Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

সমগ্র দেশত প্রচণ্ড জোকাৰণি, জ্ঞানেশ কুমাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ১০ মাহত ১৪বাৰ আপত্তিলিপিবদ্ধ কৰিছিল দুই নির্বাচন আয়ুক্তই, বিতর্কিত এছআইআৰক লৈও অকলেই সিদ্ধান্ত লৈছিল

samimsultana by samimsultana
September 24, 2026
in India, National, News, Politics
Reading Time: 1 min read
0
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Gyanesh Kumar CEC controversy explained:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ বিভিন্ন বিৰোধী দলে বিগত সময়ত দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি আহিছিল, সেয়া সম্প্রতি একপ্ৰকাৰ শুদ্ধ প্রমাণিত হৈছে। দেশব সংবিধান আৰু আইনী বিধি ব্যৱস্থাক ভৰিৰে মোহাৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেশৰ গণতন্ত্ৰৰ ওপৰত বুলড ‘জাৰ চলালে। ইয়াকে কৰোতে তেওঁ আয়োগৰ দুই আয়ুক্তক কার্যতঃ পুতলাত পৰিণত কৰি ৰাখিলে।

ADVERTISEMENT

ইয়াৰ সমান্তৰালভাৱে তেওঁ নির্বাচনী কাম তথা ভোটাৰ তালিকা প্রস্তুতৰ কামত নিয়োজিত দণ্ডাধীশ পৰ্যায়ৰ বিষয়াসকলৰ ক্ষমতা ব্যাপকভাবে হৰণ কৰে। কুমাৰৰ এই দৌৰাত্ম ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ কাকতে এক অনুসন্ধানমূলক সাংবাদিকতাৰে পোহৰলৈ আনিছে। কাকতখনৰ এটা বাতৰিত ইংগিত দিয়া হৈছে যে বহু বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ নামত মুখ্য নির্বাচন আয়ুক্ত কুমাৰে কাৰ্যতঃ দেশৰ প্ৰতিয়ে প্ৰৱঞ্চনা কৰিলে।

উল্লেখ্য যে ২০২৫ৰ জুনত বিহাৰত আৰম্ভ হোবা এছআইআৰৰ জৰিয়তে এই পর্যন্ত ৩০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ১৩ কোটিৰো অধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। লক্ষ্যণীয়ভাবে সমগ্র এছআইআৰ প্ৰক্ৰিয়াটোৰেই তিনিজনীয়া নির্বাচন আয়োগৰ দুজন নির্বাচন আয়ুক্তই বিৰোধিতা কৰাৰ তথ্য পোহৰলৈ আনিছে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ উক্ত বাতৰিয়ে। বাতৰিটোৰ মতে, প্ৰক্ৰিয়াটোৰ স’তে জড়িত কেতবোব সিদ্ধান্ত মুখ্য নির্বাচন আয়ুক্ত কুমাৰে দেশৰ সংবিধান উলংঘা কবি অকলে গ্ৰহণ কৰে। তেওঁৰ এই কাণ্ডৰ বিষয়ে দুই নির্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে কেবিনেট সচিবকো আপত্তি দিছিল। আনকি বিগত ১০ মাহত অৰ্থাৎ যোৱা বছৰৰ ২৮ অক্টোবৰৰ পৰা এই বছৰৰ ১৪ আগষ্টলৈ ১৪ বাৰকৈ নির্বাচন আয়ুক্তদ্বয়ে লিখিতভাৱে এই আপত্তি দর্শাইছিল।

মাথোঁ এদিনতে নির্বাচন আয়ুক্তদ্বয়ে চাৰিবাৰকৈ কুমাৰৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল। আশ্চর্যজনকভাবে দুই নির্বাচন আয়ুক্তৰ এই আপত্তিক সম্পূৰ্ণৰূপে আওকাণ কৰি মুখ্য নির্বাচন আয়ুক্তই এছআইআৰৰ নাম লৈ দৌৰাত্ম্য অব্যাহত ৰাখিছে। স্বাভাৱিকতে ‘দ্য ইন্ডিয়ান এক্সপ্ৰেছ’ৰ এই বাতৰিয়ে দেশজুৰি প্ৰচণ্ড জোঁকাৰণিৰ সৃষ্টি কৰিছে। বিৰোধী নহয়, স্বয়ং নির্বাচন আয়োগৰ অভ্যন্তৰৰ পৰাই মুখ্য নির্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগে স্বাভাবিকতে বিশেষ গুৰুত্ব অর্জন কৰিছে।

