Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

    Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

ফুল আৰু গামোচাৰে সজোৱা হৈছে প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলী, পুৱাই জুবিন ক্ষেত্রত উপস্থিত হৈ জুবিনৰ অন্তিম শয়নস্থলীত পানী চটিয়াই গৰিমা শইকীয়া গার্গে, পুৱা ৯ বজাৰ পৰা ১২ বজালৈ সর্বধর্ম প্রার্থনা, দিনৰ ১বজাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা নামতি দলে পৰিবেশন কৰিব নাম প্ৰসংগ

publisher by publisher
September 17, 2026
in Assam, News
Reading Time: 2 mins read
0
Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Zubeen Divas:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস উদযাপন কৰা হ’ব ৷ কলাগুৰু আর্টিষ্ট ফাউণ্ডেছন, জুবিন গাৰ্গ ন্যাস, জুবিনৰ পৰিয়াল আৰু সাংস্কৃতিক সঞ্চালকালয়, স্থানীয় সোণাপুৰৰ ৰাইজৰ উদ্যোগত আয়োজিত জুবিন দিৱস উপলক্ষে ফুল আৰু গামোচাৰে সজোৱা হৈছে প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলী ৷ বৃহস্পতিবাৰে পুৱাই জুবিন ক্ষেত্রত উপস্থিত হৈ জুবিনৰ অন্তিম শয়নস্থলীত পানী চটিয়াই গৰিমা শইকীয়া গার্গে ৷
আনহাতে প্ৰাণৰ শিল্পীক উদযাপন কৰিবলৈ পুৱাৰে পৰা জুবিন অনুৰাগীৰ সোঁত বৈছে সোণাপুৰৰ জুবিনক্ষেত্ৰলৈ৷ আজি পুৱাই জুবিনক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-ধর্ম-বর্ণ নির্বিশেষে জিকিৰ পৰিবেশন কৰে ৷
ইপিনে জুবিন দিৱসৰ বিস্তৃত কাৰ্যসূচী অনুসৰি জুবিন ক্ষেত্ৰত আজি পুৱা ৯ বজাৰ পৰা ১২ বজালৈ হয় সর্বধর্ম প্রার্থনা ৷  দিনৰ এক বজাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা নামতি দলে পৰিবেশন কৰিব নাম প্ৰসংগ ৷
১৮ ছেপ্টেম্বৰত জুবিনক গীত-মাতেৰে উদযাপন কৰা হ’ব। বিভিন্ন সাংস্কৃতিক গোষ্ঠী, শিল্পী আদিয়ে ইয়াত অনুষ্ঠান পৰিবেশন কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কার্যসূচী নিশা সাত বজাত অন্ত পৰিব। ১৯ ছেপ্টেম্বৰত পুৱা গুৰু আসন প্রতিষ্ঠা কৰি ভাগৱত পাঠ কৰা হ’ব। নাম-প্ৰসংগও কৰা হ’ব। সন্ধিয়া ৬-৩০ বজাত ভাওনা পৰিবেশন কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাও সেইদিনা জুবিন ক্ষেত্রত উপস্থিত থাকিব।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱাৰ বিগত এবছৰে ব্ৰহ্মপুত্ৰৰে বহু পানী বৈ গ’ল যদিও তেওঁৰ মৃত্যুৱে সৃষ্টি কৰা আৱেগৰ কোনো হীনডেঢ়ি নহ’ল। জুবিন নামৰ সত্তাটোৱে জীৱিত কালত অসমবাসীক এনেদৰে আৱৰি ৰাখিছিল যে তেওঁ চিৰদিনলৈ হেৰাই যোৱা বুলি আজিলৈকে মনে-প্রাণে গ্রহণ কৰিব পৰা নাই। সেই জুবিন নোহোৱা হোৱাৰ স্মৃতিচাৰণ কৰিবলৈ মানসিকভাবে সাজু নহয় অসমবাসী।
আনহাতে ১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্রলৈ যাবলগীয়া লোকৰ বাবে অসম ৰাজ্যিক চালক সন্থা তথা কেব চালকসকলে যাত্ৰীৰ পৰা কেৱল ইন্ধনৰ খৰচটোহে ল’ব, ভাড়া আদায় নকৰে বুলি সংগঠনটোৱে সদৰী কৰে। ইয়াৰ উপৰি যাত্ৰীসকলক খোৱা পানীও যোগান ধৰিব। ১৯ ছেপ্টেম্বৰত অসম সাহিত্য সভায়ো জুবিন দিৱস পালন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সদৰী কৰে যে এই দিৱস অসম সাহিত্য সভাৰ ৩৩ খন জিলা সভা আৰু প্রায় এহেজাৰখন শাখা সাহিত্য সভাই পালন কৰিব। অসমৰ উপৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশত থকা শাখা সাহিত্য সভাসমূহেও এই দিৱস পালন কৰিব।
দিৱস পালনৰ কেন্দ্ৰীয় কাৰ্যসূচী মৰিগাঁৱত পালন কৰা হ’ব। সেইদিনা পুৱা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব। কাৰ্যসূচীৰ অংশ হিচাপে নাহৰৰ পুলি ৰোপণ কৰা হ’ব। তাৰ পাছত জুবিনৰ মায়াবিনী শীর্ষক গানটো পৰিবেশন কৰা হ’ব। বিয়লি সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত স্মৃতি সভা অনুষ্ঠিত কৰা হ’ব। সেইদিনা সন্ধিয়া ছয় বজাত ৰাজ্যবাসীক ঘৰত এগছিকৈ বস্তি জ্বলাবলৈও অসম সাহিত্য সভাই আহ্বান জনাইছে।
সদৌ অসম ছাত্র সন্থায়ো ১৯ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ‘পোহৰৰে চাকি গছি’ শীর্ষক বিশেষ কার্যসূচী পালন কৰিব। অসম বাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে ১৯ ছেপ্টেম্বৰৰ দিনটো ‘পঢ়িবলৈ শিকো আহা’ দিন হিচাপে পালন কৰিব। ৰাজ্যৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহত ৰূপায়ণ কৰিবলগীয়া এই কার্যসূচীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি পাঠ পঢ়া প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
ইপিনে, অসম জাতীয় পৰিষদৰ উদ্যোগত সপ্তাহজুৰি পালন কৰা হৈছে জুবিন গাৰ্গ স্মৃতি সপ্তাহ। কাইলৈ এই কাৰ্যসূচীৰ অংশ হিচাপে জুবিন গাৰ্গৰ সংগীত, কাব্য প্রতিভা, প্রকৃতি প্রেম, মুক্ত চিন্তা, মানবীয় প্রমূল্য, সামাজিক দায়বদ্ধতা, অসমীয়া জাতীয়তাবাদ আৰু সাম্প্রদায়িকতাবিহীন সমন্বয়ৰ অসমৰ সপোন আদি বিষয়ত আলোচনা কৰা হ’ব। জুবিন গাৰ্গৰ গীত বিভিন্ন জনগোষ্ঠী ভাষাতো পৰিবেশন কৰা হ’ব। এশগৰাকী শিল্পীয়ে পৰিবেশন কৰিব জুবিনৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ শীর্ষক গীতটি।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking Newsculturedeptdeath day celebrationgarima gargjubeen gargkalaguru foundationlatest newsSONAPURzubeen foundationzubeen khetra
publisher

publisher

Related Posts

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী
India

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

September 17, 2026
মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ
Assam

মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

September 17, 2026
ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল
Assam

ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

September 17, 2026
মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ
International

মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

September 17, 2026
Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d