Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

কুকুৰৰ কামোৰ, সাপৰ খোঁটনিৰ মাজতো হাবিয়ে জংঘলে ঘূৰিছে

publisher by publisher
September 24, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Tinsukia:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ ৰঙীণ সপোন আৰু ৰাজ্য চৰকাৰৰ এগ্রীষ্টেকৰ ডাঙৰ ডাঙৰ বেনাৰৰ আঁৰত আজি সমগ্ৰ অসমতে জীয়াতু ভূগিব লগা হৈছে গাঁৱৰ ভেটি স্বৰূপ গাঁও প্রধানসকল। কৃষি ভূমিৰ ডিজিটেল জৰীপৰ নামত প্রতিদিনেই হাবিয়ে-বননিয়ে ঘূৰি ফুৰিবলগীয়া হোৱা চৰকাৰী গাঁও প্রধানসকল আজি চৰম নিৰাপত্তাহীনতাত ভুগিছে। কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্রীষ্টেক আঁচনিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২০২৪ বৰ্ষৰ পৰা অসমৰ ৩০খন জিলাত একেলগে ডিজিটেল ক্রপ চাৰ্ভে আৰম্ভকৰিছে। আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই জৰীপত জিলা প্রশাসনসমূহে হাজাৰ হাজাৰ কাৰ্যৰত গাঁও প্রধানক তথ্য সংগ্রহ, জিঅ’টেগিং আৰু কৃষকৰ ভূমিৰ সত্যাপনৰ দায়িত্বত নিয়োজিত কৰিছে, যাৰ ভিতৰত কেৱল তিনিচুকীয়া জিলাতে আছে প্রায় আঢ়ৈশ গাঁও প্রধান।

ADVERTISEMENT

কিন্তু এই চমকৰ আঁৰৰ বাস্তৱ ছবিখন অতি কৰুণ। গাঁৱে-ভূঞে জৰীপৰ কামত যাওঁতে গাঁও প্রধান সকলৰ জীৱনলৈ ভাবুকি নামি আহিছে। কোনো ধৰণৰ সুৰক্ষা সামগ্ৰী, যাতায়াতৰ সুব্যৱস্থা বা প্রাথমিক চিকিৎসাৰ সঁজুলি নোহোৱাকৈয়ে তেওঁলোকক নদীৰ টুলুঙা নাৱেৰে বিপদসংকুলভাৱে নদী পাৰ হৈ, হাবি-জংঘল আৰু পথাৰে ঘূৰি জৰীপ চলাবলগীয়া হৈছে।

ইয়াৰ ফলত অসমৰ বিভিন্ন প্রান্তত কৰ্মৰত অৱস্থাত গাঁও প্রধানসকল দুর্ঘটনাৰ সন্মুখীন হৈছে। অসমৰ ভিন্ন ৰাজহ চক্ৰৰ এলেকাত যোৱা কেইদিনত সংঘটিত দুটা ঘটনাই এই নিৰাপত্তাহীনতাৰ ভয়াৱহতাক উদঙাই দিছে। শেহতীয়াকৈ জোৱাৰ্দ্দি বেছিমাৰী গাঁৱৰ গাঁও প্রধান ফটিক বৈশ্যই ক্রপ চার্ভে কৰি থাকোতেই বিষাক্ত সাপৰ খুটনিৰ বলি হয়। ভাগ্য ভাল যে সময়মতে চিকিৎসাৰব্যৱস্থা কৰাত তেওঁ বর্তমান সুস্থ হৈ উঠিছে।

আনহাতে চলিত মাহতে ডুমডুমা ৰাজহ চক্ৰৰ হাঁহখাতি গাঁৱৰ গাঁও প্রধান জিতুল মৰাণক জৰীপ চলাবলৈ গৈ থকাৰ অৱস্থাত কুকুৰে কামুৰি গুৰুতৰভাৱে আঘাত কৰে। এনে ঘটনা সমগ্র অসমতে নিতৌ ঘটি আছে। আটাইতকৈ দুর্ভাগ্যজনক কথাটো হ’ল কৰ্মৰত অৱস্থাত সংঘটিত এনে দুর্ঘটনাৰ বাবে আজিলৈকে চৰকাৰীভাৱে চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজৰ সেৱাত ব্ৰতী হোৱা এইসকল লোকৰ বাবে কোনো স্বাস্থ্য বীমা বা সুৰক্ষা নাই।

এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ গাঁও প্রধানসকলে চৰকাৰৰ ওচৰত কে’বাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। তেওঁলোকে প্ৰতিগৰাকী গাঁও প্ৰধানৰ পৰিয়ালৰ বাবে বছৰি অন্যতম ছয় লাখ টকাৰ স্বাস্থ্য বীমা কার্ড বিনামূলীয়াকৈ প্রদান কৰিবলৈ দাবী জনাইছে, কিয়নো ৰাইজৰ সেৱাত নিয়োজিত এইসকল লোকৰ পৰিয়ালৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাটো অত্যন্ত জৰুৰী। লগতে গাঁও প্রধান পদবীটোৰ বিশাল দায়িত্ব আৰু পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্রতিষ্ঠানিক ৰূপ দি চৰকাৰী মর্যাদা প্ৰদান কৰি নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তিৰ বাবে নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ উপৰি অৱসৰপ্ৰাপ্ত গাঁও প্রধানসকলৰ এককালীন সাহায্য শীঘ্ৰে মুকলি কৰি দিয়া, দীর্ঘদিন ধৰি খালী হৈ থকা গাঁও প্রধানৰ পদসমূহ পূৰণ কৰা আৰু অৱসৰপ্ৰাপ্তসকলৰ পৰিয়ালৰ যোগ্য লোকক উক্ত পদত বিশেষ মৰ্যাদাৰ ভিত্তিত নিযুক্তি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বিগত বৰ্ষটো জৰীপ চলাবলৈ যোৱা গাঁও প্রধানসকলৰ লগত এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agricultural LandDigital surveydog biteslatest newssnake bitessurveyorTinsukia
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d