# নির্বাচন আয়োগৰ অভ্যন্তৰত নজিৰবিহীন সংঘাত

বিগত কিছুমাহত নির্বাচন আয়োগৰ অভ্যন্তৰত যি সংঘাতৰ সূত্রপাত ঘটে সেয়া নজিৰবিহীন বুলি চর্চিত হৈছে। এই সংঘাতৰ কেন্দ্রবিন্দু হ’ল এছআইআৰক লৈ মুখ্য নির্বাচন আয়ুক্ত কুমাৰে অকলে গ্ৰহণ কৰা এলানি বিতর্কিত সিদ্ধান্ত আৰু দুই নির্বাচন আয়ুক্তই তেওঁৰ এই কর্মকাণ্ডৰ বিৰোধিতা কৰে। তিনিজন আয়ুক্তৰে গঠিত আয়োগখনৰ সংখ্যাগৰিষ্ঠ তথা দুজন আয়ুক্তই কুমাৰৰ এই কর্মকাণ্ডসমূহৰ বিৰুদ্ধে কেবিনেট সচিবৰ দ্বাৰস্থ হৈছিল। এছআইআৰৰ জৰিয়তে ভোটাৰ তালিকাত নতুন ভোটাৰ পঞ্জীয়ন আৰু পুৰণি ভোটাৰৰ নাম কর্তন কাৰ্যক অবৈধ আৰু অকর্তৃত্বশীল আখ্যা দিছে দুই নির্বাচন আয়ুক্তই। এনে ধৰণৰ সিদ্ধান্ত কুমাৰে নিৰ্বাচন আয়ুক্তদ্বয়ক আন্ধাৰত ৰাখি গ্রহণ কৰা বুলি দুয়োৰে অভিযোগ উত্থাপন কৰিছে।

# ব্যাপক হাৰত জ্যেষ্ঠ দণ্ডাধীশৰো ক্ষমতা হৰণ

দুই নির্বাচন আয়ুক্ত সান্ধু আৰু যোশীয়ে দাখিল কৰা লিখিত অভিযোগ অনুসৰি, এছআইআৰৰ ক্ষেত্ৰত বিধি ব্যৱস্থা উলংঘা কৰি মুখ্য নির্বাচন আয়ুক্ত কুমাৰে এছআইআৰৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচন বিষয়াবৰ্গক একাষৰীয়া কৰি দিল্লীৰ পৰাই সমগ্ৰ দেশৰ ভোটাৰ তালিকা কেন্দ্রীয়ভারে প্রস্তুত কৰোৱায়। অর্থাৎ ভোটাৰ পঞ্জীয়ন বিষয়াবর্গই নির্বাচন আয়োগৰ প’ৰ্টেলত ভোটাৰ তালিকা চোৱাত হেঙাৰ সৃষ্টি কৰে আয়োগে।

অথচ এই ভোটাৰ পঞ্জীয়ন বিষয়াসকল আয়োগৰ দ্বাৰা নিযুক্ত হোৱাৰ লগতে তেওঁলোক মহকুমা দণ্ডাধীশ (মহকুমাধিপতি) পৰ্যায়ৰ বিষয়া আৰু তেওঁলোক ভোটাৰ তালিকা প্রস্তুতৰ স’তে প্রত্যক্ষভারে জড়িত থাকে। তদুপৰি তেওঁলোক প্রশাসনিক কামৰ অভিজ্ঞতাৰে পুষ্টও হয়। কুমাৰৰ দৌৰাত্ম্য ইয়াতে অন্ত পৰা নাছিল। প্ৰপত্ৰ-৬ত অবান্তৰ প্রশ্ন সংযোজনো নির্বাচন আয়ুক্তদ্বয়ৰ অজ্ঞাতে কৰা হৈছিল। এই প্রশ্নই নতুন ভোেটাকলৰ মনত বিভ্রান্তিৰ সৃষ্টি কৰে। যোৱা মে’ত অন্যতম নির্বাচন আয়ুক্ত যোশীয়ে আঙুলিয়াই দিয়ে যে ভোটাৰ তালিকা প্রস্তুতকৰণ প্রক্রিয়াটো ক্রমান্বয়ে কেন্দ্ৰীভূত কৰা হৈছে।

