Horoscope: মেষ: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং ৰঙা।
বৃষ: কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং সেউজীয়া।
মিথুন: শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্নবান হওক। অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিক শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি। সন্তান সম্ভৱা মহিলাসকল সাৱধান থাকিব। শুভ ৰং নীলা।
কর্কট: আর্থিক ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব। শুভ ৰং ক’লা।
সিংহ: আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জুৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং মেৰুণ।
কন্যা: দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া।
তুলা: একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। প্ৰেমত বাধা ঘৰুৱা শুভ। শুভ ৰং সোণালী।
বৃশ্চিক: পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্রমণ কৰিব পাৰে। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং কমলা।
ধনুঃ ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুৰ্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং গুলপীয়া।
মকৰ: কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব। আর্থিকত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা।শুভ ৰং বগা।
কুম্ভ: দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানৈক্য সৃষ্টি হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং হালধীয়া।
মীন: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব কৰিব। শৰীৰ বেয়া নাযাব। প্রেমত শুভ। শুভ ৰং কমলা।

































