৰ ৰাজীৱ ভৱনত লোকসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

APCC Pressmeet in Rajib Bhawan :গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ অখিলেশ প্ৰসাদ সিঙৰ গুৰুত্বপূৰ্ণ সংবাদমেল

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী সুখুৱে কয় যে বিগত ১০ বছৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেনেদৰে চৰকাৰ চলালে তাক লৈ আজি অসমৰ ৰাইজে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷ এইখন চৰকাৰে মানুহক কেৱল প্ৰলোভন দিছে৷

২০২৫ চনৰ আগষ্ট মাহত এইখন চৰকাৰে এক চুক্তিত স্বাক্ষৰ কৰিছে৷ বিদ্যুতক লৈ এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷ অসমত আগন্তুক পাঁচ বছৰৰ বাবে আদানি পাৱাৰক সকলো গতাই দিয়া হৈছে৷ এই মেগাপাৱাৰ প্ৰজেক্টক লৈ প্ৰতিশ্ৰুতি দিয়া হৈছে যে ছয় টকা ৩০ পইছা দৰত ৰিভাৰ্চ বিডিঙৰ দ্বাৰা বিদ্যুত ক্ৰয় কৰা হ’ব৷ এই চুক্তি মুঠ ৬৫ হাজাৰ কোটি টকাৰ৷ তাপবিদ্যুৎ প্ৰকল্পক লৈ এই চুক্তি৷ অসমৰ বহু এলেকা সমতল, সেয়েহে এনে চুক্তিৰ প্ৰয়োজন নাছিল৷ সৌৰ শক্তি প্ৰকল্পযোগে এই বিদ্যুৎ উৎপন্ন কৰিব পৰা গ’লহেঁতেন৷ যদি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিবলেহেঁতেন তেন্তে প্ৰতি ইউনিটত ডেৰ টকাৰ পৰা দুই টকা মূল্য হ্ৰাস হ’লহেঁতেন৷ আদানি পাৱাৰৰ সৈতে ২০২৫ চনৰ আগষ্ট মাহত যি চুক্তি কৰা হৈছে আৰু ২০২৫ বৰ্ষৰ নৱেম্বৰত এই প্ৰকল্পৰ ঠিকা আদানি পাৱাৰক আৱণ্টন দিয়া হৈছে৷

তেওঁ কয় যে ৬৩ হেজাৰ কোটি টকা এই প্ৰকল্পৰ বাবে আৱণ্টন দিয়া হৈছে৷ এই সময়ছোৱাত অসমক বিদ্যুতৰ প্ৰয়োজন আছে ২৫০০ মেগাৱট৷ কিন্তু ঠিকা আৱণ্টন দিয়া হৈছে ৬ হাজাৰ মেগাৱটৰ৷ বৰ্তমান সময়ত অসমক এনেদৰে বিদ্যুৎ লোৱাৰ দৰকাৰ নাই৷ আগন্তুক পাঁচ বছৰৰ বাবে প্ৰয়োজন হ’ব ২৫০০ মেগাৱাটৰ পৰা তিনি হেজাৰ মেগাৱটৰ৷ যদি সেই বিদ্যুৎ খৰচো নহয় তেন্তে প্ৰতিবছৰে আদানি পাৱাৰক প্ৰতিবছৰে ২৫০০ কোটি টকা আদায় দিয়া হ’ব৷ যদি আপোনাক বিদ্যুতৰ প্ৰয়োজনেই নাই তেন্তে আপুনি চুক্তি কৰিছে কিয়?