# পশ্চিমবংগত নাম কর্তন হোৱা ভোটাৰসকলক কোনে আবেদন জনোৱাৰ কর্তৃত্ব প্রদান কৰিলে

লক্ষ্যণীয় যে এছআইআৰত পশ্চিমবংগত ধুমুহাৰ সৃষ্টি হৈছিল। এই প্ৰক্ৰিয়াৰ অন্তত ৬০ লাখ ভোটাৰৰ নাম কৰ্তন হয়। বিগত বিধানসভা নির্বাচনৰ পাছত পোহৰলৈ আহে যে বাজ্যখনৰ ৪৯টা সমষ্টিত প্রার্থীৰ জয়-পৰাজয়ৰ ব্যৱধানতকৈ এছআইআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কর্তন হোৱা ভোটাৰৰ সংখ্যা অধিক। এই ৪৯টা সমষ্টিৰ ২৬টাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে ২১ টাত তৃণমূল কংগ্রেছ জয়যুক্ত হয়। কিন্তু যিদৰে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কর্তন হ’ল সিয়ে একাংশক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য কৰে। পাছত যোৱা ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে এছআইআৰৰ অন্তিম পর্যায়টো নির্বাচন আয়োগৰ হাতৰ পৰা কাঢ়ি আনে। তদুপৰি ন্যায়ালয়ে ৬০ লাখ ভোটাৰৰ ভাগ্য নিৰূপণৰ বাবে ন্যায়িক বিষয়াৰ হাতত দায়িত্ব অর্পণ কৰে। ইয়াৰে ২৭ লাখ ভোটাৰৰ নাম আয়োগে তালিকাৰ পৰা কৰ্তন কৰে। তাৰ পাছতে ন্যায়ালয়ে এইসকল ভোটাৰ আবেদনৰ শুনানি গ্রহণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ন্যায়াধিকৰণলৈ নিৰ্দেশ জাৰি কৰে। আনহাতে, যোবা সপ্তাহত নির্বাচন আয়োগে ন্যায়ালয়ক জনায় যে এই ন্যায়াধিকৰণসমূহৰ ওচৰত ৩৮ লাখ আবেদন নিষ্পত্তিহীন হৈ আছে। ইয়াৰ পূৰ্বে যোৱা আগষ্টত নির্বাচন আয়ুক্ত সান্ধুৱে আয়োগৰ বিষয়াবৰ্গক লিখিতভাৱে সোধে। নির্বাচন আয়োগৰ হৈ এই আবেদনসমূহ দাখিলৰ বাবে কাৰ দ্বাৰা কাক কর্তৃত্ব প্রদান কৰা হৈছে? প্রকৃততে কোনে নির্বাচন আয়োগৰ হৈ এই আবেদনসমূহ দাখিল কৰিছে? তেওঁ লগতে জনায় যে তেওঁক বা আনজন নির্বাচন আয়ুক্ত যোশীক নতুবা পশ্চিমবংগৰ বৰ্তমানৰ মুখ্য নির্বাচন আয়ুক্তক এই আবেদনসমূহৰ বিষয়ে অৱগত কৰা হোৱা নাই

আনহাতে, দুই নির্বাচন আয়ুক্তই বিগত সময়ত বাৰে বাৰে আঙুলিয়াই দিয়ে যে গোৱাৰ ৯৭ জনকৈ যোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। দিল্লীৰ পৰা কেন্দ্ৰীয়ভাৱে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলিও নির্বাচন আয়ুক্তদ্বয়ে অভিযোগ উত্থাপন কৰে। আশ্চর্যজনকভাৱে এই ৯৭ যোগ্য ভোটাৰৰ নাম কৰ্তনৰ কোনো তথ্য আয়োগৰ প’ৰ্টেলত নাই। উল্লেখ্য যে আয়োগে ব্যৱহাৰ কৰা ERONet আৰু ইয়াৰ উত্তৰসূৰি ECINet ত ভোটাৰ তালিকা ভোটাৰ পঞ্জীয়ন বিষয়াসকলে চোৱা কাৰ্য মুখ্য নির্বাচন আযুক্ত কুমাৰে মইমতালিৰে আয়োগে নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsCECcontroversy explainedDainik AgradootGyanesh Kumarlatest newsOpposition DemandRemoval Claim
samimsultana

samimsultana

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d