Husband and wife dismissed from their Jobs:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:লোপে পাপ,পাপে মৃত্যু৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল চৰকাৰী চাকৰি কৰা এহাল দম্পতীৰ ক্ষেত্ৰত ৷ যোৰহাটৰ ঔষধ পৰিদৰ্শক তেজেন্দ্র শইকীয়া আৰু শিৱসাগৰৰ ঔষধ পৰিদৰ্শক জাহ্নবী কলিতা৷ সমন্ধত দুয়ো পতি-পত্নী৷ কিন্ত তেওঁলোক দুয়োৰে বিৰুদ্ধে অভিযোগ উদ্থাপিত হৈছিল উৎকোচ লোৱাৰ ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখি উৎকোচ লোৱাৰ প্ৰমাণিত হোৱাত তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ দুই পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷
ADVERTISEMENT