২৫০০ মেগাৱাটৰ ঠাইত ছয় হেজাৰ মেগাৱাটৰ বাবে ঠিকা দিলে কিয়? এই চুক্তিত বৃহৎ দুৰ্নীতি জড়িত হৈ আছে৷ পিপিএ চুক্তি ২৫ বছৰৰ আৰু লকিং পিৰিয়ড ১০ বছৰৰ বাবে কৰিছে৷ যিমান বিদ্যুতৰ প্ৰয়োজন সিমানখিনিৰ বাবে তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব পাৰিলেহেঁতন৷ অব্যৱহৃত বিদ্যুতৰ বাবেও চৰকাৰে আদানি পাৱাৰক টকা আদায় দিব৷ কিন্তু এয়া এনে এক চুক্তি যে বিদ্যুতৰ প্ৰয়োজন নাই, কিন্তু চৰকাৰে টকা আদায় দিব৷ তাপ বিদ্যুৎ প্ৰকল্পৰ ঠাইত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিলে বিদ্যুৎ উদপাদন কৰিব পৰা গ’লহেঁতেন৷ বিদ্যুৎ অতি জৰুৰীভাৱে প্ৰয়োজন হোৱা সময়ছোৱাত বিদ্যুৎ কোম্পানীৰ পৰা ক্ৰয় কৰিব পাৰিলেহেঁতেন৷ দিনত সৌৰ শক্তিৰ পৰা আৰু ৰাতি বিদ্যুতৰ বাবে অন্য ৰাজ্যৰ সৈতে চুক্তি কৰিব পাৰেলহেঁতেন৷ হিমাচল প্ৰদেশৰ পৰা ক্ৰয় কৰিলে ছয় টকা ৩০ পইছাৰ ঠাইত ছয় টকা দৰত বিদ্যু দিলোহেঁতেন৷ আমি ১৪ হেজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন কৰো৷ ইয়াৰে পৰা হিমাচল প্ৰদেশৰ সকলো পৰিয়ালে প্ৰয়োজনীয় বিদ্যুৎ লাভ কৰে৷ আমি একোটা পৰিয়ালক ২৫০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰো৷ দৰিদ্ৰ পৰিয়ালক আমি ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিম৷ আমাক জাৰৰ দিনত বেছি বিদ্যুতৰ প্ৰয়োজন৷ তেতিয়া আমি কম দামৰ সৌৰ শক্তিৰ পৰা বিদ্যুৎ লও৷ জৰুৰী সময়ত যিকনো ঠাইৰ পৰা বিদ্যুৎ লও৷ অসম চৰকাৰে ৬৩ হেজাৰ কোটি টকাৰ চুক্তি কৰিছে আৰু চুক্তিত কোৱা হৈছে বিদ্যুৎ ব্যৱহাৰ নহ’লেও চৰকাৰে টকা আদায় দিব৷ প্ৰতিবছৰে ২৫০০ কোটি টকা আদায় দিব৷ ১০ বছৰে এই টকা দি থাকিব৷ এই চুক্তি সম্পন্ন কৰি ৰাজ্যখনৰ টকা লুণ্ঠন কৰিছে৷ সুখুৱে আৰু কয় যে বিগত ১০ বছৰে অসমত বিজেপিৰ চৰকাৰ আছে৷

বিজেপিয়ে কেৱল জাতি, ধৰ্ণ, বৰ্ণৰ ভিত্তিত নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ প্ৰয়াস কৰি আহিছে৷ লোকতন্ত্ৰত বিৰোধী দল আছে৷ বিৰোধী দলে ৰাইজৰ আশা-আকাংক্ষাক দাঙি ধৰিব৷ অসমত মুখ্য বিৰোধী দল হৈছে কংগ্ৰেছ৷ কংগ্ৰেছ দলে অসমৰ বাবে কেইটামান প্ৰতিশ্ৰুতি আৰু গেৰাণ্টী ৰাইজৰ মাজত দাঙি ধৰিছে৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে অসমলৈ আহি বাৰে বাৰে কৈছে যে অসমৰ সম্পদ যিসকলে লুণ্ঠন কৰি আহিছে তেওঁলোকক জেলত ভৰোৱা হ’ব৷ মই আজি প্ৰশ্ন কৰিব খোজো যে বিজেপিৰ চৰকাৰে বিগত ১০ বছৰত অসমৰ অৰ্থিক অৱস্থা উন্নত কৰিবলৈ সক্ষম হৈছে নে? যুৱ প্ৰজন্মক সংস্থাপন দিবলৈ সক্ষম হৈছে নে? কেৱল শ্ল’গান আৰু ধাৰ্মিক উন্মাদনাৰে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিয়ে যি প্ৰয়াস কৰে সেই প্ৰয়াস এইবাৰ সফল হ’ব নোৱাৰিব৷ আদানি পাৱাৰৰ স’তে ৰাজ্য চৰকাৰে কৰা চুক্তিয়ে প্ৰমাণ কৰে যে ৰাজ্যৰ মানুহৰ টকা লুণ্ঠন কৰা হৈছে৷ কংগ্ৰেছৰ চৰকাৰ আহিলে এই চুক্তিক লৈ তদন্ত কৰা হ’ব আৰু যিসকল এই চুক্তিত জড়িত তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ব৷

ADVERTISEMENT

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ”আমাৰ ৰাজ্য হিমাচল প্ৰদেশত আমাৰ আঁচনিসমূহ জনতাৰ পদূলিলৈ নিয়াৰ প্ৰয়াস কৰি আহিছো৷ হিমাচলত প্ৰতিব্যক্তি আয় ১ লাখ ১০ হাজাৰ টকালৈ বৃদ্ধি হৈছে৷ আজি প্ৰতিব্যক্তি আয় দুই লাখ ৮৩ হেজাৰ টকা৷ আমি মানুহৰ জীৱন পৰিৱৰ্তন কৰিব বিচাৰিছো৷ জীয়াই থাকিবলৈ সুন্দৰ সুবিধা প্ৰদান কৰিব লাগে৷ এয়া চৰকাৰৰ প্ৰথম কাম৷’’

