Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

ট্রাম্পে ভয়াৱহ আক্ৰমণ চলোৱাৰ আশংকা, পুনৰ অগ্নিগর্ভ হোৱাৰ দিশত মধ্যপ্রাচ্য, সষ্টম কৰিলে অর্ধসামৰিক বাহিনীৰ পৰা বায়ুসেনা বাহিনীলৈ

publisher by publisher
September 24, 2026
in International, News, Politics
Reading Time: 1 min read
0
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Iran:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পুনৰ মধ্যপ্রাচ্য উত্তাল হোৱাৰ আশংকা প্রবল হৈছে। এনে আশংকাৰ স্পষ্ট ইংগিত দি ইৰানে সম্প্রতি সমগ্র দেশত বিধি-১০০ জাৰি কৰিছে। ইৰানৰ এই বিধি-১০০ই ৰাষ্ট্ৰীয় সামৰিক সতর্কতাক সূচায়। স্বাভাৱিকতে এই সামৰিক সতর্কতা উচ্চ পৰ্যায়ৰ হয়। অর্থাৎ সম্ভাব্য যুদ্ধ পৰিস্থিতিৰ মোকাবিলাৰ উদ্দেশ্যে দেশখন সম্প্রতি সাজু হৈছে। উল্লেখ্য যে শেহতীয়াভাৱে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানক কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

ADVERTISEMENT

ইৰানে সম্প্রতি বাহাল ৰখা স্থিতি সলনি নকৰিলে দেশখন উৰুৱাই দিয়াৰো ভাবুকি দিছে ট্রাম্পে। সেই অনুসৰি, সম্ভাব্য আক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ইৰান সষ্টম হৈছে। ইয়াৰ অংশৰূপে সমগ্র দেশত বিধি-১০০ বলৱৎ কৰিছে। ইতিমধ্যে চৰকাৰে দেশখনৰ উচ্চ প্রশিক্ষিত অর্ধসামৰিক বাহিনী ইছলামিক ৰিভ ‘ল্যুচনাৰী গার্ড ক’পছ (আইআৰচিজি), ইৰানী সেনাবাহিনীৰ অন্যতম শাখা আৰতেশ, বায়ুসেনা বাহিনী আৰু আভ্যন্তৰীণ নিৰাপত্তা বাহিনীসমূহকো সষ্টম থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।

লক্ষ্যণীয়ভাবে ট্রাম্পে জাৰি কৰা সকীয়নিত ইংগিত স্পষ্টহৈছে যে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আর্থিক বা কূটনৈতিকভাৱেও ইৰানক ধৰাশায়ী কৰিব পাৰে। আনহাতে, ট্রাম্পক উভতি ধৰি ইৰান চৰকাৰে স্পষ্ট কৰি দিছে যে মার্কিন যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিলে কোনো কথা বিবেচনা অবিহনে প্ৰত্যাক্ৰমণ কৰা হ’ব। উল্লেখ্য যে শেহতীয়াভাৱে য়েমেনৰ হুথি বাহিনীৰ উত্থানক লৈ মধ্যপ্রাচ্য উত্তপ্ত হৈ আছে। ইৰান সমর্থিত এই বাহিনীয়ে ছৌদি আৰবৰ বিভিন্ন স্থানত আক্রমণো সংঘটিত কৰিছে। এনে অৱস্থাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ইৰান আক্ৰমণৰ হুংকাৰ দিছে। ফলত মধ্যপ্রাচ্যৰ পৰিস্থিতিয়ে অচিৰে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্রবল হৈছে।

আনহাতে, বিধি-১০০ৰ সতর্কতা অনুসৰি, সামৰিক বাহিনীক সর্বোচ্চ পৰ্যায়ৰ সম্ভাব্য সংঘাত বা সামৰিক অভিযানৰ বাবে সম্পূর্ণরূপে সষ্টম থাকিবলৈ নির্দেশ দিয়া হয়। এই ধৰণৰ সামৰিক প্ৰস্তুতিৰ ক্ষেত্ৰত সেনাবাহিনীক দ্রুত নিয়োগৰ বাবে সাজু কৰি ৰখা হয়। সামৰিক যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰা হয়। একেদৰে আক্ৰমণ সংঘটিত হ’লে ক্ষিপ্ৰতৰে প্ৰত্যুত্তৰ জনাব পৰাকৈ ৰখা হয় সামৰিক বাহিনীক।

