Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

অসমসহ পাঁচ ৰাজ্যৰ নিৰ্বাচন অবৈধ!

publisher by publisher
September 25, 2026
in India, News
Reading Time: 1 min read
0
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেশৰ সুস্থ গণতন্ত্র বৰ্তাই ৰখাৰ অন্যতম এক চালিকা শক্তি নির্বাচন আয়োগৰ মুৰব্বীৰ সংবিধান ধ্বংসকাৰী কাৰ্যই দেশবাসীক হতচকিত কৰি তুলিছে। গণতান্ত্রিক পদ্ধতিৰে চৰকাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া পৰিচালনা কৰা দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ চূড়ান্ত অবৈধ কার্যকলাপে সাধাৰণ ভোটাৰৰ অধিকাৰ কাঢ়ি নিয়াই নহয়, প্রকৃত জনপ্রতিনিধি নির্বাচিত হোৱাৰ বিষয়টোলৈ গভীৰ সন্দেহৰ প্ৰশ্ন উত্থাপন কৰিছে।

ADVERTISEMENT

এনে পৰিপ্ৰেক্ষিতত কুমাৰৰ নেতৃত্বত নির্বাচন আয়োগে পৰিচালনা কৰা নির্বাচনসমূহ অবৈধ ঘোষণা কৰা হ’বনে? বিহাৰত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ
জৰিয়তে লক্ষ লক্ষ ভোটাৰৰ নাম কৰ্তনৰ আগৰে পৰাই বিৰোধীয়ে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সৰৱ হয়। কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আহিছে যদিও কুকীর্তি অব্যাহত ৰাখে জ্ঞানেশ কুমাৰে।

এই কলংকিত কার্যকলাপ ফাদিল হোৱাৰ পাছত শেহতীয়াভাবে নির্বাচন সম্পন্ন হোৱা বিহাৰ, অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুড়চেৰীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিৰোধীয়ে সবল দাবী উত্থাপন কৰাই নহয়, এনে নির্বাচন অবৈধ বুলি আইনবিদ, ৰাজনৈতিক বিশ্লেষক আৰু দেশৰ নির্বাচন আয়োগৰ প্ৰাক্তন মুৰব্বীয়েও মত প্রকাশ কৰিছে। প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত এছ বাই কুৰেছিয়ে এছআইআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন স্বেচ্ছাচাৰী, অযুক্তিকৰ আৰু ৰহস্যজনক বুলি মন্তব্য কৰে।

উল্লেখ্য যে দেশত জ্ঞানেশ কুমাৰৰ নেতৃত্বত এইদৰে স্বেচ্ছাচাৰীভাৱে ১৩ৰ পৰা ১৪ কোটি লোকৰ নাম ভোটাৰ তালিকাৰ পৰা নোহোৱা হয়। কুৰেছিৰ শেহতীয়া মন্তব্যই প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে কালি জ্ঞানেশ কুমাৰৰ ভয়াৱহ কীৰ্তি ফাদিল হোৱাৰ পাছত দেশৰ আগশাৰীৰ ৰাজনৈতিক নেতৃত্ব মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি তৰুণ নেতা তেজস্বী যাদৱলৈ একেমুখে নির্বাচন বাতিলৰ দাবী জনাইছে। অসমতো কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আজি দাবী জনায়।

এই প্রসংগতে উল্লেখ্য যে ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তন এই কেলেংকাৰি বুলি কুৰেছিয়ে কৈছিল। এক কৃত্রিম প্ৰক্ৰিয়াৰ জৰিয়তে জনসংখ্যাৰ প্ৰায় ১৫ শতাংশৰ নাম মুচি পেলোৱাটো কুঅভিসন্ধিমূলক আৰু ৰহস্যজনক বুলিও তেওঁ কয়।

