Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছৰ, প্ৰতিবাদী সমদল উলিওৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰে গৌৰৱ গগৈক

publisher by publisher
September 25, 2026
in Assam, News
Reading Time: 1 min read
0
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

APCC Protest:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশৰ সুস্থ গণতন্ত্ৰ বৰ্তাই ৰখাৰ অন্যতম এক চালিকা শক্তি নিৰ্বাচন আয়োগৰ মুৰব্বীৰ সংবিধান ধ্বংসকাৰী কাৰ্যই দেশবাসীৰ হতচকিত কৰি তোলাৰ মাজতে শুকুৰবাৰে মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অসমত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

ADVERTISEMENT

ৰাজীৱ ভৱনৰ চৌহদত অনুষ্ঠিত প্রতিবাদী কাৰ্যসূচীত লোকসভাত বিৰোধী উপ-দলপতি তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰা,দেৱব্ৰত শইকীয়া সহ কে’বা গৰাকী নেতা সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কে’বা শতাধিককর্মীয়ে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰী কংগ্ৰেছী সকলে হাতে হাতে চৰকাৰ বিৰোধী প্লে’কার্ড- বেনাৰ লৈ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচনী আয়োগৰ নিৰপেক্ষতাক লৈ বিভিন্ন শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ৰাজীৱ ভৱন চৌহদ ৷

আনহাতে নিৰ্বাচন আয়োগৰ ভয়ংকৰ জালিয়াতিৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱনৰ পৰা আজি এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী গ্ৰহন কৰিছিল। কিন্তু অসম আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী উলিওৱাত বাধা প্ৰদান কৰে আৰু ৰাজীৱ ভৱনৰ সন্মুখৰ পৰাই আটক কৰি নিলে গৌৰৱ গগৈ সহ কে’বাজনো নেতা-কৰ্মীক I

এপিচিচিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়,গণতন্ত্ৰৰ মূল ভেটি হ’ল নিৰপেক্ষ নির্বাচন। কিন্তু বৰ্তমানৰ মুখ্য নিৰ্বাচনী আয়ক্ত গৰাকীয়ে সংবিধান আৰু আইনী বিধি ব্যৱস্থাক মষিমূৰ কৰি দেশৰ নিৰ্বাচন আয়োগক নজিৰবিহীন বিৰ্তকৰ মাজলৈ ঠেলি দিলে ৷

শাসক গোষ্ঠীৰ হৈ কাম কৰা মুখ্য নিৰ্বাচনী আয়ক্ত জ্ঞানেশ কুমাৰৰৰ কার্যকালত সমগ্র প্রক্ৰিয়াটোত ‘ভোট চুৰি’ আৰু সৰবৰাহৰ এক পৰিৱেশ সৃষ্টি হৈছে, যিয়ে দেশৰ সংবিধানক বিপন্ন কৰি তুলিছে। গতিকে এনে এজন লোক আয়োগৰ শীৰ্ষ পদত ব্ৰতী থকাৰ কোনো অধিকাৰ নাই৷ তৎকালেই তেওঁক অপসাৰণ কৰক চৰকাৰে ৷

গৌৰৱ গগৈ সহ এপিচিচিৰ শীৰ্ষ নেতৃত্বই প্ৰতিবাদস্থলীত হুংকাৰ দিয়ে, যদিহে নির্বাচনী আযোগক স্বচ্ছ আৰু নিৰপেক্ষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে কংগ্ৰেছ সমগ্ৰ অসমজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব ৷

গণতন্ত্ৰৰ ওপৰত বিজেপি চৰকাৰৰ এই হিটলাৰী শাসন ব্যৱস্থাক কোনোপধ্যেই মানি লোৱা নহ’ব আৰু গণতন্ত্ৰ, সংবিধান আৰু ভোটাধিকাৰ ৰক্ষাৰ এই সংগ্ৰাম অব্যাহত থাকিব বুলি চৰকাৰী যন্ত্ৰক সকীয়াই দিয়ে প্ৰদেশ কংগ্ৰেছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc Protestdainik agardootgaurav gogoi detaindGuwahatilatest newsRajib Bhawan
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d