Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

ভুকে নাপালে আৰক্ষীয়ে

publisher by publisher
September 15, 2026
in Assam, Crime, News
Reading Time: 4 mins read
0
Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Kamakhya Train Station:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অভাৱনীয় চুৰি কার্য সংঘটিত হৈছে গুৱাহাটীত। এই ঘটনাত চোৰৰ দলে সাতখনকৈ ট্রাকৰে পাঁচদিনৰ ভিতৰত কামাখ্যা ৰেল জংছনৰ পৰা চুৰি কৰি নিয়ে বৃহৎ পৰিমাণৰ এলুমিনিয়াম তাঁৰ। জংছনটোৰ নিৰ্মাণ কাৰ্যৰ বাবে মজুত কৰি ৰখা এই তাঁৰ চুৰিৰ ঘটনা অসম আৰক্ষী অথবা ৰেল আৰক্ষীয়ে কোনেও গমেই নাপালে।
পাছত চুৰিৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত ৰেল বিভাগে ৰেল আৰক্ষী আৰু অসম আৰক্ষীক ঘটনাটো অৱগত কৰি এজাহাৰ দাখিল কৰে। ইয়াৰ ভিত্তিত অনুসন্ধান চলাই ৰেল আৰক্ষীয়ে হাজোৰ জাপিয়া আৰু ঢেকিয়াজুলিৰ পৰা চুৰি সামগ্ৰীৰ এটা অংশ কালিৰ পৰা চলোৱা অভিযানত উদ্ধাৰ কৰে। তদুপৰি গ্ৰেপ্তাৰ কৰে ১১ জন অভিযুক্তক।
এতিয়াও কে’বাজনো অভিযুক্ত পলাতক অৱস্থাত আছে। বিশেষকৈ চিচিটিভিৰ কেমেৰাত আবদ্ধ হোৱা তথ্যই এই তদন্তত যথেষ্ট সহায় কৰে। এই চুৰি কাৰ্যত কে’বাজনো ঠিকাদাৰ জড়িত থকাৰ তথ্য উদ্ধাৰ হৈছে। অনুসন্ধানত উদ্ধাৰ হোৱা তথ্য অনুসৰি যোৱা সাত, ১০, ১৮, ২৫ আৰু ২৯ আগষ্টত এলুমিনিয়াম তাঁৰবোৰ চুৰি কৰা হৈছিল। চুৰি তাঁৰ পৰিবহণ কৰা ট্রাককেইখন আৰক্ষীয়ে চিনিব নোৱৰাকৈ কেএমচি নামৰ এটা প্ৰতিষ্ঠানৰ নামত পৰিবহণ নথিও উলিওৱা হৈছিল।
চুৰি কৰা অধিক সংখ্যক তাঁৰ জাপিয়াৰ মুকুট আলী নামৰ এজন লোকৰ পুখুৰীত লুকুৱাই ৰখা হয়। আন এটা অংশ লুকুৱাই ৰখা হয় ঢেকিয়াজুলিৰ এটা গুদাম ঘৰত। তদুপৰি আন একাধিক স্থানতো চুৰি তাঁৰবোৰ জমা কৰি থোৱাৰ খবৰ তদন্তকাৰী আৰপিএফে লাভ কৰিছে। আজিলৈকে গ্ৰেপ্তাৰ কৰা ১১ জন অভিযুক্ত হ’ল- বাহাৰুল আলী, বিজু ৰয়, তহিদুৰ ৰহমান, মজদুৰ আলী, ইমৰাজুল হক, কুলেন শৰ্মা, চিৰাজুদ্দিন শ্বেখ, বিৰাজ সিনহা, মুলিন বাবু সিনহা, ছাইফুল ইছলাম আৰু মোগল হুছেইন।
পলাতক অৱস্থাত থকা কেইজন হ’ল নিজামুদ্দিন ওৰফে নয়ন কলিতা ওৰফে নৰেন কলিতা, ইউছুফ আহমেদ, মুকুট আলী, খলিল আলী আৰু জাকিৰ হুছেইন। মুকুট, ইউছুফ আৰু জাকিৰ বৃত্তিত ঠিকাদাৰ। বিদ্যুৎ বিভাগৰ ঠিকাৰ কামত তিনিওজন জড়িত। আনহাতে, নিজামুদ্দিন এই সমগ্র চুৰিকাণ্ডৰ মূল ব্যক্তি বুলিও চিনাক্ত কৰা হৈছে।
#LatestNews #CrimeNews #TheftIncident #aluminumwire #kamakhyatrainstation #guwahati
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aluminum wireCrime NewsGuwahatikamakhya train stationlatest newsTheft Incident
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d