বুধবাৰে পৰা পুনৰ এই বিষয়টোক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক আৰম্ভ হোৱাৰ পাছত ইতিমধ্যে তৃণমূল নেত্রী মমতা বেনাৰ্জীয়ে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক তাৎক্ষণিক গ্ৰেপ্তাৰ আৰু তেওঁ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজুৰ দাবী জনায়। নির্বাচন আয়োগে শাসকীয় বিজেপিৰ এজেণ্টৰূপে কাম কৰা বুলি অভিযোগ কৰি মমতাই দাবী কৰে যে সংশোধিত তালিকাৰ পূৰ্বৰ ভোটাৰ তালিকা ব্যৱহাৰ কৰি পশ্চিমবংগত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

মমতাৰ লগতে তৃণমূল নেতা অভিষেক মুখার্জীয়ে কয় যে পশ্চিমবংগত নির্বাচনী ফলাফল নিজ ইচ্ছানুসাৰে সালসলনি কৰিবলৈ ৩০ লক্ষাধিক ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল। হাৰিয়ানা আৰু বিহাৰতো এই একেই অভিযোগ উত্থাপন হৈছে। মমতাই কয়, ‘পুৰণি ভোটাৰ তালিকাৰে পশ্চিমবংগত নির্বাচন অনুষ্ঠিত কৰিবই লাগিব। অন্যথা দেশজুৰি জ্ঞানেশ কুমাৰক অপসাৰণ নকৰা পৰ্যন্ত প্রতিবাদ কৰা হ’ব বুলি তেওঁ হুংকাৰ দিয়ে।

মমতাই কয় যে বিজেপি আৰু নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচন লুট কৰা বুলি এতিয়া প্রমাণ হ’ল। একেদৰে আম আদমী পার্টি (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দাবী কৰে যে দিল্লী, পশ্চিমবংগ, বিহাৰ আৰু মহাৰাষ্ট্ৰকে ধৰি শেহতীয়াভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ নিৰ্বাচন অবৈধ ঘোষণা কৰি পুনৰ বেলট পেপাৰৰ ব্যৱহাৰৰে নির্বাচন অনুষ্ঠিত কৰিব লাগে।

তেওঁ তিনি বছৰ পুৰণি ভোটাৰ পঞ্জীয়নৰ তথ্য ব্যৱহাৰ কৰিব লাগে বুলিও দাবী জনায়। ইয়াৰ মাজতে একাংশ ৰাজনৈতিক নেতাই কয় যে নির্বাচন আয়োগক নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত এনে দাবীৰ মূল্যই বা কিমান? গণতন্ত্রক ভৰিৰে মোহাৰি পেলোৱা চৰকাৰৰ সন্মুখত এনে দাবী গৰুৰ আগত টোকাৰি বজোৱা সদৃশ হ’ব বুলি উল্লেখ কৰি শেহতীয়া কাৰ্যকলাপে গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা নোহোৱা কৰিব নেকি বুলিও প্রশ্ন উত্থাপন কৰে।

ইপিনে, কেজৰিৱালে কয়, ‘আমি দাবী জনাও যে জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰিব লাগে। দিল্লী, বিহাৰ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, হাৰিয়ানা, মধ্য প্রদেশ আৰু চত্তিছগড়ৰ নিৰ্বাচন বাতিল কৰি পুনৰ অনুষ্ঠিত কৰিব লাগে। ভোটাৰ তালিকাৰ অপব্যৱহাৰৰ আঁৰৰ খলনায়ক বুলিও তেওঁ কুমাৰক অভিহিত কৰে।

ইপিনে, বিহাৰত ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ নেতা তেজস্বী যাদৱে বিহাৰ আৰু পশ্চিমবংগত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তেওঁ দাবী জনায়। একে দাবী উত্থাপন কৰিছে শিৱসেনাৰ এটা গোটৰ মুৰব্বী উদ্ধৱ থাকৰে। তেওঁ মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু তামিলনাডুৰ নির্বাচন অবৈধ ঘোষণা কৰি পুনৰ নতুনকৈ অনুষ্ঠিত কৰাৰ দাবী জনায়। দেশৰ প্রাক্তন আইনমন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ কপিল শিবালেও নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।

