Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
September 15, 2026
in Assam, News
Reading Time: 4 mins read
0
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Himanta viswa sarma Govt: ২৮,৫২১ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন
ড:শৰ্মা চৰকাৰৰ প্ৰথম পাঁচ বছৰীয়া কাৰ্যকালৰ পৰিসংখ্যা
নিশাৰ ভিতৰতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি ঔদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন
অধিক প্ৰস্তাৱৰ দীঘলীয়া তালিকা
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যৰ দুখীয়া কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ সপোন দেখুওৱা ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে নিশাটোৰ ভিতৰতে হেজাৰ হেজাৰ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন অব্যাহত ৰাখিছে। দুখীয়া কৃষকৰ ভূমি অতি ক্ষিপ্ৰতাৰে তুলি দিয়া হৈছে বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ হাতত।
অভিযোগ অনুসৰি ইয়াৰ বিনিময়ত কৃষকসকলে পর্যাপ্ত মূল্য লাভ কৰা নাই। কৃষকৰ আৰ্থিক দুৰ্বলতাৰ সুযোগ লৈ পুঁজিপতি গোষ্ঠীয়ে বিঘাই বিঘাই কৃষিভূমি ক্রয় কৰিছে আৰু সেইবোৰ নানান অজুহাত দি চৰকাৰৰ পৃষ্ঠপোষকতাত ঔদ্যোগিক শ্রেণীলৈ পৰিবৰ্তন কৰা হৈছে। চর্চা অনুসৰি বহিঃৰাজ্যৰ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থতে কৃষি অর্থনীতি নিৰ্ভৰশীল অসমৰ ভূমিৰ এই ব্যাপক শ্রেণী পৰিৱৰ্তন চৰকাৰেক্ষিপ্ৰতাৰে অব্যাহত ৰাখিছে।
অসম চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি ড° শৰ্মা চৰকাৰৰ কাৰ্যকালৰ প্ৰথম পাঁচ বছৰীয়া কার্যকালত অর্থাৎ ২০২১ৰ পৰা ২০২৫লৈ মুঠ ২৮,৫২১ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়। মুঠ ২৬খন জিলাত এই পৰিৱৰ্তন কৰা হয়। জিলাবোৰৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয় কামৰূপত। জিলাখনৰ ৩,৫০৯ বিঘা ভূমি অনাকৃষি কার্যত ব্যৱহাৰৰ বাবে শ্ৰেণী পৰিৱৰ্তন কৰা হয়। ইয়াৰ পাছতে ২,২৮১ বিঘা ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয় যোৰহাট জিলাত।
তেনেদৰে গোলাঘাটত ১,৮০৮ বিঘা, বৰপেটাত ১,০৬৪ বিঘা, দৰঙত ১,৭১২ বিঘা, ডিব্রুগড়ত ১,৬৮১ বিঘা, কামৰূপ মহানগৰত ১,২৪৮ বিঘা, লখিমপুৰত ১,১৯০ বিঘা, মৰিগাঁৱত ১,৫৪০বিঘা, নগাঁৱত ১,৫১৭ বিঘা, নলবাৰীত ১,৬৩০ বিঘা, শিৱসাগৰত ১,২৮৫ বিঘা, শোণিতপুৰত ১,৫৬৮ বিঘা আৰু তিনিচুকীয়াত ১,১৩৫ বিঘা ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়। একেদৰে বিশ্বনাথত ৬৬৯ বিঘা, বজালীত ৪২৮ বিঘা, বঙাইগাঁৱত ৪৯৬ বিঘা, চৰাইদেউত ৪০৮ বিঘা, কাছাৰত ৩১৮ বিঘা, ধেমাজিত ৭০১ বিঘা, ধুবুৰীত ৭০৩ বিঘা, গোৱালপাৰাত ৬৮২ বিঘা, হোজাইত ৫৯৩ বিঘা, মাজুলীত ২০৪ বিঘা আৰু শ্রীভূমি জিলাত ১৩০ বিঘা কৃষিভূমি অনাকৃষি কাৰ্যত ব্যৱহাৰৰ বাবে শ্ৰেণী পৰিৱৰ্তন কৰা হয়।
উল্লেখ্য যে অসমত কৃষি উৎপাদন বৃদ্ধিত চৰকাৰে গুৰুত্ব দিয়া বুলি দাবী কৰি আহিছে। সেয়েহে কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰা, কৃষিভূমিক অধিক উৎপাদনক্ষম কৰি তোলাৰ নীতি কৃষি বিভাগে গ্ৰহণ কৰিছে; কিন্তু চৰকাৰেই নিজৰ নীতিৰ স্ববিৰোধিতা স্পষ্ট কৰি হেজাৰ হেজাৰ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন সাধন কৰিছে। প্ৰসংগক্রমে উল্লেখ্য যে অসমৰ মুঠ কৃষিভূমিৰ পৰিমাণ ২৭,৫৮,৭৫৭ বিঘা।
দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি, কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ প্ৰস্তাৱৰ দীঘলীয়া তালিকা বৰ্তমান চৰকাৰৰ ঘৰত মজুত আছে। বিভিন্ন স্তৰত বিবেচনাধীন হৈ আছে এই প্ৰস্তাৱ। এই প্ৰস্তাৱসমূহে অনুমোদন লাভ কৰিলেই আৰু কে’বাহেজাৰ বিঘা কৃষিভূমি অতি শীঘ্ৰে অনাকৃষিভূমিলৈ পৰিৱৰ্তন হ’ব।
প্রসংগক্রমে উল্লেখ্য যে কোনো ধৰণৰ প্ৰতিক্ৰিয়াক গুৰুত্ব নিদিয়াকৈ শেহতীয়াকৈ অসম চৰকাৰে ২২খন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্রাণী অভয়াৰণ্যৰ ২৩৯ হেক্টৰৰো অধিক ভূমিৰ শ্ৰেণী পৰিৱৰ্তন সম্পন্ন কৰিছে। চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগে শেহতীয়াকৈ এই সম্পর্কত জাননী জাৰি কৰিছে। আগন্তুক দিনত সংৰক্ষিত বনাঞ্চলৰ আৰু অধিক ভূমি ঔদ্যোগিক আৰু আন্তঃগাঁথনি নিৰ্মাণৰ কামত শ্ৰেণী পৰিৱৰ্তন কৰাটোও অৱধাৰিত হৈছে। সমান্তৰালভাৱে অব্যাহত ৰাখিছে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন প্ৰক্ৰিয়াও।
#LatestNews #himantaviswasarmagovt #agriculturelandscape #ClassChange #publicreaction
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: agriculture landClass Changehimanta viswa sarma govtlatest newsPublic Reaction
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d