তদুপৰি শত্ৰুৰ বিমান আক্রমণ হ’লে গুৰুত্বপূৰ্ণ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰক ৰক্ষা কৰাৰ বাবেও সামৰিক বাহিনী সাজু থাকে। উল্লেখ্য যে ইৰানৰ ভূগর্ভস্থ ক্ষেপণাস্ত্র ঘাটিসমূহক ‘ক্ষেপণাস্ত্ৰ চহৰ’ বুলি কোৱা হয়। সেই ঘাটিসমূহত নিৰাপত্তা নিশ্ছিদ্ৰ কৰি তোলাটে হৈছে এই বিধি-১০০ৰ প্ৰধান পদক্ষেপ। ইয়াৰ অংশৰূপে সম্ভাব্য আক্ৰমণৰ প্রাক্‌ক্ষণত ক্ষেপণাস্ত্ৰ আৰু উৎক্ষেপণ গোটসমূহৰ অৱস্থান বাৰে বাৰে সলনি কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ক্ষেপণাস্ত্রসমূহ সুৰক্ষিত কৰি ৰখা।

উল্লেখ্য যে ইৰানে ৰাছিয়াৰ পৰা এছ-৩০০ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিছে। তদুপৰি নিজেও খোৰদাদ-১৫ আৰু ৰাভাৰ-৩৭৩ বিমান প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলা বুলি সূত্ৰই সদৰী কৰিছে। তদুপৰি দেশৰ সীমান্ত আৰু গুৰুত্বপূৰ্ণ ৰণকৌশলজনিত আন্তঃগাঁথনিসমূহো বিধি-১০০ৰ অধীনত সক্ৰিয় কৰি তোলা হয়। একেদৰে আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থাসমূহো অধিক দ্রুতভাৱে সক্ৰিয় কৰি তোলা হয়। ইয়াৰ অংশৰূপে আকাশমাৰ্গৰ ওপৰত সঘন নিৰীক্ষণ ৰখা হয়। শত্ৰুৰ সম্ভাব্য আক্রমণ ৰোধৰ উদ্দেশ্যে হাই-ফ্রিকুরেন্সি ট্রেকিং মোড কার্যক্ষম কৰি তোলা হয়।

ইৰানৰ সামৰিক পৰিকল্পনাত ‘মোজেইক ডিফেন্স’ শীর্ষক এক ব্যৱস্থাও আছে। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হ’ল যুদ্ধৰ সময়ত কেন্দ্ৰীয় সামৰিক কমাণ্ডোসকলৰ স’তে যোগাযোগ বিচ্ছিন্ন হ’লে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা যাতে অচল নহয়, তাৰ ব্যৱস্থা কৰা হয়। সম্প্রতি ইৰান চৰকাৰে বিধি-১০০ জাৰি কৰাত এই সকলো ব্যৱস্থা সক্ৰিয় কৰি তোলা হৈছে। এনে ব্যৱস্থাৰ অংশৰূপে অর্ধসামৰিক বাহিনী আইআৰজিচিৰ কমাণ্ডোসকলক পৰিস্থিতি অনুযায়ী সিদ্ধান্ত গ্রহণৰো কর্তৃত্ব প্ৰদান কৰা হৈছে। অর্থাৎ এই বাহিনীয়ে প্রয়োজনত সম্পূর্ণ স্বাধীনভাৱে সামৰিক অভিযান চলাব পাৰিব।

অৰ্থাৎ কেন্দ্ৰীয় নেতৃত্বৰ স’তে যোগাযোগ বিচ্ছিন্ন হ’লেও আইআৰজিচিৰ কমান্ডোসকলে প্রয়োজন সাপেক্ষে শত্ৰুৰ ওপৰত আক্ৰমণ সংঘটিত কৰিব পাৰিব। এই উদ্দেশ্যে ‘মোজেইক ডিফেন্স’ ব্যৱস্থাৰ সংযোজন ঘটোৱা হৈছে। একেদৰে দেশখনৰ তিনি পৰমাণু কেন্দ্ৰ নাটাঞ্জ, ফ’ৰডো আৰু ইছফাহানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsDainik AgradootDONALD TRUMPHigh AlartInternational Newsirani presidentlatest news
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d