Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

গৌৰৱ গগৈৰ নিৰ্দেশত মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা এপিচিচিৰ

publisher by publisher
September 3, 2026
in Assam, News
Reading Time: 1 min read
0
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

APCC:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অৱশেষত মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত বৃহস্পতিবাৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে এপিচিচিৰ সাধাৰণ সম্পাদক ( সাংগাঠনিক) ৰামান্না বৰুৱাই ৷

ADVERTISEMENT

এপিচিচিৰ সাধাৰণ সম্পাদক ( সাংগাঠনিক) গৰাকীৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনা পত্ৰ খনত উল্লেখ কৰা হৈছে যে বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ বাবে ঐক্যবদ্ধ ভাৱে যুঁজ দিয়াৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দল৷,অজাপ, বাওঁপন্থী দল সহ আন কে’বাটাও আঞ্চলিক দলৰ স’তে একত্ৰিত হৈ মিত্ৰজোঁট গঠন কৰা হৈছিল৷ কিন্ত শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱা পিছৰে পৰা বিশেষকৈ যোৱা কিছুদিন ধৰি ৰাইজৰ দলৰ নেতৃত্বত মিত্ৰতা ধৰ্ম জ্বলাঞ্জলি দি মিত্ৰজোঁটৰ নীতিনিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে অহৰহ ভুৱা প্ৰচাৰ আৰু চৰিত্ৰহননৰ দৰে নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ পৰে ৷

একেদৰে সমান্তৰালভাৱে মিত্ৰ দলৰ আন আন দলকো টাৰ্গেট কৰি ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বই বিভিন্ন ভিত্তিহীন, অনাকাংক্ষিত আৰু অসন্মানজনক মন্তব্য প্ৰদান কৰি মিত্ৰতাৰ মৌলিক আচাৰ-নীতিক বাৰেপতি আঘাত হানিছে বুলি উল্লেখ কৰে কংগ্ৰেছ।

যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ স’তে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো আৰু কোনোপধ্যেই সম্ভৱপৰ নহয় বুলি কংগ্ৰেছে অনুভৱ কৰি মিত্ৰতা ভংগৰ সিদ্ধান্ত লয়।

আনহাতে ৰাইজৰ দলৰে মিত্ৰতা ভংগ হ’লেও ভাৰতীয় জাতীয় কংগ্ৰেছে নিজৰ লক্ষ্যত অটল থাকি সৰ্ব সাধাৰণ ৰাইজৰ জলন্ত সমস্যা সমূহ সাজোৰে উদ্থাপিত কৰি যাব৷ একেদৰে বৰ্তমান দিছপুৰৰ শাসনৰ গাদীত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ জনবিৰোধী কাম- কাজৰ বিৰুদ্ধে জবাবদিহি কৰি যাব কংগ্ৰেছে ৷

ইপিনে মিত্ৰতাৰ ভংগ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কয় ,মিত্ৰতাৰ ধৰ্ম পাহৰি তুচ্ছ-তাচ্ছিল্য কৰাৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে। ঘৰৰ ভিতৰত থাকি ৰাইজৰ দলে শত্ৰুতা কৰাতকৈ বাহিৰত থাকিয়ে শত্ৰুতা কৰক। সেইকাৰণে আজিৰে পৰা আনুষ্ঠানিকভাৱে মিত্ৰতাৰ সকলো সম্পৰ্ক ছেদ হ’ল ৰাইজৰ দলৰে।

উল্লেখ্য যে যোৱা পূব অসমত হৈ যোৱা প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পিছৰে পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন কটু মন্তব্য কৰি আহিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: apcc announcedbig political newsbreakdown alliancebreking newsGaurav Gogoilatest newsRaijor Dal
publisher

publisher

Related Posts

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d