Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

২০২১ৰ অক্টোবৰতে পঞ্জীকৃত এজাহাৰৰ ভিত্তিত তদন্ত দুটাকৈ বিশেষ ৱেবছাইট ব্যৱহাৰ, সহযোগীক চিনাক্ত, ছদিনৰ তদন্তকাৰী সংস্থাৰ জিম্মালৈ

publisher by publisher
September 22, 2026
in Assam, News
Reading Time: 1 min read
0
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

IPL Gambling:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আইপিএল ক্রিকেটক লৈ জুৱাৰৰ ছিন্ডিকেট চলাই কোটি কোটি টকাৰ অবৈধ ব্যৱসায় কৰা এটা চক্ৰৰ কাণ্ডৰী দ্বীপেশ বাজোৰিয়া নামৰ এজন কুখ্যাত জুৱাৰী যোৱা দেওবাৰে নিশা প্রৱর্তক সঞ্চালকালয় (ইডি)ৰ জালত পৰে। দীঘলীয়া তদন্তৰ অন্তত ইডিৰ গুৱাহাটীস্থ কার্যালয়ৰ এটা দলে বাজোৰিয়াক মহানগৰীৰ জু-ৰোডস্থিত বাসভৱনৰ পৰা ধনৰ অবৈধ লেনদেন প্রতিৰোধ আইনৰ অধীনত গ্রেপ্তাৰ কৰে।

ADVERTISEMENT

বাজোৰিয়াক সোমবাৰে গুৱাহাটীস্থ বিশেষ আদালতত হাজিব কৰা হয়। ইডিৰ আবেদন মর্মে আদালতে বাজোৰিয়াক ছদিনৰ বাবে তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্রেৰণ কৰে। ইডিয়ে তদন্তত লাভ কৰা তথ্য অনুসৰি ধনৰ

অবৈধ লেনদেনৰ এই কার্যত ধৃত বাজোৰিয়া বিগত বহু বছৰ ধৰি জড়িত হৈ আহিছে। তেওঁ আইপিএল জুৱা বৃহৎ পৰিসৰত চলাই আহিছে। ইয়াকে লৈ যি ছিন্ডিকেট চলাই আহিছে তাৰ জৰিয়তে বাজোৰিয়াই ২০২২ৰ ১৯ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ১৫ মেলৈকে কোটি কোটি টকাৰ লেনদেন কৰে। এই লেনদেনৰ বাবে ব্যৱহাৰ কৰা হয় বর্তমান অকাৰ্যকৰী এখন ফাৰ্মৰ বেংক একাউন্ট। মেচাৰ্ছ ডিআৰএম কোক নামৰ ফাৰ্মখনৰ একাউন্ট এই কামত ব্যৱহাৰ কৰা হয়। এই একাউণ্টত উক্ত সময়ছোৱাত প্রায় ২৮.১২ কোটি টকা জমা হয়। তেনেদৰে পৰিশোধ কৰা হয় প্রায় ২৮.০৩ কোটি টকা।

উল্লেখ্য যে আইপিএল জুৱাক লৈ গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত ২০২১ৰ ১১ অক্টোবৰত এখন এজাহাৰ পঞ্জীয়ন হৈছিল। তিনিচুকীয়া আৰক্ষী থানা আৰু গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাতো ইতিমধ্যে দুখন এজাহাৰ এই জুৱাক লৈ পঞ্জীয়ন হৈছিল। এই দুখন এজাহাৰকো অপবাধ শাখাৰ এজাহাৰখনৰ লগত সংযুক্ত কৰা হয়। কাৰণ প্রাথমিক অনুসন্ধানত ৰাজ্যৰ কে’বাখনো জিলাত চলা আইপিএল জুৱাৰ মাজত যোগসূত্র থকাটো নিশ্চিত কৰা হয়।

অপৰাধ শাখাৰ অনুসন্ধানত এই তথ্যও নিশ্চিত কৰা হয় যে আইপিএল জুৱাত এক বৃহৎ ছিণ্ডিকেট চক্র জড়িত হৈ আছে আৰু এই চক্ৰৰ নেতৃত্বত কোটি কোটি টকাৰ লেনদেন চলি আহিছে। অবৈধ ধনৰ বৃহৎ লেনদেন গোটেই বিষয়টোত জড়িত থকাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত ইয়াৰ তদন্তৰ দায়িত্ব ইডি লৈ হস্তান্তৰ কৰা হয়।

ইডিৰ তদন্তত পোহৰলৈ আহে যে কুখ্যাত জুৱাৰী গুৱাহাটীৰ দ্বীপেশ বাজোৰিয়াই এই জুৱাৰ ছিণ্ডিকেটৰ প্ৰধান বুকী। এই জুৱা চলাবলৈ দ্বীপেশে দুটা অনলাইন বেটিং প্লেটফর্ম তথা ৱেবছাইট ব্যৱহাৰ কৰি আহিছে। এই দুটা ৱেবছাইট হ’ল www.skyexchange.com আৰু www.winner7.io। ইয়াৰ লগতে জুৱাত বিনিয়োগকাৰীৰ বাবে গোপন বার্তা প্ৰেৰণৰো অনলাইনত বিশেষ ব্যৱস্থা গঢ়ি তোলা হয়। আনহাতে, ধনৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰা হয় মেচাৰ্ছ ডিআৰএম কোকৰ নামত থকা একাউন্টটো।

তদন্তৰ অংশৰূপে ইডিৰ এটা দলে যোৱা ২৬ মে’ত বাজোৰিয়াৰ বাসভৱনত তালাচী চলায়। এই তালাচীত একাধিক বিলাসী বাহন, সম্পত্তিৰ নথি, বেংকৰ নথি আদি জব্দ কৰা হয়। তদুপৰি ম’বাইল ফোন, লেপটপ, পেন ড্রাইভ আদিও জব্দ কৰা হয়। এইসমূহ নথি আৰু সামগ্ৰীৰ বিতং কাৰিকৰী পৰীক্ষাত ধনৰ অবৈধ লেনদেনৰ দিশটো অধিক স্পষ্ট হয়। এই লেনদেনৰ সন্দৰ্ভত বাজোৰিয়াই সন্তোষজনক উত্তৰ দাখিলতো ব্যর্থ হয়। ইয়াৰ বিপৰীতে ইডি নিশ্চিত হয় যে বাজোৰিয়াই এই সমগ্র জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী।

এই প্রসংগতে ইডিৰ সূত্রই সদৰী কৰে যে বাজোৰিয়াৰ সহযোগী আৰু এই জুৱাত বিনিয়োগকাৰীসকল ইতিমধ্যে উদ্ধাৰ হৈছে। অধিক তথ্য উদ্ধাৰৰ বাবেও আগন্তুক ছটা দিন বাজোৰিয়াক জেৰা কৰিব ইডিৰ দলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crime NewsEd RaidsGamblingGuwahatiiplcricketlatest newsOne Arrested
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d