অসমৰ এগৰাকী মন্ত্ৰীয়ে হিমাচল প্ৰদেশ চৰকাৰে দৰমহা প্ৰদান কৰিব পৰা নাই বুলি উত্থাপন কৰা অভিযোগৰ উত্তৰ দি সুখবিন্দৰ সিং সুখুৱে কয় যে মন্ত্ৰীগৰাকীয়ে হিমাচল প্ৰদেশক লৈ ভালদৰে অধ্যয়ন কৰক৷ মন্ত্ৰীগৰাকীক প্ৰত্যুত্তৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিমাচল প্ৰদেশ আজি আত্মনিৰ্ভৰ ৰাজ্য৷ যিখন ৰাজ্যৰ আঠ হেজাৰ কোটি টকা আৰটিজিৰ মাধ্যমেৰে কৰ্তন কৰি ৰাখিছে সেইখন ৰাজ্যত আজিলৈ কোনো মন্ত্ৰী-বিধায়কৰ দৰমহা আজিলৈ বন্ধ হোৱা নাই৷ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সম্পত্তি সুৰক্ষিত কৰিবলৈ কেতিয়াবা কেতিয়াবা কঠোৰ সিদ্ধান্ত ল’বলগীয়া হয়৷ মই আজি মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰি গৈছো যে ২০৩২ চনত সকলোতকৈ ধনী ৰাজ্য হ’ব হিমাচল প্ৰদেশ৷ ২০২৭ চনত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল ৰাজ্য হ’ব হিমাচল প্ৰদেশ৷ আমি দৰমহা দিব নোৱাৰাৰ কথাই নাহে৷ সকলোৱে সময় মতে দৰমহা পাই আহিছে আৰু পাই থাকিব৷ তেওঁ আৰু কয় যে পুঁজিৰ খৰচ আৰু ৰাজহ দুটা বেলেগ বিষয়৷ আমি দুয়োটা বিষয়ত সঠিকভাবে আগবাঢ়ি আছো৷ কোনো ৰাজ্যই কৰিব নোৱৰা কাম আমি কৰিছো৷ আমাৰ ৰাজ্যত ৫৯ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী লোকক ১৫০০ টকাকৈ প্ৰদান কৰো৷ বৃদ্ধ পেন্সন ব্যৱস্থাৰ অধীনত প্ৰতিমাহে ১৫০০ টকা প্ৰদান কৰা হয়৷ ৰাষ্ট্ৰীয় সূচাংক চালে দেখা পাব যে হিমাচল প্ৰদেশ সুখী ৰাজ্য৷ যিগৰাকী মন্ত্ৰীয়ে এই কথা কৈছে তেওঁক এবাৰ হিমাচলৰ বিষয়ে অধ্যয়ন কৰি আহিবলৈকো তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি জনতাৰ টকাৰ অযথা ব্যয় নকৰো৷ আমি দ্ৰুত গতিত আগবাঢ়ি আছো৷ হিমাচল প্ৰদেশৰ বিজেপিৰ চৰকাৰতকৈ আমাৰ দিনত প্ৰতি ব্যক্তি আয় ১ লাখ ১০ হাজাৰ টকা বৃদ্ধি হৈ মুঠ প্ৰতিব্যক্তি আয় ২ লাখ ৮৩ হাজাৰলৈ বৃদ্ধি পাইছে৷ মন্ত্ৰীগৰাকীক ক’ব খোজো যে আগতে হিমাচল প্ৰদেশক অধ্যয়ন কৰক৷ আমি উত্তৰ ভাৰতৰ হাওফাও৷ আমাৰ ৬৮ শতাংশ বনভূমি৷ আমি পানীৰ দাতা৷ আমাৰ পাঁচ নদীৰ পানীয়ে দিল্লী, হাৰিয়ানা, পঞ্জাৱক পানী দিয়ে৷ বহু বিষয়ত আমি বহুত শীৰ্ষত থাকো৷ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ৯৯.৩০৷ স্বাস্থ্য খণ্ডত আমি বহু ওপৰত আছো৷ পৰ্যটন ক্ষেত্ৰত আমি সফলতা লাভ কৰিছো৷ কেতিয়াবা ব্যৱস্থাটোক সংস্কাৰ কৰিবলগীয়া হয়৷ এনে ৰাজ্যৰ কথা কওক য’ত জ্যেষ্ঠজনে ১৫০০ টকাৰ পেন্সন লাভ কৰে৷ আমি ঘাতমাউৰা শিশুক মাহেকত ৪ হাজাৰ টকা দিও৷ খোৱা-বোৱা, থকাৰ সুব্যৱস্থা আছে৷ ২৭ বছৰ বয়সলৈকে অনাথৰ বাবে চৰকাৰেই হৈছে পিতা-মাতা৷ আমি একমাত্ৰ ৰাজ্য য’ত গাখীৰত এমএছপি দিয়া হয়৷ ৬১ টকা আৰু ৭১ টকাত গাখীৰ ক্ৰয় কৰো৷ আমি গ্ৰাম্য অৰ্থনীতি মজবুত কৰিছো৷ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা যুৱকক ৰাজসাহায্য দিও৷ পৰ্যটন ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিছো৷ আমি শাসন উপভোগ কৰিবলৈ অহা নাই৷ আমি ব্যৱস্থা পৰিৱৰ্তন কৰিবলৈ আহিছো বুলিও কয় হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rajib Bhawan
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d