Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

ৰঙিয়াৰ হোটেলত নাৰকীয় কাণ্ড : অসহায় যুৱতীক কেঁচী-স্ক্রুড্ৰাইভাৰৰে হত্যা, আন যুৱকৰ স'তে গোপন সম্পর্ক থকাৰ সন্দেহতে প্রাণ ল'লে, অনুশোচনাহীন অভিযুক্তৰ স্বীকাৰোক্তি: তাইক হত্যা কৰিবলৈ আহিছিলে

publisher by publisher
September 14, 2026
in Assam, Crime, News
Reading Time: 2 mins read
0
Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Heinous murder in Rangia:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জঘন্য হত্যাকাণ্ডই সঘনে জোঁকাৰিবলৈ ধৰিছে ৰাজ্যক। আন যুৱকৰ স’তে গোপন সম্পর্ক থকাৰ মাথোঁ সন্দেহৰ আধাৰতে ৰৌতাৰ এজন যুৱকে যোৱা নিশা ৰঙিয়াৰ এখন হোটেলত ১৯ বছৰীয়া প্রেমিকাক পৰিকল্পিতভাৱে হত্যা কৰে। ইতিমধ্যে অভিযুক্তজন জালত পৰিছে। তেওঁ প্রেমিকাক কিয় হত্যা কৰিলে তাৰ অজুহাতে দিছে। এই নাৰকীয় কাণ্ডৰ অভিযুক্তজন হ’ল ওদালগুৰি জিলাৰ ৰৌতাৰ অভিজিৎ কিণ্ডু। হোটেলৰ কোঠাত প্রেমিকাক কেঁচী আৰু স্ক্রুড্ৰাইভাৰৰে হানি-খুঁচি হত্যা কৰা বুলি অভিযুক্তজনে প্রকাশ কৰিছে। প্রেমিকাক হত্যাৰ উদ্দেশ্যে তেওঁ কালি ৰঙিয়াত উপস্থিত হৈছিল বুলিও প্রকাশ কৰিছে।
লক্ষ্যণীয়ভাৱে প্রেমিকাক হত্যা কৰাৰ পাছতো যুৱকজনৰ মুখমণ্ডলত অনুশোচনাৰ বিন্দুমাত্ৰ ৰেশ ফুটি উঠা নাই। হানি-খুঁচি প্রেমিকাক হত্যা কৰাৰ পাছত অভিযুক্তজনে ঘটনাক আন ৰূপ দিয়াৰ উদ্দেশ্যে নিজৰ ডিঙিত ৰেপ দিয়াৰ লগতে হোটেলৰ কোঠাত থকা কম্বলৰে চিলিং ফেনত চিপ লোৱাৰ ভংগিমাও লৈছিল বুলি আৰক্ষী সূত্রই জনায়। অৱশ্যে জালত পৰাৰ পাছত তেওঁ প্রেমিকাক হত্যা কৰাৰ কথা প্রকাশ কৰে।

# তাইক হত্যাৰ উদ্দেশ্যেই আহিছিলো: অভিযুক্ত

প্রেমিকাক পৰিকল্পিতভাৱে হত্যা কৰাৰ পাছত দুর্ধর্ষ অপৰাধীৰ দৰে আচৰণ কৰি অভিজিতে এই নাৰকীয় কাণ্ড সংঘটিত কৰাৰ অজুহাত দিয়াৰো চেষ্টা কৰে। তেওঁৰ বৰ্বৰতাৰ বলি হোৱা যুৱতীগৰাকী হ’ল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীৰ অসুৰমাৰীৰ হাবিল গুড়িয়াৰ কন্যা মালানী গুড়িয়া (১৯)। পঢ়া-শুনাত ভাল ফলাফল প্রদর্শন কৰিছিল যদিও পৰিয়ালৰ দৰিদ্ৰতাৰ হেতু মালানীয়ে জীৱিকাৰ সন্ধানত সুদূৰ চেন্নাইলৈ গৈছিল। উদ্দেশ্য আছিল দৰিদ্ৰ পিতৃক আর্থিক সকাহ দিয়া।
সূত্রই জনোৱা মতে, চেন্নাইলৈ যোৱাৰ পাছতে মালানীয়ে অভিজিতৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি তোলে। কিন্তু এই সম্পর্কই যে কাল হ’ব সেয়া তেওঁ সপোনতো ভাবিব পৰা নাছিল। জালত পৰাৰ পাছত অনুশোচনাহীন অভিজিতে কয়, ‘তাই আন যুৱকৰ স’তে গোপন সম্পৰ্ক ৰাখি মোক মিছা কৈ আহিছিল। তাইক হত্যা কৰিবলৈয়ে ইয়ালৈ (ৰঙিয়া) আহিছিলো। মোক তাই ঠগি আছিল। মিছা নকওঁ, মই নিজে তাইক হত্যা কৰিছো। মই প্লেন (পৰিকল্পনা) কৰি সিহঁতক হোটেলত ব্যৱস্থা কৰি দিছিলো। তাই আগৰ পৰাই আন যুৱকৰ লগত কথা পাতি আছিল।’ প্রেমিকাক হত্যাৰ উদ্দেশ্যেই ঘৰৰ পৰাই কেঁচী আৰু স্ক্রুড্ৰাইভাৰ লগত লৈ অহা বুলিও অভিযুক্তজনে প্রকাশ কৰে। কেনেদৰে অভিজিতে সংঘটিত কৰিলে নাৰকীয় কাণ্ডপূর্ব পৰিকল্পনা অনুসৰি কালি সন্ধিয়া ধৃত অভিজিৎ ৰঙিয়াত উপস্থিত হয়।
পাছত সন্ধিয়া ছয় বজাত তেওঁ ৰঙিয়াৰ ৰেল ষ্টেছনৰ ওচৰৰ অতিথি হোটেলখনৰ দুটা কোঠা (নম্বৰ ১১০ আৰু ১১১) বুক কৰে। ইয়াৰে এটা তেওঁ নিজে থাকিবলৈ আৰু আনটো চেন্নাইৰ পৰা ৰেলত আহি থকা তেওঁৰ তিনি বান্ধৱী থাকিব বুলি হোটেল কর্তৃপক্ষক জনায়। সেই অনুসৰি নিশা ৰঙিয়া ৰেল ষ্টেছনত উপস্থিত হয় দুগৰাকী বান্ধৱীসহ মালানী। পাছত নিশা ১০ বজাত তিনিও অতিথি হোটেলত উপস্থিত হৈ অভিজিতে বুক কৰি ৰখা কোঠালৈ গমন কৰে। অভিজিতে ১১১ নম্বৰ আৰু মালানীসহ যুৱতী তিনিগৰাকীয়ে ১১০ নম্বৰ কোঠাত আশ্রয় লয়। এনেদৰে হত্যাৰ পৰিকল্পনা কৰি মালানীক ৰঙিয়ালৈ আনে অভিযুক্তজনে।

