Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
September 19, 2026
in Assam, News
Reading Time: 6 mins read
0
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition : 10 Oct 2026

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়

Dainik Agradoot Today’s Edition: 7th Oct 2026

Zubeen Garg:জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমৰ সাংস্কৃতিক আত্মা
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ঠিক এবছৰ পূৰ্বে আজিৰ দিনটোৰ আগদিনা অসম ভূমিক শেষ সুৰ্যোদয় চাই ছিংগাপুৰলৈ ওলাই গৈছিল প্ৰাণৰ জুবিন গাৰ্গ৷সেই যাত্ৰা যে জীৱিত জুবিনৰশেষ যাত্ৰা আছিল,সেই যাত্ৰাই যে প্ৰতিজন অসমীয়াৰ বুকু চিৰদিনলৈ উদং কৰিব,কোনে জানিছিল৷ সেই দিনটোৰ এবছৰ পাছত জুবিন দিৱস পালন কৰিব লগীয়া হৈছে তাতকৈ দুৰ্ভাগ্য আৰু অসমবাসীৰ নাই৷মূৰৰ ওপৰত লৈ, বুকুত শিল বান্ধি অসমবাসীয়ে আজি ‘উদযাপন’ কৰিছে জুবিন দিবস। বিগত বৰ্ষত ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমবাসীক শোকৰ অথাই সাগৰত পেলাই থৈ সুদূৰ ছিংগাপুৰৰ সাগৰত প্রাণ হেৰুৱাই ছিল অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গার্গে। সেইদিন ধৰি আৰু আজিও, হয়তো অনাদি অনন্ত কাললৈ ‘জয় জুবিনদা’ ধ্বনিত হৈ থাকিব। অমৰত্বৰ ধ্বনিও প্রতিধ্বনিত হৈ ৰ’ব এইখন অসমত আৰু পৃথিৱীৰে বহু জুবিন প্ৰেমীৰ মাজত।
জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমৰ সাংস্কৃতিক আত্মা। ১৮ নৱেম্বৰ ১৯৭২ ত মেঘালয়ৰ তুৰাত জন্ম (আচল নাম জুবিন বৰঠাকুৰ) আৰু । ৩৩ বছৰীয়া কৰ্মজীৱনত তেওঁ যি সৃষ্টি কৰি গ’ল সেয়া অসমত দ্বিতীয় নাই।
জুবিনৰ সংগীতৰ সৃষ্টিৰাজী:
৪০ টাতকৈ বেছি ভাষা-উপভাষাত প্ৰায় ৩২,০০০ গীত। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী, তামিল, তেলেগু, মাৰাঠী, নেপালী, কাৰ্বি, মিচিং, বড়ো আদি।
বাদ্য:
১২ বিধ বাদ্যযন্ত্ৰত পাকৈত – তবলা, কী-ব’ৰ্ড, গীটাৰ, ঢোল, দোতাৰা, মেণ্ডলিন, ড্ৰাম, হাৰমনিয়াম ইত্যাদি।
এলবাম:
১৯৯২ ত ‘অনামিকা’ৰে বিপ্লৱ আৰম্ভ। তাৰ পিছত মায়া, আশা, হিয়া দিয়া নিয়া, মেঘৰ বৰণ, ৰুমাল, চিলা, নাহৰ, ৰং আদি ২০০ ৰো অধিক এলবাম।
বলীউড:
হিন্দী – ১৯৯৫ ত প্ৰৱেশ, কিন্তু খ্যাতি ২০০৬ ত ‘Ya Ali’ (Gangster) গীতেৰে। GIMA Best Singer Award পায়।
বাংলা – ‘মন’, ‘শুধু তুমি’, ‘চিৰদিনই তুমি যে আমাৰ’ ৰ “পিয়া ৰে”, “মন মানে না” আজিও কালজয়ী।
চলচ্চিত্ৰ জগত:
একাধাৰে অভিনেতা, পৰিচালক, সংগীত পৰিচালক, প্ৰযোজক সকলো আছিল জুবিন গাৰ্গ ।
অসমীয়া কথাছবি:
মিছন চাইনা(২০১৭), কাঞ্চনজংঘা(২০১৯),দীনবন্ধু,ৰ’দৰ চিঠি
শেষ ছবি: ‘ৰৈ ৰৈ বিনালে’
১৯ বছৰ ধৰি বুকুত কঢ়িওৱা সপোন। তেওঁৰ মৃত্যুৰ পিছত ২০২৫ ত ৮০০ খন স্ক্ৰীণত Housefull চলিছিল।
ৰাষ্ট্ৰীয় বঁটা: Echoes of Silence.ছবিৰ সংগীতৰ বাবে।
সাহিত্য আৰু সমাজকৰ্ম:
গীতিকাৰ, কবি, ‘মুক্ত’ মানসিকতাৰ প্ৰতীক – “মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মই মুক্ত”
কলাগুৰু Artist Foundation* – বানপীড়িত, অনাথ শিশু, আহত জীৱ-জন্তুৰ বাবে কাম।
CAA বিৰোধী আন্দোলন, কামাখ্যাত পশুবলি বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা।
সন্মান:
২০০৬ তGlobal Indian Film Award, ২০২৪ ত ই উএছটিএমৰ পৰা ডি -লিট,PETA ৰ Hero Award
ভূপেন হাজৰিকাৰ পিছত অসমৰ সাংস্কৃতিক পৰিচয়ক বিশ্ব দৰবাৰত দাঙি ধৰা একমাত্ৰ শিল্পী জনেই হৈছে জুবিন গাৰ্গ । জুবিনৰ এটা বিখ্যাত উক্তি আছিল ‘জীৱন মানে ধুমুহাৰ স’তে যুঁজি যুঁজি আগুৱাই যোৱা।”
#ZubeenGarg #lifehistory #দৈনিকঅগ্ৰদূত #অগ্ৰদূত #dainikagradoot #agradoot #dainikagradootdigital
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgradootDainik Agradootdainik agradoot digitallife historyZubeen Gargঅগ্ৰদূতদৈনিক অগ্ৰদূত
publisher

publisher

Related Posts

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক
India

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

October 10, 2026
নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d