তেওঁ কুমাৰৰ তাৎক্ষণিক নিলম্বনৰ দাবী জনায় আৰু তেওঁ কয় যে তেওঁৰ কাৰ্যকালত অনুষ্ঠিত নির্বাচন বাতিল কৰিব লাগে দেশৰ উচ্চতম ন্যায়ালয়ে। শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিৰ সাংসদ সুপ্রিয়া ছুলেই কয় যে এই বিষয়টো অতি গুৰুতৰ আৰু ইয়াকে লৈ সকলো ৰাজনৈতিক দলৰ মাজত মুকলি আলোচনাৰ প্ৰয়োজন আছে। দেশৰ প্ৰতিজন নাগৰিকৰ অধিকাৰৰ প্ৰশ্ন জড়িত হৈ আছে বুলি তেওঁ কয়।

সাংসদ ৰকিবুল হুছেইনে তীব্র সমালোচনা কৰি কয়, ‘দেশত নির্বাচনী আয়োগৰ নামত ভয়ংকৰ জালিয়াতি হৈছে। জ্ঞানেশ কুমাৰক শীঘ্ৰে নিলম্বন কৰিব লাগে। য’ত ভোট কৰ্তনৰ ফলত চৰকাৰ সলনি হৈছে তাত ভোটাৰ তালিকা তেওঁলোকে নতুনকৈ প্ৰস্তুত কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

চাঞ্চল্য সৃষ্টিৰ চেষ্টা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

দেশৰ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰহসনত পৰিণত কৰাৰ অভিযোগক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাভাৱিকতে এনে অভিযোগক লৈ চৰকাৰ অস্বস্তিত পৰাৰ বিপৰীতে বিৰোধী দল, সংগঠন আদি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে। দেশৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সৃষ্টি কৰা এই কাণ্ডক লৈ আজি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কে’বাটাও মন্তব্য কৰে। গুৰুতৰ বিষয়টোক লৈ প্রকাশিত বাতৰিক চাঞ্চল্য সৃষ্টিৰ প্রচেষ্টাৰ বাদে আন একো নহয় বুলি কৈ মুখ্যমন্ত্ৰীয়ে স্বাভাৱিকভাবে চৰকাৰৰ সমর্থনত কয় যে বাতৰিত যিবোৰ কথা ওলাইছে সেইবোৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বৰ সময়ছোৱাৰহে। তদুপৰি বিৰোধীয়ে চৰকাৰক সমালোচনা কৰিবই।

এয়া কোনো নতুন কথা নহয়। যিয়ে সংবিধানৰ কথা জানে তেওঁলোকে কথাবোৰ ভালদৰে জানিব। মুখ্যমন্ত্রীয়ে লগতে কয়, ‘যদি নির্বাচন আয়োগে কিবা সিদ্ধান্ত ল’ব লাগে তেন্তে তিনিওজন আয়ুক্তই চহী কৰে। তাৰ আগৰ সময়ছোৱাত প্রতিজনৰ চিন্তা বেলেগ বেলগ হব পাৰে। কিন্তু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সময়ত আটায়ে একেলগে বহি এটা সর্বসম্মত সিদ্ধান্তত উপনীত হয় আৰু তাৰ পাছত সেই সিদ্ধান্তৰ নথিত স্বাক্ষৰ কৰে। আমাৰ কেবিনেট বৈঠকতো এই ধৰণেই সিদ্ধান্ত লোৱা হয়।গতিকে বাতৰিটোত যি কোৱা হৈছে সেইখিনি কথা চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বৰ। ইতিমধ্যে নির্বাচন আয়োগেও স্পষ্টীকৰণ দিছে। এই বাতৰিটো চাঞ্চল্য সৃষ্টিৰ প্ৰচেষ্টাৰ বাদে আন একো নহয়।’ তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে এটা সিদ্ধান্ত হ’ব লাগিলে গৰিষ্ঠসংখ্যকৰ সন্মতি থাকিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik Agradootdainik agradoot digitalদৈনিক অগ্ৰদূত
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d