# মালানীৰ দুই বান্ধৱীৰ ভাষ্য

যোৱা নিশা মালানীৰ স’তে একেলগে অতিথি হোটেলৰ ১১১ নম্বৰ কোঠাত আশ্রয় লোৱা যুৱতী দুগৰাকীয়ে আজি যোৱা নিশাৰ পৰিস্থিতি সম্পর্কে প্রকাশ কৰে। যুৱতী দুগৰাকীৰ ভাষ্য অনুসৰি নিশা তিনিও শুই আছিল। তেনে অৱস্থাতে অভিজিতে তেওঁলোকক বাহিৰৰ পৰা জগাই মালানীক নিজৰ কোঠালৈ লৈ যায়। তেওঁৰ লগতে তেওঁৰ মোনাখনো লৈ যায়। মোনাখন নিয়া সন্দৰ্ভত মালানীৰ বান্ধৱী দুগৰাকীয়ে প্ৰশ্ন কৰাত প্রয়োজন থকা বুলি কয়। অৱশ্যে তাৰ পাছত অভিজিতৰ কোঠাত কি সংঘটিত হ’ল সেয়া একো নাজানে বুলিও দুয়োয়ে কয়।
আনহাতে, আজি নিচেই পুৱা মালানীৰ বান্ধৱী দুগৰাকীয়ে হোটেলৰ পৰা নিজ নিজ ঘৰলৈ যাবলৈ লওতে হোটেল কর্তৃপক্ষই মালানীৰ কথা সোধাত তেওঁলোকে নিশাৰ কথা বৰ্ণনা কৰাৰ উপৰি এক চাঞ্চল্যকৰ ভাষ্য দিয়ে। দুয়ো হোটেল কর্তৃপক্ষক কয়, ‘মালানীলৈ আমি ফোন কৰাত তেওঁৰ পৰিৱৰ্তে অভিজিতে ফোন উঠায়।’ যুৱতী দুগৰাকীৰ এই ভাষ্য শুনি হোটেল কর্তৃপক্ষই অভিজিতৰ কোঠাৰ দৰ্জাত টুকুৰিয়াত আৰক্ষী নাহিলে দুৱাৰ নোখোলে বুলি জনায়। লগে লগে হোটেল কর্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে। সেই মর্মে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিজিতক কৰায়ত্ত কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আনহাতে, মালানীৰ বান্ধৱী দুগৰাকীৰ ভাষ্য গ্রহণ কৰি আৰক্ষীয়ে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়ে।
ইতিমধ্যে মালানীৰ পৰিয়ালৰ লোক ৰঙিয়াত উপস্থিত হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত আৰক্ষীয়ে মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিব বুলি সূত্রই জনায়। স্বাভাৱিকতে ঘটনাটোৱে অসুৰমাৰীত শোকৰ ছাঁ পেলাইছে। সূত্ৰই জনোৱা মতে অভিজিৎ আৰু মালানীৰ প্ৰেমৰ সম্পৰ্কৰ কথা তেওঁলোকৰ দুয়ো পৰিয়ালে জানিছিল। প্রেমিকাক হত্যা কৰাৰ পাছতো তেওঁৰ মাতৃয়ে অভিযুক্তজনলৈ ফোন কৰি আছিল যদিও আৰক্ষীৰ নিৰ্দেশত তেওঁ ফোন ৰিচিভ কৰাৰ পৰা বিৰত থাকে।

# অভিযুক্তক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

একমাত্র সন্দেহৰ ভিত্তিত প্রেমিকাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিজিতক আৰক্ষীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crime NewsGIRL DEATHHeinous murderlatest newsrangia hotelRANGIA POLICEYouth Arrested
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d