Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহনগৰীত দিনক দিনে বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা৷ বৃহস্পতিবাৰে আবকাৰী বিভাগৰ এটা দলে গোপন খবৰৰ ভিত্তিত মালিগাঁৱৰ এখন গেলামালৰ দোকানত অৰ্তকিতে অভিযান চলাই জব্দ কৰে প্ৰায় অগনন বিয়েৰ বটল,৯৮ বটল বিলাতী সুৰা আৰু ১২ শ লিটাৰ অবৈধ বিলাতী সুৰা ৷ এই সংক্ৰান্তত দোকন খন গৰাকী এলেন বড়োক আটক কৰে কামৰূপ আবকাৰী বিভাগে।
ADVERTISEMENT































